Wednesday, 13 January 2021
সমগ্ৰ নৰ্থইষ্ট তথা ভাৰতবৰ্ষৰ , আৰু বাহিৰত থকা আন আন দেশৰ সকলো জনসাধাৰণলৈ নতুন বছৰৰ পহিলা জানুৱাৰী মাঘ বিহুৰ (ভোগালী বিহুৰ) আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । আগন্তুক আহি থকা দিন বোৰ যেন দেশৰ তথা সকলো ৰাজ্যৰ অপায় অমঙ্গল অসূয়া শক্তি দুৰ হয় নাশ হয়, সকলোৰ মিলাপ্ৰিতি অতুত থাকে। তাৰে কামনাৰে নৰ্থইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা। শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিলো। NORTHEAST NEWS INDIA
13 January, 2021 *লখিমপুৰ ধপাত জাতীয় সামগ্ৰী* Date :- 13/1/21 ## মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে ১৯ চনৰ পৰাই ধাৰাবাহিক ভাবে ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিৰোদ্ধে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ## বৰ্তমানেও কিন্তু লখিমপুৰ জিলাত ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে এচাম অসাধু ব্যৱসায়ী য়ে। ## আনহাতে খাদ্য সুৰক্ষা আৰু মানবিশিষ্ট আইনৰ অধিনত গুটখা, পান মছলা, ধপাত জাতীয় সামগ্ৰী প্ৰস্তুত কৰা, জমা কৰা, সৰবৰাহ, বিতৰণ কৰা বা বিক্ৰী ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়োক্তই জাৰি কৰা নিষেধাজ্ঞা ২০২০ চনৰ ১১ নৱেম্বৰৰ পৰা আৰু এবছৰলৈ বৃদ্ধি কৰিছে স্বাস্থ্য বিভাগে। ## কিন্তু বিভাগীয় এই নিদেৰ্শনাক আওকাণ কৰি লখিমপুৰত এনে একাংশ ব্যবসায়ীয়ে চলাই গৈছে গুটখা,পান মছলা আদি ধপাত জাতীয় সামগ্ৰী ৰমৰমীয়া ব্যৱসায়। ## এনেবোৰ অসাধু ব্যৱসায়ীক প্ৰসাশনে নাকী লগাবলৈ সক্ষম হবনে ? লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
13 January, 2021
*লখিমপুৰ ধপাত জাতীয় সামগ্ৰী* Date :- 13/1/21
## মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে ১৯ চনৰ পৰাই ধাৰাবাহিক ভাবে ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিৰোদ্ধে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।
## বৰ্তমানেও কিন্তু লখিমপুৰ জিলাত ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে এচাম অসাধু ব্যৱসায়ী য়ে।
## আনহাতে খাদ্য সুৰক্ষা আৰু মানবিশিষ্ট আইনৰ অধিনত গুটখা, পান মছলা, ধপাত জাতীয় সামগ্ৰী প্ৰস্তুত কৰা, জমা কৰা, সৰবৰাহ, বিতৰণ কৰা বা বিক্ৰী ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়োক্তই জাৰি কৰা নিষেধাজ্ঞা ২০২০ চনৰ ১১ নৱেম্বৰৰ পৰা আৰু এবছৰলৈ বৃদ্ধি কৰিছে স্বাস্থ্য বিভাগে।
## কিন্তু বিভাগীয় এই নিদেৰ্শনাক আওকাণ কৰি লখিমপুৰত এনে একাংশ ব্যবসায়ীয়ে চলাই গৈছে গুটখা,পান মছলা আদি ধপাত জাতীয় সামগ্ৰী ৰমৰমীয়া ব্যৱসায়।
