Monday, 29 March 2021

লখিমপুৰ বনৰীয়া হাতী* Date :- 29/3/21

 29 March, 2021


*লখিমপুৰ বনৰীয়া হাতী* Date :- 29/3/21



## লখিমপুৰ জিলা চাউলধোৱাৰ কাটৰি চাপৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ।


## হাতীয়ে অনিষ্ট কৰিলে বহুতৰে ঘৰ।


## বহুকেইটা ঘৰ ভাঙিছে অনিয়ন্ত্ৰিত হাতীটোৱে।


## লখিমপুৰ জিলাৰ পথালিপাম বনখণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত কাটৰি চাপৰি হাজং বৰগাঁৱত আজি পুৱাৰে পৰা বনৰীয়া হাতীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।


## ওপায় নাপায় ৰাইজে ঘৰ দুৱাৰ এৰি ৰাষ্ট্ৰাত অৱস্থান কৰিবলৈ বাধ্য হৈছে।


## লখিমপুৰ জিলাৰ বনৰক্ষীয়ে পহৰা দি হাতীটোক।


## বৰ্তমানলৈকে হাতীটোক  জংঘললৈ খেদি পথিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India