Thursday, 18 March 2021
গোলাঘাট নিৰ্বাচন জিলাত বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভখুমটাইত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ল পষ্টেল বেলট
Wednesday, 17 March 2021
সংবাদ মাধ্যমকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে কাইলৈ পষ্টেল বেলটযোগে ভোটগ্ৰহন
গোলাঘাট নিৰ্বাচন জিলাত কাইলৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব পষ্টেল বেলট
ভোটাৰৰ অভিযোগ গ্ৰহণৰ বাবে গোলাঘাটত নিয়ন্ত্ৰণ কক্ষ স্থাপন
গোলাঘাট নিৰ্বাচন জিলাত এতিয়ালৈকে ১১,৮৫,৭০৫ টকা জব্দ, ২১লাখ টকাতকৈয়ো অধিক মূল্যৰ সুৰা জব্দআদৰ্শ আচৰণ বিধি কোষৰ সক্ৰিয় ভূমিকাৰ বাবেই ২০১৬ চনৰ তুলনাত জব্দ কৰা সুৰা আৰু ধনৰ পৰিমাণ ৫.৫ গুণ অধিক
Tuesday, 16 March 2021
গীতা পাঠ লখিমপুৰ
16 March, 2021
*গীতা পাঠ লখিমপুৰ* Date :- 16/3/21
## লখিমপুৰৰ ঘাৰমৰাত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্ৰীকৃষ্ণ গীতাপাঠ আৰু ব্যাখ্যানুষ্ঠান।
## জীৱ জগতৰ কল্যাণৰ অৰ্থে পূৰ্ৱাঞ্চল মণিকাঞ্চন যুৱ সমাজৰ সৌজন্যত আয়োজন কৰা এই গীতাপাঠ অনুষ্ঠানৰ পুৱা পতাকা উত্তলন কৰে ঘাৰমৰা সত্ৰ ডেকা সত্ৰাধিকাৰ গকুল কৃষ্ণ গোস্বামীয়ে।
## গীতাপাঠ কৰে মাজুলী প্ৰশান্ত বৰুৱা, দীপাংকৰ কাকতি, নৰুত্তম দত্ত আৰু যোৰহাটৰ দীপ কলিতাই।
## গীতাপাঠৰ ব্যাখ্যা কৰে নাৰায়ণপুৰৰ জগত বনিয়া, ধেমাজি হৰিকান্ত দাস, যোৰহাটৰ ৰঞ্জিত বৰা আৰু বিহপুৰীয়া পদ্ম বৰাই।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Monday, 15 March 2021
আজি চ’ত মাহৰ এক তাৰিখ এই দিনটোৰ পৰাই সাতদিন ধৰি ভক্তিৰষত ডুৱযায় সমগ্ৰ মৰঙীবাসী ৰাইজ ৷
15 March, 2021
আজি চ’ত মাহৰ এক তাৰিখ এই দিনটোৰ পৰাই সাতদিন ধৰি ভক্তিৰষত ডুৱযায় সমগ্ৰ মৰঙীবাসী ৰাইজ ৷
ঢ়ুলীয়া গাঁবৰ নামঘৰত প্ৰতিবছৰে আজিৰ দিনটোতেই সাতদিনীয়াকৈ ভগবান ৰাম আৰু একেই অবতাৰ কৃষ্ণৰ ভক্তিৰষত ডুৱয়ায় মৰঙীবাসী ৷ সাত দিনীয়াকৈ পালন কৰা হৈছে অবিৰত ভাগৱত পাঠৰ কায্যসূচী ৷আজি পুৱা নামঘৰৰ সমীপৰপৰা উলিওৱা
সাংস্কৃতিক ধৰ্মীয় সমদলৰ শুভাৰম্ভ পৰে যুৱ উদ্যোগপতি সঞ্জীৱ গগৈয়ে ৷হেজাৰ হেজাৰ ভক্তৰ সহযোগত প্ৰায় তিনিকিলোমিটাৰ জুৰি
শোভায়াত্ৰাকাৰী সকলে ভগবান কৃষ্ণ -ৰামনামেৰে সমগ্ৰ এলেকাটোত ভক্তিৰসত ডুৱ যায় ৷ এই অবিৰত ভাগৱত পাঠৰ কায্যসূচীৰ শেষৰদিনা ২২মাৰ্চৰ নিশা অগ্নিগড় শিল্পী সমাজৰ উদ্যোগত গৰুড়ৰ অমৃত হৰণ ; বিনতৰা দাসত্ত্ব মোচন ভাওনাৰ নাটখন প্ৰদৰ্শন কৰা হব ৷ ::
প্ৰকাশ শৰ্মা নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...