Wednesday, 6 January 2021

06 January, 2021 *লখিমপুৰৰ যুৱক নিৰুদ্দেশ* Date :- 6/1/21 ## লখিমপুৰ জিলাৰ নগৰৰ মাজমজীয়া ৬ নং ৱাডৰ ৺চনুপ আলি আৰু ফজিলা খাতুনৰ পুত্ৰ নৰ্জুল ইছলাম নামৰ ১৯ বছৰীয়া যুৱক জন যোৱা ৰবিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ## যোৱা ৰবিবাৰে ঘৰৰ ওচৰৰ পৰা নিৰুদ্দেশ হোৱা যুৱক জনৰ আজিকুপতি কোনো খবৰ নাই। ## পিন্ধনত এটা কোলা ৰঙৰ জাম্পাৰ আৰু আৰ্মি ৰঙৰ এটা সাফপেণ্ট। ## ইতিমধ্যে যুৱক জন নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। ## কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পালে পৰিয়ালৰ লোকৰ ৮৪৮৬০০৭৩৬৩ বা ৮৪৮৬৬৫৮৬২৪ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল । লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 06 January, 2021


*লখিমপুৰৰ যুৱক নিৰুদ্দেশ* Date :- 6/1/21 


## লখিমপুৰ জিলাৰ নগৰৰ মাজমজীয়া ৬ নং ৱাডৰ ৺চনুপ আলি আৰু ফজিলা খাতুনৰ পুত্ৰ নৰ্জুল ইছলাম নামৰ ১৯ বছৰীয়া যুৱক জন যোৱা ৰবিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।


## যোৱা ৰবিবাৰে ঘৰৰ ওচৰৰ পৰা নিৰুদ্দেশ হোৱা যুৱক জনৰ আজিকুপতি কোনো খবৰ নাই।


## পিন্ধনত এটা কোলা ৰঙৰ জাম্পাৰ আৰু আৰ্মি ৰঙৰ এটা সাফপেণ্ট।


## ইতিমধ্যে যুৱক জন নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।


## কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পালে পৰিয়ালৰ লোকৰ ৮৪৮৬০০৭৩৬৩ বা ৮৪৮৬৬৫৮৬২৪ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল ।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...