Thursday, 11 March 2021

11 March, 2021 আজি শ্ৰী শ্ৰী শিবৰাত্ৰি ৷ গোলাঘাটৰো বিভিন্ন স্থানত শিবথান সমুহত ভক্তৰ লানী নিচিঙা স্ৰোত বৈছে ৷ মহাদেৱ শিৱৰ ভক্তি অৰ্চনাত ব্যস্ত ভক্তগণ ৷ : চাও আহক গোলাঘাটৰ পাঁচআলি ; বেঙেনাখোৱা আলুপট্টি আৰু বাটাচাৰ্কোলৰ দৃশ্য :: প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 11 March, 2021


আজি শ্ৰী শ্ৰী শিবৰাত্ৰি ৷ গোলাঘাটৰো বিভিন্ন স্থানত শিবথান সমুহত ভক্তৰ লানী নিচিঙা স্ৰোত বৈছে ৷ মহাদেৱ শিৱৰ ভক্তি অৰ্চনাত ব্যস্ত ভক্তগণ ৷ : চাও আহক গোলাঘাটৰ পাঁচআলি ; বেঙেনাখোৱা আলুপট্টি আৰু বাটাচাৰ্কোলৰ দৃশ্য :: 


প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


गोलाघाट निर्वाचन जिले में मतदाता सेल्फी ज़ोन के साथ चुनाव शुभंकर टीखर और चुतिबाई को लॉन्च किया गया

11 March, 2021

प्रेस विज्ञप्ति

गोलाघाट निर्वाचन जिले में मतदाता सेल्फी ज़ोन के साथ चुनाव शुभंकर टीखर और चुतिबाई को लॉन्च किया गया
गोलाघाट, 11 मार्च: गोलाघाट चुनाव जिले के मतदाताओं को मतदान के बारे में जागरूक और संवेदनशील बनाने के लिए, सेल्फी जोन के साथ-साथ टीखर (दलदला हिरण) और सुतिबाई (तितली) नाम के दो शुभंकरों को व्यवस्थित मतदाता शिक्षा और चुनावी भागीदारी SVEEP के तहत आज उपायुक्त और जिला निर्वाचन अधिकारी बिभाष चंद्र मोदी द्वारा लॉन्च किया गया । उन्होंने नागरिक से वोट देने की अपील की क्योंकि मतदान एक जिम्मेदारी है और सभी को अपनी जिम्मेदारियों और कर्तव्यों को पहचानना चाहिए। "इस बार आवश्यक सेवाओं में शामिल लोगों के लिए पोस्टल बैलेट सिस्टम प्रदान किया गया है ताकि हर कोई बिना किसी असफलता के अपना वोट दे सके। यह उल्लेखनीय है कि शुभंकरों का नाम प्रसिद्ध असमिया लेखक लक्ष्मीनाथ बेजबरुआ की कहानियों या संग्रह पर आधारित है। लक्ष्मीनाथ बेजबरुआ की लोककथाओं, "बुरही ऐर साधु" जहां "टीखर और चुतीबाई" एक लोकप्रिय लोककथा है। 2016 के एक सर्वेक्षण के अनुसार, Nambar-Daigrung Sanctuary में 224 प्रजातियों की तितलियां हैं । दूसरी ओर, भारत के कुछ जंगलों में दलदली हिरण पाए जाते हैं । काजीरंगा नेशनल पार्क में 1000 से अधिक दलदली हिरण हैं। मानस नेशनल पार्क में भी दलदली हिरण  पाए जाते हैं। दलदली हिरण पहले ही पाकिस्तान और बांग्लादेश में विलुप्त हो चुके हैं। IUCN ने इसे खतरा श्रेणी में शामिल किया है। 12 सींग वाले दलदली हिरण को अक्सर शिकारियों द्वारा शिकार किया जाता है। न्यू अमोलापट्टी में बिशाल मेगामार्ट के सामने सेल्फी ज़ोन के साथ चुनाव शुभंकर टीखर और चुतिबाई को स्थापित किया जाएगा। इस अवसर पर जिला विकास आयुक्त Orpah Baglary और अतिरिक्त उपायुक्त मून गोगोई, पल्लवी गोगोई, चुनाव अधिकारी सुलक्षणा बोरपात्रगोहिन और कई अन्य अधिकारी और कर्मचारी सदस्य उपस्थित थे।

