Thursday, 7 January 2021

07 January, 2021 *আশা কৰ্মী কৰ্মবিৰতি লখিমপুৰ* Date :- 7/1/21 ## সদৌ অসম আশাকৰ্মী সন্থাই ৬ জানুৱাৰী পৰা ২০ জানুৱাৰী লৈ সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে। ## আজি দ্বিতীয় দিনা লখিমপুৰ জিলা আশাকৰ্মী সন্থাই জিলা যুতীয়া স্বাস্থ্য সঞ্চালকালয় কাৰ্য্যালয়ৰ সন্মুখত ১১ বজাৰ পৰা ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। ## তেওঁলোকৰ দাবীসমূহ হল, (১) NHM ৰ আন কৰ্মচাৰী দৰে আশাকৰ্মী সকলৰ নিযুক্তিপত্ৰ প্ৰদানৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰক, (২) আশাকৰ্মী সকলক উপাযুক্ত মজুৰী ব্যৱস্থা কৰক আদিকে লৈ ৬ দফীয়া দাবীৰে এই কৰ্মবিৰতি পালন কৰে। ## এই ৬ টা দাবী চৰকাৰে মানি নল'লে অনাগত দিনত কায্যসুচী দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 07 January, 2021


*আশা কৰ্মী কৰ্মবিৰতি লখিমপুৰ* Date :- 7/1/21


## সদৌ অসম আশাকৰ্মী সন্থাই ৬ জানুৱাৰী পৰা ২০ জানুৱাৰী লৈ সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে।


## আজি দ্বিতীয় দিনা লখিমপুৰ জিলা আশাকৰ্মী সন্থাই জিলা যুতীয়া স্বাস্থ্য সঞ্চালকালয় কাৰ্য্যালয়ৰ সন্মুখত ১১ বজাৰ পৰা ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।


## তেওঁলোকৰ দাবীসমূহ হল, (১) NHM ৰ আন কৰ্মচাৰী দৰে আশাকৰ্মী সকলৰ নিযুক্তিপত্ৰ প্ৰদানৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰক, (২) আশাকৰ্মী সকলক উপাযুক্ত মজুৰী ব্যৱস্থা কৰক আদিকে লৈ ৬ দফীয়া দাবীৰে এই কৰ্মবিৰতি পালন কৰে।


## এই ৬ টা দাবী চৰকাৰে মানি নল'লে অনাগত দিনত কায্যসুচী দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Wednesday, 6 January 2021

06 January, 2021Covid19 Update AssamCovid19 Assam and actions taken as on 05/01/2021.

06 January, 2021

Covid19  Update Assam

Covid19 Assam and actions taken as on 05/01/2021.

06 January, 2021 *লখিমপুৰ সজাগতা অভিযান* Date :- 6/1/21 ## মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে ১৯ চনৰ পৰাই ধাৰাবাহিক ভাবে ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিৰোদ্ধে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ## বৰ্তমানেও কিন্তু লখিমপুৰ জিলাত ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে এচাম অসাধু ব্যৱসায়ী য়ে। ## এতিৱাও মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে সপ্তাহ যোৰা সজাগতাৰ অভিযান পালন কৰি ৰাইজক সজাগ আৰু সচেতনত হবলৈ অনুৰোধ জনোৱাৰ লগতে চৰকাৰলৈ দাবী জনাই যে এই অসাধু ব্যৱসায়ী সকলৰ ব্যৱসায়ী অনুগ্যা প্ৰত্ৰ অনতিপলমে বাতিল কৰিব লাগে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 06 January, 2021


*লখিমপুৰ সজাগতা অভিযান* Date :- 6/1/21


## মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে ১৯ চনৰ পৰাই ধাৰাবাহিক ভাবে ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিৰোদ্ধে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।


## বৰ্তমানেও কিন্তু লখিমপুৰ জিলাত ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে এচাম অসাধু ব্যৱসায়ী য়ে।


## এতিৱাও মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে সপ্তাহ যোৰা সজাগতাৰ অভিযান পালন কৰি ৰাইজক সজাগ আৰু সচেতনত হবলৈ অনুৰোধ জনোৱাৰ লগতে চৰকাৰলৈ দাবী জনাই যে এই অসাধু ব্যৱসায়ী সকলৰ ব্যৱসায়ী অনুগ্যা প্ৰত্ৰ অনতিপলমে বাতিল কৰিব লাগে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


