Wednesday, 14 April 2021
Tuesday, 13 April 2021
গোলাঘাটৰ শান্তি আলয়ত বহাগৰ আৰম্ভণিতেই আহিল বিহুৰ পৰিবেশ
13 April, 2021
গোলাঘাটৰ শান্তি আলয়ত বহাগৰ আৰম্ভণিতেই আহিল বিহুৰ পৰিবেশ
গোলাঘাটৰ শান্তি আলয়ত বহাগৰ আৰম্ভণিতেই আহিল বিহুৰ পৰিবেশ ৷ মঙলবাৰে গোলাঘাটৰ নাওশলীয়া যুৱক ৰিতুপন গগৈয়ে নিজৰ ২৯ তম জন্ম দিৱসটো কেক কাতি পালন কৰিলে আইতা সকলৰ মাজত ৷ গোলাঘাটৰ পুৰণা আমোলাপট্টিত থকা বৃদ্ধাশ্ৰম শান্তি আলয়ত বিহুমাৰি অতি উলহ মালহেৰে ৰিতুপনে জন্মদিনৰ দিনটোত আৰ্শীবাদ ললে আইতা সকলৰ পৰা ৷
গোলাঘাট পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ত নৰ্থইষ্ট নিউজ ইণ্ডিয়া
Monday, 12 April 2021
চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
12 April, 2021
*লখিমপুৰ বিহু* Date :- 12/4/21
## চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলী লটা।
## বিহু বুলিলেই আমাৰ গা সাতখন আঠখন কৰে।
## বহাগ বুলিলে বসন্ত, এই "বসন্ত আদৰণি উৎসৱ -২০২১" অনুষ্ঠিত আজি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয়।
## পূৱা ৯ বজাত বিহু পতাকা উত্তলন কৰে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপালী হাজৰিকায়ে।
## এই অনুষ্ঠানত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচলনা সমিতিৰ সভাপতি জীৱন চন্দ্ৰ দত্তই সঞ্চালনা কৰে।
## নিদিষ্ট বক্তাৰ হিচাপে উপষ্টিত থাকে বিহু সুৰক্ষা সমিতি সম্পাদক লক্ষ্য তামুলী ফুকন, বিশিষ্ট অতিথি বিহু সুৰক্ষা সমিতি সভাপতি চক্ৰ সোনোৱালৰ লগতে বহুকেইজন গন্যমান্য ব্যক্তি।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
অৱশেষত উদ্ধাৰ হ'ল দৈয়াং নদীত ডুব যোৱা দেৱাশীষ তামুলীৰ মৃতদেহঃ
12 April, 2021
ওখা আৰু যোৰহাটৰ এচ ডি আৰ এফৰ যৌথ অভিযানঃ
অৱশেষত উদ্ধাৰ হ'ল দৈয়াং নদীত ডুব যোৱা দেৱাশীষ তামুলীৰ মৃতদেহঃ
অৱশেষত কেইবাঘন্টাজোৰা অভিযানৰ অন্তত উদ্ধাৰ হ'ল দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত সলিল সমাধি ঘটা গোলাঘাটৰ দেৱাশীষ তামুলীৰ মৃতদেহ। উল্লেখ্য যে,
দেওবাৰে নীপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ সংৰক্ষিত দৈয়াং নদীত কাষত ১২ জন সতীৰ্থসহ বনভোজ খাবলৈ গৈ গোলাঘাটৰ আই চি আই চি আই বেংকৰ কৰ্মচাৰী দেৱাশীষ তামুলীয়ে নদীত সাতুৰিবলৈ গৈ নিখোজ হৈছিল। কালি নাগালেণ্ডৰ ওখা জিলাৰ এচ ডি আৰ এফ বাহিনীয়ে যুৱকজনক উদ্ধাৰৰ বাবে সন্ধান চলাইছিল যদিও নিশা হোৱাৰ লগতে উন্নত সা-সৰঞ্জাম নথকাত অভিযান স্থগিত ৰাখিব লগা হয়। আজি অসমৰ যোৰহাটৰ পৰা যোৱা এচ ডি আৰ এফ বাহিনীৰ ডুবাৰুৱে নাগালেণ্ডৰ এচ ডি আৰ এফ বাহিনীৰ যৌথ উদ্যোগত উদ্ধাৰ কৰে মৃতদেহটো। ইতিমধ্যে নদীৰ বুকুৰ পৰা উদ্ধাৰ হোৱা দেৱাশীষৰ মৃতদেহ নাগালেণ্ডৰ ওখা আৰক্ষী প্ৰশাসনে গোলাঘাট আৰক্ষী প্ৰশাসনক গতাই দিয়া বুলি জানিব পৰা গৈছে।
গোলাঘাট পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ত নৰ্থইষ্ট নিউজ ইণ্ডিয়া
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...