Sunday, 10 January 2021
10 January, 2021 গেটখন খুলিলেই নাকত লাগিব সুগন্ধি ফুলৰ সুৱাস ৷এই শুন্দৰ ফুলনিখন গঢ়ি তুলিছে শান্তি আলয়ত থকা বৃদ্ধা সকলে ৷ সকলোৱে নিজৰ কাম নিজেই কৰে ৷ আজৰি সময়ত এই দৰে বিহু গাই নাচি বাগি সময়পাৰ কৰে আইতা সকলে ৷ চাওক আমাৰ এই প্ৰতিবেদন শান্তি আলয় এই ঠাই হয় পৰিছে নিজ জন্ম দিয়া সন্তান সন্ততিৰ পৰা অৱহেলিত সাত গৰাকী বৃদ্ধাৰ ঠিকনা। গোলাঘাটৰ পুৰণা আমোলাপট্টিত ২০০৬ চনত স্থাপন কৰা হৈছিল "শান্তি আলয় ” মৌখোৱাৰ মৌজাদাৰ প্ৰয়াত নি:সন্তান দম্পতি ৰুহিনী কুমাৰ গগৈৰ ইচ্ছাক সন্মান জনাই তেওৰ ধৰ্মপত্নী শান্তি গগৈয়ে সম্পূৰ্ণ নিজ প্ৰচেষ্টা আৰু ব্যয়ৰে এখন ট্ৰাষ্ট গঠন কৰি স্থাপন কৰা এই শান্তি আলয়ত বৰ্তমান সাত গৰাকী বৃদ্ধা অতি সুখেৰে বসবাস কৰি আছে। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ প্ৰতিবেদন নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
10 January, 2021
গেটখন খুলিলেই নাকত লাগিব সুগন্ধি ফুলৰ সুৱাস ৷এই শুন্দৰ ফুলনিখন গঢ়ি তুলিছে শান্তি আলয়ত থকা বৃদ্ধা সকলে ৷ সকলোৱে নিজৰ কাম নিজেই কৰে ৷ আজৰি সময়ত এই দৰে বিহু গাই নাচি বাগি সময়পাৰ কৰে আইতা সকলে ৷
চাওক আমাৰ এই প্ৰতিবেদন
শান্তি আলয় এই ঠাই হয় পৰিছে নিজ জন্ম দিয়া সন্তান সন্ততিৰ পৰা অৱহেলিত সাত গৰাকী বৃদ্ধাৰ ঠিকনা।
গোলাঘাটৰ পুৰণা আমোলাপট্টিত ২০০৬ চনত স্থাপন কৰা হৈছিল "শান্তি আলয় ” মৌখোৱাৰ মৌজাদাৰ প্ৰয়াত নি:সন্তান দম্পতি ৰুহিনী কুমাৰ গগৈৰ ইচ্ছাক সন্মান জনাই তেওৰ ধৰ্মপত্নী শান্তি গগৈয়ে সম্পূৰ্ণ নিজ প্ৰচেষ্টা আৰু ব্যয়ৰে এখন ট্ৰাষ্ট গঠন কৰি স্থাপন কৰা এই শান্তি আলয়ত বৰ্তমান সাত গৰাকী বৃদ্ধা অতি সুখেৰে বসবাস কৰি আছে।
গোলাঘাটৰ পৰা কল্পনা ফুকনৰ প্ৰতিবেদন নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
10 January, 2021 *পখি উৎসব লখিমপুৰ* Date :- 10/1/21 ## লখিমপুৰ জিলা ৰঙানদীৰ পাৰৰ শতজানত আজি জিলা প্ৰশাসনৰ ফালৰপৰা পখি উৎসৱ পালন কৰে। ## এই উৎসৱত অৰণ্য মানব যাদৱ পায়েঙ উপষ্ঠিত থাকাৰ লগত ড° আনোৱাৰ উদ্দিন চৌধাৰী, ফিৰোজ হুছেইন, দেৱজীত তালুকদাৰ,বিপুল গোস্বামীকে আদিকৰি বহুকেইজন ব্যক্তি উপষ্ঠিত থাকে। ## এই উৎসৱত পখিৰ কেনেদৰে সংৰক্ষন কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়। ## এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি ফটো প্ৰদৰ্শন কৰা হয়। ## এই ফটো প্ৰদৰ্শনৰ ফিটা কাটি শুভাৰম্ভ কৰে অৰণ্য মানব যাদৱ পায়েঙে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
10 January, 2021
*পখি উৎসব লখিমপুৰ* Date :- 10/1/21
## লখিমপুৰ জিলা ৰঙানদীৰ পাৰৰ শতজানত আজি জিলা প্ৰশাসনৰ ফালৰপৰা পখি উৎসৱ পালন কৰে।
## এই উৎসৱত অৰণ্য মানব যাদৱ পায়েঙ উপষ্ঠিত থাকাৰ লগত ড° আনোৱাৰ উদ্দিন চৌধাৰী, ফিৰোজ হুছেইন, দেৱজীত তালুকদাৰ,বিপুল গোস্বামীকে আদিকৰি বহুকেইজন ব্যক্তি উপষ্ঠিত থাকে।
## এই উৎসৱত পখিৰ কেনেদৰে সংৰক্ষন কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়।
## এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি ফটো প্ৰদৰ্শন কৰা হয়।
