Thursday, 15 April 2021
বহাগী বৰণ লখিমপুৰ
Covid Update Assam
Wednesday, 14 April 2021
চুটি ছবি চণ্ডাল
14 April, 2021
*চুটি ছবি চণ্ডাল
* Date :- 14/4/21
## বিহু আনন্দ উল্লাসৰ মাজতে অসমবাসী বাবে এটা সু-খবৰ।
## এইবাৰ অসমবসীলৈ পৰিচালক ৰাজ শেষৰে আগবঢ়াইছে এখন চুটি ছবি "চণ্ডাল"।
## ইতিমধ্যে ছবিখনৰ সকলো কাম শেষ হৈছে।
## মাথোঁ মুক্তিৰ আপেক্ষাত।
## ছবিখনত ন পুৰনি বহু অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰাৰ উপৰিও জনপ্ৰিয় কৌতুক অভিনেতা তথা পেৰডি গায়ক ত্ৰলোক্য সোণোৱালেও অভিনয় কৰে।
## ১ বহাগৰ দিনাই ছবিখন মাই ফেক্টৰী নামৰ ইউটিওৱ চেনেলৰ জৰিয়তে আনুষ্ঠানিক ভাবে মুকলি কৰাৰ হব বুলি জানিবলৈ দিয়ে পৰিচালকে।
Byte :- পৰিচালক
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
লখিমপুৰ বিহু
14 April, 2021
*লখিমপুৰ বিহু
* Date :- 14/4/21
## অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দ্বাৰা উত্তৰ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত উৰুকা উৎসৱ পালন কৰি বহুকেইজন খ্যাতি সম্পন্ন ব্যক্তিক সম্বদ্ধৰ্না জনায়।
## এই অনুষ্ঠানত উপস্তিত থাকে অসমৰ বিখ্যাত ঢুল বাদক উজা সোমনাথ বৰা।
## আনহাতে ঢকুৱাখনাৰ হুজ গাঁৱত গৰু গা ধুৱাই নৈ'ৰ পাৰত সকলো মিলি বিহু গোৱা,বিহু নাচে।
## হুজ গাঁৱত অসমীয়াৰ গৰু বিহুৰ পৰম্পৰা প্ৰত্যক্ষ কৰি অভিভূত হয় কেৰেলা আৰু মহাৰাষ্ট্ৰৰ কেইবাগৰাকীও শিক্ষাৰ্থী পৰ্যটক।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
অগ্নিকাণ্ডত সম্পূৰ্ণ ভাবে ভস্মীভূত হল যাত্ৰী নামৰ এখন হোটেল।
14 April, 2021
*Lakhimpur ASTC Fire* Date :- 14/4/21
## লখিমপুৰত উৰুকাৰ নিশা ASTC ত বিধংশী অগ্নিকাণ্ড।
## অগ্নিকাণ্ডত সম্পূৰ্ণ ভাবে ভস্মীভূত হল যাত্ৰী নামৰ এখন হোটেল।
## হোটেলখনৰ ক্ষয় - ক্ষতি প্ৰায় ডেৰ লক্ষাধিক টকা বুলি জানিবলৈ দিছে হোটেলৰ স্বত্তাধীকাৰী দিগন্ত দাসে।
## পৰবৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন কৈ বাহনে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও হোটেল খনৰ প্ৰায় সকলো বস্তু সম্পূৰ্ণ ৰূপে জ্বলি ছায় হয় যায়।
## অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে কাষতে থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ ডিপোটোৰ লগতে আন কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ।
## অগ্নিকাণ্ডটো কেনেদৰে সংঘতিত হয় এতিয়ালৈকে পুহৰলৈ অহা নাই যদিও অগ্নিকাণ্ডৰ ঘটনা ৰহস্যজনক।
## ঘটনাৰ সন্ধভত উত্তৰ লখিমপুৰ সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই মূহুৰ্তলৈ অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত কোনো ধৰণৰ সুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই লখিমপুৰ আৰক্ষীয়ে।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
লখিমপুৰ গৰু বিহু
14 April,2021
*লখিমপুৰ গৰু বিহু
* Date :- 14/4/21
## আজি গৰু বিহু, সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰৰ সোৱণশিৰী নৈৰ ঘাগৰ ঘাটত গৰু বিহু উদযাপন কৰা হয় ।
## পৰম্পৰা ৰক্ষা কৰি কৃষি জীৱি পৰিয়ালৰ লোকে সোৱণশিৰি নদীৰ পাৰত গৰুক নোৱাই ধোঁৱাই সমূহীয়া ভাবে পালন কৰিলে গৰু বিহু ।
## গৰু ধোঁৱাৰ পাছতে কিশোৰ-কিশোৰী , জীয়ৰী বোৱাৰী লগতে বৃদ্ধ -বনিতা সকলোৱে পালন কৰে বিহু ।
## বৃহত্তৰ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু মহাইজানবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সমূহীয়া গৰু বিহুত অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থইষ্ট নিউজ ইণ্ডিয়া
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...