मीडिया एंड पब्लिसिटी सेल, गोलाघाट

NORTHEAST NEWS INDIA

কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ তৃতীয় প্ৰতিষ্ঠা দিৱস

 11 March, 2021


*কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ তৃতীয় প্ৰতিষ্ঠা দিৱস


* Date :- 11/3/21


## কবিতাক মানুহৰ পৰমতম সম্পদ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস সদৌ অসম কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাই যোৱা তিনিটা বছৰে কৰি আহিছে ।


## বুধবাৰে বিয়লি মঙ্গলময় পত্ৰিকাৰ কাৰ্য্যলয়ত সদৌ অসম কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উৎযাপন কৰা হয়।


## বিশিষ্ট চিকিৎসক তথা কবি ডা: জগদীশ গোস্বামীয়ে সভাপতিত্ব কৰা এই সভাত আদৰণি ভাষণ প্ৰদান কৰে সদৌ অসম কবি সন্মিলনৰ উত্তৰ লখিমপুৰ শাখাৰ সম্পাদক তথা বিশিষ্ট কবি পংকজ সভাপণ্ডিতে।


## প্ৰায় একুৰি কবিৰ কবিতা পাঠে এই প্ৰতিষ্ঠা দিৱস টি এক অনন্য মাদকতা প্ৰদান কৰে।


## প্ৰতিষ্ঠা দিৱস উপলক্ষে কবি পংকজ সভাপণ্ডিতে এই সভাত উপস্থিত থকা  সকলোকে কবি প্ৰণৱ কুমাৰ বৰ্মনৰ "সন্দিকৈ কলেজৰ তুমি সাগৰিকা"  নামৰ কবিতা পুথি উপহাৰ হিচাপে প্ৰদান কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট নিৰ্বাচন জিলাৰ শুভংকৰ তীখৰ আৰু চুটিবাইসহ ভোটাৰ চেল্ফি জ'ন মুকলি

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি 

গোলাঘাট নিৰ্বাচন জিলাৰ শুভংকৰ তীখৰ আৰু চুটিবাইসহ ভোটাৰ চেল্ফি জ'ন মুকলি 
গোলাঘাট, ১১ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ ভোটদাতাসকলক ভোটদানৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে "ভোটদাতাৰ প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহন" চমুকৈ SVEEP ৰ অধীনত আজি দুটা নিৰ্বাচনী শুভংকৰ আৰু ভোটাৰ চেল্ফি জ'ন মুকলি কৰা হৈছে । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে শুভংকৰ দুটাৰ লগতে চেল্ফি জ'নটো মুকলি কৰে । তেওঁ  প্ৰতিজন লোককে ভোট দিবলৈ আহ্বান জনাই কয় যে ভোটদান এজন নাগৰিকৰ দায়বদ্ধতা আৰু যিকোনো পৰিস্থিতিতে সকলোৱে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰিচয় দিয়া উচিত । এইবাৰ সকলোৰে ভোটগ্ৰহন সুনিশ্চিত কৰাৰ উদ্দেশ্যে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে পোষ্টেল বেলটৰো ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । উল্লেখযোগ্য যে লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ "তীখৰ আৰু চুটি বাই" সাধুটোৰ
 আধাৰত দল হৰিণ আৰু পখিলাৰ আকৃতিৰে শুভংকৰ দুটা প্ৰস্তুত কৰি উলিওৱা হৈছে । ২০১৬ চনৰ এটা সমীক্ষা মতে নামবৰ দৈগ্ৰোঙ অভয়াৰণ্যত ২২৪ টা প্ৰজাতিৰ পখিলা আছে । আনহাতে দল হৰিণ ভাৰতৰ কেইখনমান বনাঞ্চলতহে পোৱা যায় । তাৰ ভিতৰত অসমৰ কাজিৰঙাত ১০০০ৰো অধিক দল হৰিণ আছে । মানাহ ৰাষ্ট্ৰীয় উদ্যানতো দল হৰিণ পোৱা যায় । ইতিমধ্যে পাকিস্তান আৰু বাংলাদেশত দল হৰিণ বিলুপ্ত হৈছে । IUCN এ ইতিমধ্যে ইয়াক threatened শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে । ১২টা শিঙেৰে ধুনীয়া প্ৰাণীবিধ প্ৰায়ে চোৰাং চিকাৰীৰ বলি হয় । দল হৰিণৰ সংৰক্ষণ আৰু পখিলাৰ অধিক গৱেষণাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই দুবিধ প্ৰাণীক নিৰ্বাচনী শুভংকৰ হিচাপে গ্ৰহণ কৰা হৈছে । নতুন আমোলাপট্টিত থকা বিশাল মেগামাৰ্টৰ সন্মুখত চেল্ফি জ'নটো স্থাপন কৰাৰ লগতে শুভংকৰ দুটা ৰখা হ'ব । আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু অতিৰিক্ত উপায়ুক্ত মুন গগৈ আৰু  
পল্লৱী গগৈৰ লগতে ভালেমান বিষয়া-কৰ্মচাৰী উপস্থিত আছিল । 

