Wednesday, 31 March 2021

লখিমপুৰ ভাগৱত পাঠ* Date :- 31/3/21

 31 March, 2021


*লখিমপুৰ ভাগৱত পাঠ* Date :- 31/3/21



## লখিমপুৰ জিলা গোপীনগৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত সাত দিনিয়াকৈ আয়োজন কৰা হয় ভাগৱত পাঠৰ অনুষ্ঠান।


## যোৱা ২৬তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ ২ তাৰিখে সামৰণি পৰিব।


## অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে দিলীপ ঘোচে।


## পাঠক দিলীপ ঘোচ দেৱে ভাগৱত পাঠৰ লগতে ভাঙনিও কৰে।


## ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাদ বিতৰণৰ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰনি পৰে।


## এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতে সুখ, শান্তি,  সম্পিৰ্তি অটুট ৰখাৰ কামনা কৰিছে উদ্দোগতা সকলে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Nowcast BulletinDate: 31/03/2021

31 March, 2021

Nowcast Bulletin
Date: 31/03/2021                                                                        
Time of issue:: 09:45  HRS IST
Thunderstorms / Lightning accompanied with gusty winds (30-40 kmph) and light  to moderate spell of rainfall is very  likely to  affect parts of GOLAGHAT   districts  during next 3  hours. .                 
Regional Weather Forecasting Centre, 
Regional Meteorological Centre, Guwahati

NORTHEAST NEWS INDIA

Monday, 29 March 2021

লখিমপুৰ ফাকুৱা* Date :- 29/3/21

 29 March, 2021


*লখিমপুৰ ফাকুৱা* Date :- 29/3/21



## আজি ৰংৰ উৎসৱ ফাকুৱা।


## দেশজুৰি পালন কৰা হৈছে এই উৎসৱ ৷


 ## লখিমপুৰৰ বিভিন্ন ঠাইত ইজনে সিজনক ফাকুসানি পালন কৰিলে এই উৎসৱ ৷


## আবিৰৰ ৰঙেৰে ৰঙীন কৰি আনন্দত মতলীয়া হৈ পৰিছে লখিমপুৰৰ আকাশ বতাহ ৷ 



## আনহাতে এই উৎসৱ জৰিয়তে সমাজৰ অপায় অমংগল দূৰ হোৱাৰ লগতে দুস্কৃতিকাৰী নাশ হোৱাৰো আশা কৰিছে ১১০ নং নাওবৈচা সমষ্টি NCP দলৰ মনোনীত প্ৰাৰ্থী দীপক শইকীয়াই।

Byte :- দীপক শইকীয়া


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

লখিমপুৰ বনৰীয়া হাতী* Date :- 29/3/21

 29 March, 2021


*লখিমপুৰ বনৰীয়া হাতী* Date :- 29/3/21



## লখিমপুৰ জিলা চাউলধোৱাৰ কাটৰি চাপৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ।


## হাতীয়ে অনিষ্ট কৰিলে বহুতৰে ঘৰ।


## বহুকেইটা ঘৰ ভাঙিছে অনিয়ন্ত্ৰিত হাতীটোৱে।


## লখিমপুৰ জিলাৰ পথালিপাম বনখণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত কাটৰি চাপৰি হাজং বৰগাঁৱত আজি পুৱাৰে পৰা বনৰীয়া হাতীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।


## ওপায় নাপায় ৰাইজে ঘৰ দুৱাৰ এৰি ৰাষ্ট্ৰাত অৱস্থান কৰিবলৈ বাধ্য হৈছে।


## লখিমপুৰ জিলাৰ বনৰক্ষীয়ে পহৰা দি হাতীটোক।


## বৰ্তমানলৈকে হাতীটোক  জংঘললৈ খেদি পথিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...