## এনেবোৰ অসাধু ব্যৱসায়ীক প্ৰসাশনে নাকী লগাবলৈ সক্ষম হবনে ?
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Tuesday, 12 January 2021
12 January, 2021 *লখিমপুৰ নাট* Date :- 12/1/21 ## ১৭ জানুৱাৰী শিল্পী দিৱস। ## ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৱালা দেৱৰ জন্ম জয়ন্তী। ## এই ১৭ জানুৱাৰী দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়। ## বিগত বৰ্ষ দৰে এইবাৰো ৰূমণ্ঠন প্ৰডাক্চনৰ বেনাৰত ১৭ জানুৱাৰীত লখিমপুৰ সংগীত মহাবিদয়ালয়ত মঞ্চস্থ কৰা হব জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ "ৰূপালীম" নাট। ## এই নাটখনি প্ৰযোজনা কৰে ৰাহুল দাসে আৰু নাট খিনি পৰিচালনা কৰে ৰাজ শেখৰে। ## নাট খিনিত অভিনয় কৰে ভাম্যমান জগতৰ কেইবাজনো অভিনেতা লগতে লখিমপুৰৰ বহু কেইজন ন-পুৰনি আভিনেতাই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
12 January, 2021
*লখিমপুৰ নাট* Date :- 12/1/21
## ১৭ জানুৱাৰী শিল্পী দিৱস।
## ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৱালা দেৱৰ জন্ম জয়ন্তী।
## এই ১৭ জানুৱাৰী দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়।
## বিগত বৰ্ষ দৰে এইবাৰো ৰূমণ্ঠন প্ৰডাক্চনৰ বেনাৰত ১৭ জানুৱাৰীত লখিমপুৰ সংগীত মহাবিদয়ালয়ত মঞ্চস্থ কৰা হব জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ "ৰূপালীম" নাট।
## এই নাটখনি প্ৰযোজনা কৰে ৰাহুল দাসে আৰু নাট খিনি পৰিচালনা কৰে ৰাজ শেখৰে।
## নাট খিনিত অভিনয় কৰে ভাম্যমান জগতৰ কেইবাজনো অভিনেতা লগতে লখিমপুৰৰ বহু কেইজন ন-পুৰনি আভিনেতাই।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
12 January, 2021 *আশা কৰ্মী কৰ্মবিৰতি লখিমপুৰ* Date :- 12/1/21 ## সদৌ অসম আশাকৰ্মী সন্থাই ৬ জানুৱাৰী পৰা ২০ জানুৱাৰী লৈ সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰিব। ## আজিও লখিমপুৰ জিলা আশাকৰ্মী সন্থাই লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ১১ বজাৰ পৰা ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। ## তেওঁলোকৰ দাবীসমূহ হল, (১) NHM ৰ আন কৰ্মচাৰী দৰে আশাকৰ্মী সকলৰ নিযুক্তিপত্ৰ প্ৰদানৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰক, (২) আশাকৰ্মী সকলক উপাযুক্ত মজুৰী ব্যৱস্থা কৰক আদিকে লৈ ৬ দফীয়া দাবীৰে এই কৰ্মবিৰতি পালন কৰে। ## এই ৬ টা দাবী চৰকাৰে মানি নল'লে অনাগত দিনত ভুট বৰ্জনৰ সিদ্ধান্ত লোৱাৰ লগতে কায্যসুচী দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
12 January, 2021
*আশা কৰ্মী কৰ্মবিৰতি লখিমপুৰ* Date :- 12/1/21
## সদৌ অসম আশাকৰ্মী সন্থাই ৬ জানুৱাৰী পৰা ২০ জানুৱাৰী লৈ সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰিব।
## আজিও লখিমপুৰ জিলা আশাকৰ্মী সন্থাই লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ১১ বজাৰ পৰা ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।
## তেওঁলোকৰ দাবীসমূহ হল, (১) NHM ৰ আন কৰ্মচাৰী দৰে আশাকৰ্মী সকলৰ নিযুক্তিপত্ৰ প্ৰদানৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰক, (২) আশাকৰ্মী সকলক উপাযুক্ত মজুৰী ব্যৱস্থা কৰক আদিকে লৈ ৬ দফীয়া দাবীৰে এই কৰ্মবিৰতি পালন কৰে।
## এই ৬ টা দাবী চৰকাৰে মানি নল'লে অনাগত দিনত ভুট বৰ্জনৰ সিদ্ধান্ত লোৱাৰ লগতে কায্যসুচী দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Monday, 11 January 2021
11 January, 2021 *লখিমপুৰ সংবাদমেল* Date :- 11/1/21 ## আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত বীৰ লাচিত সেনা এখন সংবাদমেল আয়োজন কৰে। ## আজি এই সংবাদমেলত বীৰ লাচিত সেনাই কৃষক আইন আৰু কা এই দুয়ো খন আইন সম্পূর্ণ বিৰোদ্ধিতা কৰে। ## আনহাতে কাৰাবন্দী নেতা অখিল গগৈক অনতি পলমে মূক্ত কৰি নিদিলে আগন্তক দিনত বীৰ লাচিত সেনাই তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। ## ইফালে ২০২১ৰ নিৰ্বাচনত বি জে পিক ক্ষমতাচ্যুত কৰাৰ হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনা অসমে। ## এই সংবাদমেলত বীৰ লাচিত সেনা অসমৰ কেন্দ্রীয় সমিতিৰ মূখ্য সচিব ৰণ্টু পানীফুকনে অংশগ্ৰহন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
11 January, 2021
*লখিমপুৰ সংবাদমেল* Date :- 11/1/21
## আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত বীৰ লাচিত সেনা এখন সংবাদমেল আয়োজন কৰে।
## আজি এই সংবাদমেলত বীৰ লাচিত সেনাই কৃষক আইন আৰু কা এই দুয়ো খন আইন সম্পূর্ণ বিৰোদ্ধিতা কৰে।
## আনহাতে কাৰাবন্দী নেতা অখিল গগৈক অনতি পলমে মূক্ত কৰি নিদিলে আগন্তক দিনত বীৰ লাচিত সেনাই তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।
## ইফালে ২০২১ৰ নিৰ্বাচনত বি জে পিক ক্ষমতাচ্যুত কৰাৰ হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনা অসমে।
## এই সংবাদমেলত বীৰ লাচিত সেনা অসমৰ কেন্দ্রীয় সমিতিৰ মূখ্য সচিব ৰণ্টু পানীফুকনে অংশগ্ৰহন কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...