Friday, 12 February 2021
Thursday, 11 February 2021
Wednesday, 10 February 2021
10 February, 2021 GOLAGHAT CONGRESS MEET প্ৰাক্তন কংগ্ৰেছী অজন্তা নেওগ তথা, ন বিজেপি অজন্তা নেওগক বিজেপিও আদৰি নলয় কংগ্ৰেছেও আদৰি নলয় । খুমটাই বিধানসভা সমষ্টি বিধায়ক মৃনাল শইকীয়াৰ ৰাজনীতি ওফৰাব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে । গোলাঘাট জিলা খুমটাই বিধানসভা সমষ্টিৰ পদুমণিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত এই মন্তব্য কংগ্ৰেছ নেতা সুশান্ত বৰগোঁহাই আৰু মীৰা বৰঠাকুৰৰ। গোলাঘাট পদুমণিত খুমটাই সমষ্টি ভিত্তিত দলীয় বুথ পৰ্যায়ৰ সভাৰ যোগেদি নিৰ্বাচনী ৰণডংকা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ । আগন্তুক নিৰ্বাচনত বিজেপি বিধায়ক মৃনাল শইকীয়াক পৰাস্ত কৰিবলৈ সংকল্প গ্ৰহণ কংগ্ৰেছ কৰ্মীৰ । খুমটাই সমষ্টিত কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈক আগন্তুক নিৰ্বাচন জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰোৱাই কংগ্ৰেছ নেতৃত্ব বৃন্দই । সভাত কংগ্ৰেছ কৰ্মীৰ উদ্দেশ্যে প্ৰশিক্ষণ প্ৰদান কৰে চত্তীছগড় কংগ্ৰেছ নেতা গোলাম কাম্বো আৰু অলক চন্দ্ৰ কাৰে। সভাত কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ , সুশান্ত বৰগোঁহাই, মীৰা বৰঠাকুৰ, ভুপেন বৰা , বিজয় চমৰীয়া উপস্থিত থাকে । প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
10 February, 2021
GOLAGHAT
CONGRESS MEET
প্ৰাক্তন কংগ্ৰেছী অজন্তা নেওগ তথা, ন বিজেপি অজন্তা নেওগক বিজেপিও আদৰি নলয় কংগ্ৰেছেও আদৰি নলয় । খুমটাই বিধানসভা সমষ্টি বিধায়ক মৃনাল শইকীয়াৰ ৰাজনীতি ওফৰাব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে । গোলাঘাট জিলা খুমটাই বিধানসভা সমষ্টিৰ পদুমণিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত এই মন্তব্য কংগ্ৰেছ নেতা সুশান্ত বৰগোঁহাই আৰু মীৰা বৰঠাকুৰৰ। গোলাঘাট পদুমণিত খুমটাই সমষ্টি ভিত্তিত দলীয় বুথ পৰ্যায়ৰ সভাৰ যোগেদি নিৰ্বাচনী ৰণডংকা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ । আগন্তুক নিৰ্বাচনত বিজেপি বিধায়ক মৃনাল শইকীয়াক পৰাস্ত কৰিবলৈ সংকল্প গ্ৰহণ কংগ্ৰেছ কৰ্মীৰ । খুমটাই সমষ্টিত কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈক আগন্তুক নিৰ্বাচন জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰোৱাই কংগ্ৰেছ নেতৃত্ব বৃন্দই । সভাত কংগ্ৰেছ কৰ্মীৰ উদ্দেশ্যে প্ৰশিক্ষণ প্ৰদান কৰে চত্তীছগড় কংগ্ৰেছ নেতা গোলাম কাম্বো আৰু অলক চন্দ্ৰ কাৰে। সভাত কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ , সুশান্ত বৰগোঁহাই, মীৰা বৰঠাকুৰ, ভুপেন বৰা , বিজয় চমৰীয়া উপস্থিত থাকে ।
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