গোলাঘাট জিলা নিৰ্বাচন প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

ভোটগ্ৰহন প্ৰক্ৰিয়াৰ সৈতে জড়িত ৱিষয়াসকলৰ সহায়ৰ বাবে এন্দ্ৰয়ড এপ "প'ল-সম্পৰ্ক" মুকলি

11 March, 2021

প্ৰেছ বিজ্ঞপ্তি 

ভোটগ্ৰহন প্ৰক্ৰিয়াৰ সৈতে জড়িত ৱিষয়াসকলৰ সহায়ৰ বাবে এন্দ্ৰয়ড এপ "প'ল-সম্পৰ্ক" মুকলি
গোলাঘাট, ১১ মাৰ্চ : নেচনেল ইফৰ্মেটিক্স চেণ্টাৰ, গোলাঘাটৰ উদ্যোগত ভোটগ্ৰহন প্ৰক্ৰিয়াৰ সৈতে জড়িত ৱিষয়াসকলৰ সহায়ৰ বাবে তথা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে এটা বিশেষ এন্দ্ৰয়ড এপ "প'ল-সম্পৰ্ক" বিকশিত কৰা হৈছে । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে । এপটো মুকলি কৰি শ্ৰী মোদীয়ে কয় যে নিৰ্বাচন প্ৰক্ৰিয়াটো চলি থকাৰ সময়ত ভোটগ্ৰহনৰ সৈতে জড়িত প্ৰিজাইডিং আৰু পলিং তথা অন্য বিষয়াসকলক গুৰুত্বপূৰ্ণ তথ্য-পাতি সময়মতে যোগান ধৰিব পৰাকৈ এপটো মুকলি কৰা হৈছে । এপটোত ৱিষয়াসকলে ভোটগ্ৰহন কেন্দ্ৰৰ বিভিন্ন তথ্য-পাতি, সংশ্লিষ্ট ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত কৰ্মচাৰীৰ সবিশেষ, প্ৰশিক্ষণৰ তথ্য আদি লাভ কৰিব । ভোটগ্ৰহনৰ কামত নিয়োজিত ৱিষয়াসকলে সদৰৰ পৰা ৰাওনা হোৱাৰ সময়ত হোৱা অযথা ভিৰ এই এপটোৱে বহু পৰিমানে নিয়ন্ত্ৰণ কৰিব আৰু ঘৰতে বহি তেওঁলোকে প্ৰয়োজনীয় তথ্য-পাতি লাভ কৰিব । কোৱিড পৰিস্থিতিত ই যথেষ্ট ফলপ্ৰসূ হ'ব বুলি আশা কৰা হৈছে । ডি আই অ' অভিজিত কাকতি আৰু এ ডি আই অ' সুশ্ৰুত ৰাজখোৱাই এই এপটো বিকশিত কৰি উলিয়াইছে । উল্লেখযোগ্য যে গোলাঘাট জিলা প্ৰশাসনে "নিৰ্বাচন গোলাঘাট" নামৰ এটা এপো বিকশিত কৰিছে । এই এপটোৱে নিৰ্বাচনত জড়িত বিষয়াসকলক তথ্য যোগান ধৰাৰ লগতে ৰাজনৈতিক দলসমূহক যানবাহনৰ অনুমতি দিয়া ব্যৱস্থাটোক যথেষ্ট সৰল কৰিছে । আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ চি ই অ' অভিজিৎ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু অতিৰিক্ত উপায়ুক্ত মুন গগৈ, পল্লৱী গগৈ আৰু কুলদ্বীপ হাজৰিকা উপস্থিত আছিল । 

