Thursday, 14 January 2021
14 January, 2021 সমগ্ৰ নৰ্থইষ্ট তথা ভাৰতবৰ্ষৰ , আৰু বাহিৰত থকা আন আন দেশৰ সকলো জনসাধাৰণলৈ মাঘ বিহুৰ (ভোগালী বিহুৰ) আন্তৰিক শুভেচ্ছা জ্ঞাঁপন কৰিলো । আহক আমি এই মহান দিনত সপত খাওঁ। আগন্তুক আহি থকা দিনত দেশৰ তথা সকলো ৰাজ্যৰ সকলোৰে মনত ভাতৃত্ববোধ জাগি উঠাৰ চেষ্টা কৰো। সকলো মানৱ জাতিৰ মিলাপ্ৰিতি অতুত থকাৰ পন লওঁ। তেতিয়াহে আমাৰ মানৱ জাতিৰ কল্যাণ হব। তাৰে কামনাৰে নৰ্থইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা। শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিলো। NORTHEAST NEWS INDIA
14 January, 2021 *মাঘ বিহু লখিমপুৰ* Date: 14/01/21 ## লখিমপুৰ নকাড়ী যুৱ সমাজৰ উদ্যোগত উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰা হয়। ## ভোগৰ উৎসৱ ভোগালী। ## ভোগৰ উৎসৱ ভোগালীৰ পৰম্পৰা অনুসৰি আজি ৰাতিপুৱা মেজিত অগ্নি সংযোগ কৰা হয়। ## নকাড়ী যুৱ সমাজৰ উদ্যোগত নকাড়ী ৰঙ্গমঞ্চৰ প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয় ভোগালী বিহু। ## আজি দ্বিতীয় দিনা পুৱা মেজি জলোৱাৰ পাছত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা হোৱাৰ লগতে সন্ধিয়ালৈ জনপ্ৰিয় কন্ঠ শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা লগেত স্থানীয় শিল্পী সকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
14 January, 2021
*মাঘ বিহু লখিমপুৰ* Date: 14/01/21
## লখিমপুৰ নকাড়ী যুৱ সমাজৰ উদ্যোগত উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰা হয়।
## ভোগৰ উৎসৱ ভোগালী।
## ভোগৰ উৎসৱ ভোগালীৰ পৰম্পৰা অনুসৰি আজি ৰাতিপুৱা মেজিত অগ্নি সংযোগ কৰা হয়।
## নকাড়ী যুৱ সমাজৰ উদ্যোগত নকাড়ী ৰঙ্গমঞ্চৰ প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয় ভোগালী বিহু।
## আজি দ্বিতীয় দিনা পুৱা মেজি জলোৱাৰ পাছত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা হোৱাৰ লগতে সন্ধিয়ালৈ জনপ্ৰিয় কন্ঠ শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা লগেত স্থানীয় শিল্পী সকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Wednesday, 13 January 2021
সমগ্ৰ নৰ্থইষ্ট তথা ভাৰতবৰ্ষৰ , আৰু বাহিৰত থকা আন আন দেশৰ সকলো জনসাধাৰণলৈ নতুন বছৰৰ পহিলা জানুৱাৰী মাঘ বিহুৰ (ভোগালী বিহুৰ) আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । আগন্তুক আহি থকা দিন বোৰ যেন দেশৰ তথা সকলো ৰাজ্যৰ অপায় অমঙ্গল অসূয়া শক্তি দুৰ হয় নাশ হয়, সকলোৰ মিলাপ্ৰিতি অতুত থাকে। তাৰে কামনাৰে নৰ্থইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা। শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিলো। NORTHEAST NEWS INDIA
13 January, 2021 *লখিমপুৰ ধপাত জাতীয় সামগ্ৰী* Date :- 13/1/21 ## মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে ১৯ চনৰ পৰাই ধাৰাবাহিক ভাবে ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিৰোদ্ধে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ## বৰ্তমানেও কিন্তু লখিমপুৰ জিলাত ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে এচাম অসাধু ব্যৱসায়ী য়ে। ## আনহাতে খাদ্য সুৰক্ষা আৰু মানবিশিষ্ট আইনৰ অধিনত গুটখা, পান