Thursday, 1 April 2021
সেই মানৱ জাতি, এই পৃথিবীত সকলো জীৱৰ সম অধিকাৰ আছে।
Wednesday, 31 March 2021
লখিমপুৰ ভাগৱত পাঠ* Date :- 31/3/21
31 March, 2021
*লখিমপুৰ ভাগৱত পাঠ* Date :- 31/3/21
## লখিমপুৰ জিলা গোপীনগৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত সাত দিনিয়াকৈ আয়োজন কৰা হয় ভাগৱত পাঠৰ অনুষ্ঠান।
## যোৱা ২৬তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ ২ তাৰিখে সামৰণি পৰিব।
## অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে দিলীপ ঘোচে।
## পাঠক দিলীপ ঘোচ দেৱে ভাগৱত পাঠৰ লগতে ভাঙনিও কৰে।
## ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাদ বিতৰণৰ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰনি পৰে।
## এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতে সুখ, শান্তি, সম্পিৰ্তি অটুট ৰখাৰ কামনা কৰিছে উদ্দোগতা সকলে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Nowcast BulletinDate: 31/03/2021
Tuesday, 30 March 2021
Monday, 29 March 2021
লখিমপুৰ ফাকুৱা* Date :- 29/3/21
29 March, 2021
*লখিমপুৰ ফাকুৱা* Date :- 29/3/21
## আজি ৰংৰ উৎসৱ ফাকুৱা।
## দেশজুৰি পালন কৰা হৈছে এই উৎসৱ ৷
## লখিমপুৰৰ বিভিন্ন ঠাইত ইজনে সিজনক ফাকুসানি পালন কৰিলে এই উৎসৱ ৷
## আবিৰৰ ৰঙেৰে ৰঙীন কৰি আনন্দত মতলীয়া হৈ পৰিছে লখিমপুৰৰ আকাশ বতাহ ৷
## আনহাতে এই উৎসৱ জৰিয়তে সমাজৰ অপায় অমংগল দূৰ হোৱাৰ লগতে দুস্কৃতিকাৰী নাশ হোৱাৰো আশা কৰিছে ১১০ নং নাওবৈচা সমষ্টি NCP দলৰ মনোনীত প্ৰাৰ্থী দীপক শইকীয়াই।
Byte :- দীপক শইকীয়া
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...