Thursday, 1 April 2021
Wednesday, 31 March 2021
লখিমপুৰ ভাগৱত পাঠ* Date :- 31/3/21
31 March, 2021
*লখিমপুৰ ভাগৱত পাঠ* Date :- 31/3/21
## লখিমপুৰ জিলা গোপীনগৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত সাত দিনিয়াকৈ আয়োজন কৰা হয় ভাগৱত পাঠৰ অনুষ্ঠান।
## যোৱা ২৬তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ ২ তাৰিখে সামৰণি পৰিব।
## অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে দিলীপ ঘোচে।
## পাঠক দিলীপ ঘোচ দেৱে ভাগৱত পাঠৰ লগতে ভাঙনিও কৰে।
## ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাদ বিতৰণৰ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰনি পৰে।
## এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতে সুখ, শান্তি, সম্পিৰ্তি অটুট ৰখাৰ কামনা কৰিছে উদ্দোগতা সকলে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Nowcast BulletinDate: 31/03/2021
Tuesday, 30 March 2021
Monday, 29 March 2021
লখিমপুৰ ফাকুৱা* Date :- 29/3/21
29 March, 2021
*লখিমপুৰ ফাকুৱা* Date :- 29/3/21
## আজি ৰংৰ উৎসৱ ফাকুৱা।
## দেশজুৰি পালন কৰা হৈছে এই উৎসৱ ৷
## লখিমপুৰৰ বিভিন্ন ঠাইত ইজনে সিজনক ফাকুসানি পালন কৰিলে এই উৎসৱ ৷
## আবিৰৰ ৰঙেৰে ৰঙীন কৰি আনন্দত মতলীয়া হৈ পৰিছে লখিমপুৰৰ আকাশ বতাহ ৷
## আনহাতে এই উৎসৱ জৰিয়তে সমাজৰ অপায় অমংগল দূৰ হোৱাৰ লগতে দুস্কৃতিকাৰী নাশ হোৱাৰো আশা কৰিছে ১১০ নং নাওবৈচা সমষ্টি NCP দলৰ মনোনীত প্ৰাৰ্থী দীপক শইকীয়াই।
Byte :- দীপক শইকীয়া
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
লখিমপুৰ বনৰীয়া হাতী* Date :- 29/3/21
29 March, 2021
*লখিমপুৰ বনৰীয়া হাতী* Date :- 29/3/21
## লখিমপুৰ জিলা চাউলধোৱাৰ কাটৰি চাপৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ।
## হাতীয়ে অনিষ্ট কৰিলে বহুতৰে ঘৰ।
## বহুকেইটা ঘৰ ভাঙিছে অনিয়ন্ত্ৰিত হাতীটোৱে।
## লখিমপুৰ জিলাৰ পথালিপাম বনখণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত কাটৰি চাপৰি হাজং বৰগাঁৱত আজি পুৱাৰে পৰা বনৰীয়া হাতীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।
## ওপায় নাপায় ৰাইজে ঘৰ দুৱাৰ এৰি ৰাষ্ট্ৰাত অৱস্থান কৰিবলৈ বাধ্য হৈছে।
## লখিমপুৰ জিলাৰ বনৰক্ষীয়ে পহৰা দি হাতীটোক।
## বৰ্তমানলৈকে হাতীটোক জংঘললৈ খেদি পথিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...