10 February, 2021 *কেচু সাৰ খেতিৰে যুৱক সংস্থাপিত* Date :- 10/2/21 ## লখিমপুৰ জিলাৰ নাঁওবৈছা ৰাজহচক্ৰৰ অর্ন্তগত ৰহালী গা্ওঁৰ নিৱনুৱা যুৱক দিব্যজিৎ নাথে কেচুঁসাৰৰ ব্যৱসায়িক ভাৱে খেতি কৰি নিজক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে৷ ## অসম চৰকাৰৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী সহযোগিতাত দিব্যজিৎ কেচুঁসাৰ উৎপাদন কেন্দ্ৰ নামৰ এটি কেচুঁসাৰ উৎপাদন প্ৰকল্প ২০১৮ চনতে নিজৰ ঘৰতে স্থাপন কৰি বর্ত্তমান মাহে বহুহেজাৰ টকা উর্পাজন কৰিবলৈ সক্ষম হৈছে ৷ ## লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰথমে পৰিক্ষামূলক ভাৱে কেচুঁসাৰৰ খেতি কৰি লাভাম্বিত হোৱাত দিব্যজিৎ নাথে বহল ভাৱে এই ব্যৱসায় কৰিবলৈ লয়৷ ## তেখেতৰ উৎপাদিত সাৰ সমুহ ঘৰৰ পৰাই কৃষক সকলে কিনি লৈ যায় বুলি জানিবলৈ দিয়ে ৷ লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
10 February, 2021
*কেচু সাৰ খেতিৰে যুৱক সংস্থাপিত* Date :- 10/2/21
## লখিমপুৰ জিলাৰ নাঁওবৈছা ৰাজহচক্ৰৰ অর্ন্তগত ৰহালী গা্ওঁৰ নিৱনুৱা যুৱক দিব্যজিৎ নাথে কেচুঁসাৰৰ ব্যৱসায়িক ভাৱে খেতি কৰি নিজক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে৷
## অসম চৰকাৰৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী সহযোগিতাত দিব্যজিৎ কেচুঁসাৰ উৎপাদন কেন্দ্ৰ নামৰ এটি কেচুঁসাৰ উৎপাদন প্ৰকল্প ২০১৮ চনতে নিজৰ ঘৰতে স্থাপন কৰি বর্ত্তমান মাহে বহুহেজাৰ টকা উর্পাজন কৰিবলৈ সক্ষম হৈছে ৷
## লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰথমে পৰিক্ষামূলক ভাৱে কেচুঁসাৰৰ খেতি কৰি লাভাম্বিত হোৱাত দিব্যজিৎ নাথে বহল ভাৱে এই ব্যৱসায় কৰিবলৈ লয়৷
## তেখেতৰ উৎপাদিত সাৰ সমুহ ঘৰৰ পৰাই কৃষক সকলে কিনি লৈ যায় বুলি জানিবলৈ দিয়ে ৷
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
10 February, 2021 *Lakhimpur Big Breaking* 10/2/21 ## লখিমপুৰত হিমন্তৰ ৰেলীত অথন্তৰ। ## চাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চমক। ## হাজিৰা দিম বুলি চাইকেল ৰেলীত অংশগ্ৰহণ কৰিবলৈ অনা মজদুৰক প্ৰতাৰণা। ## বিজেপিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ লখিমপুৰ বাইপাচত নিশা উত্তেজনা। ## চাৰিশ টকাকৈ দিম বুলি হাজিৰা কৰি খোৱা মানুহক চাইকেল ৰেলীলৈ লৈ গৈছিল। ## শেষত পইচা নাপায় হাতত বিজেপি পতাকা লৈ বিজেপি বিৰোদ্ধে ক্ষুভ এইসকল লোকৰ। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
10 February, 2021
*Lakhimpur Big Breaking* 10/2/21
## লখিমপুৰত হিমন্তৰ ৰেলীত অথন্তৰ।
## চাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চমক।
## হাজিৰা দিম বুলি চাইকেল ৰেলীত অংশগ্ৰহণ কৰিবলৈ অনা মজদুৰক প্ৰতাৰণা।
## বিজেপিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ লখিমপুৰ বাইপাচত নিশা উত্তেজনা।
## চাৰিশ টকাকৈ দিম বুলি হাজিৰা কৰি খোৱা মানুহক চাইকেল ৰেলীলৈ লৈ গৈছিল।
## শেষত পইচা নাপায় হাতত বিজেপি পতাকা লৈ বিজেপি বিৰোদ্ধে ক্ষুভ এইসকল লোকৰ।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Tuesday, 9 February 2021
09 February, 2021 আজি পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ চাৰহ মিচিং গাৱৰ প্ৰায় বহো শতাধিক পুৰুষ-মহিলা একে লগে অগপ আৰু কংগ্ৰেছ দলৰ কৰ্মী লগতে সাধাৰণ লোক মাননীয় বিধায়ক মৃণাল শইকিয়া উপস্থিতত যোগিবাৰী স্থিত খুমটাই সমষ্টি বিধায়ক মৃণাল শইকিয়াৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্ম ৰাজিত আকৃষ্ট হৈ নতুনকৈ পাৰ্টীত যোগদান কৰে। নিউজ ডেস্কঃ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া