## এই ফটো প্ৰদৰ্শনৰ ফিটা কাটি শুভাৰম্ভ কৰে অৰণ্য মানব যাদৱ পায়েঙে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
10 January, 2021 গোলাঘাটত কথমপি প্ৰাণ ৰক্ষা এজন যুৱকৰ । গোলাঘাট পাচ আলি এটা ট্ৰেন্সফাৰ'মাৰত কাষতে থকা শিৱ মন্দিৰত কাম কৰি থকা অৱস্থাত হঠাৎ যুৱক জনৰ অজ্ঞাতে টানি নিলে বিদ্যুতে জ্বলি গল যুৱক জনৰ হাত l স্থানীয় লোকে ততাতৈয়াকৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় ভৰ্তি কৰোৱা হয় l বৰ্তমান চিকিৎসাধীন হৈ আছে যুৱকজন l গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
10 January, 2021
গোলাঘাটত কথমপি প্ৰাণ ৰক্ষা এজন যুৱকৰ । গোলাঘাট পাচ আলি এটা ট্ৰেন্সফাৰ'মাৰত কাষতে থকা শিৱ মন্দিৰত কাম কৰি থকা অৱস্থাত হঠাৎ যুৱক জনৰ অজ্ঞাতে টানি নিলে বিদ্যুতে জ্বলি গল যুৱক জনৰ হাত l স্থানীয় লোকে ততাতৈয়াকৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় ভৰ্তি কৰোৱা হয় l বৰ্তমান চিকিৎসাধীন হৈ আছে যুৱকজন l
গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
Saturday, 9 January 2021
09 January, 2021 *LAKHIMPUR AJYCP PROTEST* Date :- 9/1/21 ## লখিমপুৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণ অৱস্থান কাৰ্য্যসূচী ৰূপায়ণ কৰে। ## অসমত আন্তৰাজ্যিক প্ৰ পত্ৰ প্ৰৱৰ্তনৰ লগতে CAA বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে LIC কার্য্যলয়ৰ সন্মুখত এই গণ অৱস্থানৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে। ## আনহাতে আজি লখিমপুৰৈ মূখ্যমন্ত্ৰী আগমন। ## সেয়েহে এই গণ অৱস্থানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি পেণ্ডেল তৈয়াৰ কৰিছিল এই পেণ্ডেল ততকালে ভাঙি পেলোৱা হল। ## কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই গণ অৱস্থানৰ কায্যসুচী পালন কৰিলেই। ## এই গণ অৱস্থান স্থলিৰ পৰা চৰকাৰলৈ সকীয়নী কা বাতিল কৰিবয়ে লাগিব। ## আনহাতে লখিমপুৰ জিলা প্ৰশাসনক সকীয়াই দিয়ে যে আন্দোলন মোখিমূৰ কৰিবলৈ যাতে এনেকৈ পেণ্ডেল নাভাঙে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
09 January, 2021
*LAKHIMPUR AJYCP PROTEST* Date :- 9/1/21
## লখিমপুৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণ অৱস্থান কাৰ্য্যসূচী ৰূপায়ণ কৰে।
## অসমত আন্তৰাজ্যিক প্ৰ পত্ৰ প্ৰৱৰ্তনৰ লগতে CAA বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে LIC কার্য্যলয়ৰ সন্মুখত এই গণ অৱস্থানৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।
## আনহাতে আজি লখিমপুৰৈ মূখ্যমন্ত্ৰী আগমন।
## সেয়েহে এই গণ অৱস্থানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি পেণ্ডেল তৈয়াৰ কৰিছিল এই পেণ্ডেল ততকালে ভাঙি পেলোৱা হল।
## কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই গণ অৱস্থানৰ কায্যসুচী পালন কৰিলেই।
## এই গণ অৱস্থান স্থলিৰ পৰা চৰকাৰলৈ সকীয়নী কা বাতিল কৰিবয়ে লাগিব।
## আনহাতে লখিমপুৰ জিলা প্ৰশাসনক সকীয়াই দিয়ে যে আন্দোলন মোখিমূৰ কৰিবলৈ যাতে এনেকৈ পেণ্ডেল নাভাঙে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Friday, 8 January 2021
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...