গোলাঘাট জিলা নিৰ্বাচন প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

एनआईसी गोलाघाट ने मतदान प्रक्रिया के दौरान मतदान कर्मियों की सहायता के लिए "पोल- सम्पर्क" नामक एंड्रॉइड ऐप विकसित किया

11 March, 2021

प्रेस विज्ञप्ति

एनआईसी गोलाघाट ने मतदान प्रक्रिया के दौरान मतदान कर्मियों की सहायता के लिए "पोल- सम्पर्क" नामक एंड्रॉइड ऐप विकसित किया
गोलाघाट, 11 मार्च: राष्ट्रीय सूचना विज्ञान केंद्र, गोलाघाट ने मतदान प्रक्रिया के दौरान मतदान कर्मियों की मदद करने और एक सुचारू और परेशानी मुक्त चुनाव करने के लिए "पोल- सम्पर्क" नामक एक एंड्रॉइड ऐप विकसित किया है। यह ऐप उपायुक्त और जिला निर्वाचन अधिकारी बिभाष चंद्र मोदी द्वारा डीसी, गोलाघाट के सम्मेलन हॉल में आयोजित किया गया था। ऐप लॉन्च करते हुए श्री मोदी ने कहा कि ऐप का उद्देश्य चुनाव प्रक्रिया के दौरान मतदान कर्मियों को विभिन्न महत्वपूर्ण और समयबद्ध जानकारी प्रदान करना है, जैसे चुनाव ड्यूटी की जानकारी, प्रशिक्षण जानकारी, ज़ोन और सेक्टर की जानकारी आदि। " यह डिकोडिंग केंद्रों में डिकोडिंग प्रक्रिया के दौरान मतदान कर्मियों की भीड़ को कम करेगा। यह बहुत उपयोगी होगा क्योंकि यह COVID स्थिति को देखते हुए भीड़ को रोक देगा "- उन्होंने कहा। अभिजीत काकोटी, डीआईओ और सुश्रुत राजखोवा, एडीआईओ, गोलाघाट ने एंड्रॉइड ऐप विकसित किया है। गोलाघाट जिला प्रशासन ने "निर्वाचन गोलाघाट" नामक एक ऐप भी विकसित किया है जो मतदान कर्मियों को विभिन्न जानकारी प्रदान करेगा। यह राजनीतिक दलों को वाहन की अनुमति देने की प्रक्रिया को सुचारू बनाने का काम करता है। शुभारंभ समारोह में अभिजीत बोरुहा, सीईओ, जिला परिषद, ओरपा बगलेरी डीडीसी, मून गोगोई एडीसी, पल्लवी गोगोई एडीसी, कुलदीप हजारिका एडीसी भी उपस्थित थे।

मीडिया एंड पब्लिसिटी सेल, गोलाघाट

NORTHEAST NEWS INDIA

Wednesday, 10 March 2021

আমি সদায় এটা কথা মনত ৰখা দৰকাৰ।

10 March, 2021

আমি সদায় এটা কথা মনত ৰখা দৰকাৰ। 
আমি আনক সমালোচনা কৰাৰ আগতে, নিজকে এবাৰ সুদ্ধি চোৱা দৰকাৰ, আমি নিজে কিমান সুদ্ধ, আমি নিজে কিমান সু পথ অনুসৰণ কৰিছো।।

মাধৱ গগৈ। 

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।