09 February, 2021
আজি পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ চাৰহ মিচিং গাৱৰ প্ৰায় বহো শতাধিক পুৰুষ-মহিলা একে লগে অগপ আৰু কংগ্ৰেছ দলৰ কৰ্মী লগতে সাধাৰণ লোক মাননীয় বিধায়ক মৃণাল শইকিয়া উপস্থিতত যোগিবাৰী স্থিত খুমটাই সমষ্টি বিধায়ক মৃণাল শইকিয়াৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্ম ৰাজিত আকৃষ্ট হৈ নতুনকৈ পাৰ্টীত যোগদান কৰে।
নিউজ ডেস্কঃ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া
09 February, 2021 *হিমন্ত বিশ্ব শর্মাৰ চাইকেল ৰেলী- দলংৰ আধাৰশিলা স্থাপন* Date :- 9/2/21 ## আজি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই লখিমপুৰ জিলাৰ পানীগাওঁ চাৰিআালিৰ পৰা আজাদ হৈ উত্তৰ লখিমপুৰ নগৰৰ কমলাবৰীয়া পথৰ বৰমুৰীয়া তিনিআালিলৈকে এক চাইকেল ৰেলীত অংশ লয়৷ ## তেখেতে সাংবাদিকৰ আগত কয় যে অসমৰ বিভিন্ন ঠাইত এনেদৰে চাইকেল ৰেলী কৰি তেখেতে ১ কোটি জনতাৰ লগত সর্ম্পক স্থাপন কৰিব৷ ## দুবছৰৰ ভিতৰত অসমৰ ৫খন চিকিৎসা মহাবিদ্যালয় সর্ম্পুন কৰি তুলাৰ কথা প্ৰকাশ কৰে ৷ ## মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ ৰাজ্যিক স্বপ্ৰধান উন্নয়ন ২০২০-২১ আচঁনিৰ অধীনত লখিমপুৰ বিধান সভা সমষ্টিৰ খাৰকাটি আহোমনি পথৰ ফটাসূতি ঘাটৰ ৰঙানদীৰ ওপৰত পকীদলং নির্ম্মানৰ ভূমিপূজন কৰে আজি ৷ ## এই দুয়োটা কার্য্য-সূচীত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক উৎপল দত্ত ,ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সদস্য মানৱ ডেকা আৰু জনতা পার্টিৰ লখিমপুৰ জিলাৰ সভাপতি ফনীধৰ বৰুৱা উপস্থিত থাকে৷ লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
09 February, 2021
*হিমন্ত বিশ্ব শর্মাৰ চাইকেল ৰেলী- দলংৰ আধাৰশিলা স্থাপন* Date :- 9/2/21
## আজি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই লখিমপুৰ জিলাৰ পানীগাওঁ চাৰিআালিৰ পৰা আজাদ হৈ উত্তৰ লখিমপুৰ নগৰৰ কমলাবৰীয়া পথৰ বৰমুৰীয়া তিনিআালিলৈকে এক চাইকেল ৰেলীত অংশ লয়৷
## তেখেতে সাংবাদিকৰ আগত কয় যে অসমৰ বিভিন্ন ঠাইত এনেদৰে চাইকেল ৰেলী কৰি তেখেতে ১ কোটি জনতাৰ লগত সর্ম্পক স্থাপন কৰিব৷
## দুবছৰৰ ভিতৰত অসমৰ ৫খন চিকিৎসা মহাবিদ্যালয় সর্ম্পুন কৰি তুলাৰ কথা প্ৰকাশ কৰে ৷
## মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ ৰাজ্যিক স্বপ্ৰধান উন্নয়ন ২০২০-২১ আচঁনিৰ অধীনত লখিমপুৰ বিধান সভা সমষ্টিৰ খাৰকাটি আহোমনি পথৰ ফটাসূতি ঘাটৰ ৰঙানদীৰ ওপৰত পকীদলং নির্ম্মানৰ ভূমিপূজন কৰে আজি ৷
## এই দুয়োটা কার্য্য-সূচীত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক উৎপল দত্ত ,ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সদস্য মানৱ ডেকা আৰু জনতা পার্টিৰ লখিমপুৰ জিলাৰ সভাপতি ফনীধৰ বৰুৱা উপস্থিত থাকে৷
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...