Sunday, 18 April 2021
Covid Update Assam
ঘৰুৱা বিচ্ছিন্নতাৰ অধীনত আৰু অসমৰ লোকসকলৰ বাবে
Covid Update Assam
ক’ভিড-১৯ আশংকা মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে বিহু ৷
18 April, 2021
ৰঙালীৰ আনন্দৰ উখল-মাখল পৰিৱেশ ৰাজ্যত ৷ ক’ভিড-১৯ আশংকা মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে বিহু ৷
এইবাৰ গোলাঘাট নতুন আমোলাপট্টিৰ কণকণ শিশুহঁতে এটি হুচৰি দল গঠন কৰি গৃহস্থৰ চোতালত হুচৰি গাই বহাগ বিহুত গৃহস্থৰ মঙ্গলাৰ্থে আৰ্শীবাদ প্ৰদান কৰিছে ৷
গোলাঘাট পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ত নৰ্থইষ্ট নিউজ ইণ্ডিয়া
লখিমপুৰ জিলা নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
17 April, 2021
*নাৰায়ণপুত পথ দুৰ্ঘটনা* Date :- 17/4/21
## লখিমপুৰ জিলা নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
## দুৰ্ঘটনা ফলত নিহত ২ জন আৰু আহত ৩৫ জন লোক।
## নাৰায়ণপুৰৰ শিমলুগুৰিত নবনিৰ্মিত চেঁচা দলঙত শুক্ৰবাৰে বিয়লি ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়।
## হুচৰি গাবলৈ যোৱা এখন টেক্টৰ বাগৰিপৰি দুজন নিহত হোৱাৰ লগতে আহত হয় ৩৫ জনকৈ লোক।
## ইয়াৰে ৬ জন লোকৰ অৱস্থা অতি সংকটজনক।
## নিহত পুংখা বসুমতাৰী(২২),কনকলাল নাৰ্জাৰী(১৫)
দুয়োজনৰে ঘৰ ২ নং বিক্ৰমপুৰত।
## আহত সকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়,তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু লখিমপুৰ অসামৰিক চিকিৎসা মহাবিদ্যলয়লৈ প্ৰেৰণ কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Saturday, 17 April 2021
লখিমপুৰ বিহু
17 April, 2021
*লখিমপুৰ বিহু
* Date :- 17/4/21
## বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনাবা বিহু গলে বিনাবা কাক।
## হেয়েহে বিহু থাকে মানে বিহুকে বিনাব লখিমপুৰৰ মঙ্গ ফি ধাবাত।
## মঙ্গ ফি ধাবাত নিশা বিশাল বিহু আয়োজন।
## অনুষ্ঠানৰ শেষত আয়োজন কৰা সাংস্কৃতিক সন্ধ্যাত গীত পৰিবেশন কৰে মঙ্গ ফি ধাবাৰ পৰিচালক RCB সাগৰৰ লগতে ৰিতু প্ৰতিম ৰাজখোৱা আৰু শিৰুমনি গগৈয়ে।
## দৰ্শকৰ যথেষ্ঠ সহাৰি পাই সুখি বুলি জানিবলৈ দিয়ে RCB সাগৰে।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Covid Update Assam
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...