06 January, 2021 *লখিমপুৰৰ যুৱক নিৰুদ্দেশ* Date :- 6/1/21 ## লখিমপুৰ জিলাৰ নগৰৰ মাজমজীয়া ৬ নং ৱাডৰ ৺চনুপ আলি আৰু ফজিলা খাতুনৰ পুত্ৰ নৰ্জুল ইছলাম নামৰ ১৯ বছৰীয়া যুৱক জন যোৱা ৰবিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ## যোৱা ৰবিবাৰে ঘৰৰ ওচৰৰ পৰা নিৰুদ্দেশ হোৱা যুৱক জনৰ আজিকুপতি কোনো খবৰ নাই। ## পিন্ধনত এটা কোলা ৰঙৰ জাম্পাৰ আৰু আৰ্মি ৰঙৰ এটা সাফপেণ্ট। ## ইতিমধ্যে যুৱক জন নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। ## কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পালে পৰিয়ালৰ লোকৰ ৮৪৮৬০০৭৩৬৩ বা ৮৪৮৬৬৫৮৬২৪ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল । লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 06 January, 2021


*লখিমপুৰৰ যুৱক নিৰুদ্দেশ* Date :- 6/1/21 


## লখিমপুৰ জিলাৰ নগৰৰ মাজমজীয়া ৬ নং ৱাডৰ ৺চনুপ আলি আৰু ফজিলা খাতুনৰ পুত্ৰ নৰ্জুল ইছলাম নামৰ ১৯ বছৰীয়া যুৱক জন যোৱা ৰবিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।


## যোৱা ৰবিবাৰে ঘৰৰ ওচৰৰ পৰা নিৰুদ্দেশ হোৱা যুৱক জনৰ আজিকুপতি কোনো খবৰ নাই।


## পিন্ধনত এটা কোলা ৰঙৰ জাম্পাৰ আৰু আৰ্মি ৰঙৰ এটা সাফপেণ্ট।


## ইতিমধ্যে যুৱক জন নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।


## কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পালে পৰিয়ালৰ লোকৰ ৮৪৮৬০০৭৩৬৩ বা ৮৪৮৬৬৫৮৬২৪ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল ।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Monday, 4 January 2021

04 January, 2021 *গ্ৰন্থ উন্মোচন সভা লখিমপুৰ* Date :- 4/1/21 ## মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত আজি উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত এখনি গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হয়। ## ভাগ্যলক্ষী ডেকাৰ কথাময়তাৰ ছন্দত নামৰ কাব্য পুঠী খন উন্মোচন কৰে জীৱন চন্দ্ৰ দত্তই। ## ইয়াৰ লগতে মঙ্গলময় পত্ৰিকা নৱ বৰ্ষ সংখং আৰু কবিতা - ২৪ উন্মোচন কৰে বিনয় বৰুৱা আৰু প্ৰাক্তন শিক্ষা বিষয়া কণেকেশ্ব ডেকাই। ## এই গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে ভৰত ৰাজখোৱাই। ## এই অনুষ্ঠানত উপষ্টিত থাকে মঙ্গলময় পত্ৰিকা মূখ্য সম্পদক জিতেন বৰুৱা, সঞ্জীপ উপাধ্যায়, পঙ্কজ সভাপণ্ডিতকে আদি কৰি বহুকেইজন গন্যমান্য ব্যক্তি। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 04 January, 2021


*গ্ৰন্থ উন্মোচন সভা লখিমপুৰ* Date :- 4/1/21


## মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত আজি উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত এখনি গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হয়।


## ভাগ্যলক্ষী ডেকাৰ কথাময়তাৰ ছন্দত নামৰ কাব্য পুঠী খন উন্মোচন কৰে জীৱন চন্দ্ৰ দত্তই।


## ইয়াৰ লগতে মঙ্গলময় পত্ৰিকা নৱ বৰ্ষ সংখং আৰু কবিতা - ২৪ উন্মোচন কৰে বিনয় বৰুৱা আৰু প্ৰাক্তন শিক্ষা বিষয়া কণেকেশ্ব ডেকাই।


## এই গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে ভৰত ৰাজখোৱাই।


## এই অনুষ্ঠানত উপষ্টিত থাকে মঙ্গলময় পত্ৰিকা মূখ্য সম্পদক জিতেন বৰুৱা, সঞ্জীপ উপাধ্যায়, পঙ্কজ সভাপণ্ডিতকে আদি কৰি বহুকেইজন গন্যমান্য ব্যক্তি।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...