মছলা, ধপাত জাতীয় সামগ্ৰী প্ৰস্তুত কৰা, জমা কৰা, সৰবৰাহ, বিতৰণ কৰা বা বিক্ৰী ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়োক্তই জাৰি কৰা নিষেধাজ্ঞা ২০২০ চনৰ ১১ নৱেম্বৰৰ পৰা আৰু এবছৰলৈ বৃদ্ধি কৰিছে স্বাস্থ্য বিভাগে। ## কিন্তু বিভাগীয় এই নিদেৰ্শনাক আওকাণ কৰি লখিমপুৰত এনে একাংশ ব্যবসায়ীয়ে চলাই গৈছে গুটখা,পান মছলা আদি ধপাত জাতীয় সামগ্ৰী ৰমৰমীয়া ব্যৱসায়। ## এনেবোৰ অসাধু ব্যৱসায়ীক প্ৰসাশনে নাকী লগাবলৈ সক্ষম হবনে ? লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
13 January, 2021
*লখিমপুৰ ধপাত জাতীয় সামগ্ৰী* Date :- 13/1/21
## মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে ১৯ চনৰ পৰাই ধাৰাবাহিক ভাবে ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিৰোদ্ধে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।
## বৰ্তমানেও কিন্তু লখিমপুৰ জিলাত ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে এচাম অসাধু ব্যৱসায়ী য়ে।
## আনহাতে খাদ্য সুৰক্ষা আৰু মানবিশিষ্ট আইনৰ অধিনত গুটখা, পান মছলা, ধপাত জাতীয় সামগ্ৰী প্ৰস্তুত কৰা, জমা কৰা, সৰবৰাহ, বিতৰণ কৰা বা বিক্ৰী ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়োক্তই জাৰি কৰা নিষেধাজ্ঞা ২০২০ চনৰ ১১ নৱেম্বৰৰ পৰা আৰু এবছৰলৈ বৃদ্ধি কৰিছে স্বাস্থ্য বিভাগে।
## কিন্তু বিভাগীয় এই নিদেৰ্শনাক আওকাণ কৰি লখিমপুৰত এনে একাংশ ব্যবসায়ীয়ে চলাই গৈছে গুটখা,পান মছলা আদি ধপাত জাতীয় সামগ্ৰী ৰমৰমীয়া ব্যৱসায়।
## এনেবোৰ অসাধু ব্যৱসায়ীক প্ৰসাশনে নাকী লগাবলৈ সক্ষম হবনে ?
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Tuesday, 12 January 2021
12 January, 2021 *লখিমপুৰ নাট* Date :- 12/1/21 ## ১৭ জানুৱাৰী শিল্পী দিৱস। ## ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৱালা দেৱৰ জন্ম জয়ন্তী। ## এই ১৭ জানুৱাৰী দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়। ## বিগত বৰ্ষ দৰে এইবাৰো ৰূমণ্ঠন প্ৰডাক্চনৰ বেনাৰত ১৭ জানুৱাৰীত লখিমপুৰ সংগীত মহাবিদয়ালয়ত মঞ্চস্থ কৰা হব জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ "ৰূপালীম" নাট। ## এই নাটখনি প্ৰযোজনা কৰে ৰাহুল দাসে আৰু নাট খিনি পৰিচালনা কৰে ৰাজ শেখৰে। ## নাট খিনিত অভিনয় কৰে ভাম্যমান জগতৰ কেইবাজনো অভিনেতা লগতে লখিমপুৰৰ বহু কেইজন ন-পুৰনি আভিনেতাই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
12 January, 2021
*লখিমপুৰ নাট* Date :- 12/1/21
## ১৭ জানুৱাৰী শিল্পী দিৱস।
## ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৱালা দেৱৰ জন্ম জয়ন্তী।
## এই ১৭ জানুৱাৰী দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়।
## বিগত বৰ্ষ দৰে এইবাৰো ৰূমণ্ঠন প্ৰডাক্চনৰ বেনাৰত ১৭ জানুৱাৰীত লখিমপুৰ সংগীত মহাবিদয়ালয়ত মঞ্চস্থ কৰা হব জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ "ৰূপালীম" নাট।
## এই নাটখনি প্ৰযোজনা কৰে ৰাহুল দাসে আৰু নাট খিনি পৰিচালনা কৰে ৰাজ শেখৰে।
## নাট খিনিত অভিনয় কৰে ভাম্যমান জগতৰ কেইবাজনো অভিনেতা লগতে লখিমপুৰৰ বহু কেইজন ন-পুৰনি আভিনেতাই।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...