Tuesday, 15 December 2020

15 December, 2020 *পশ্বিম বংগ নাট্য উৎসৱ* ## পশ্বিম বংগৰ বীৰভূম জিলাৰ শান্তিনিকেতনৰ পৰা কিছু দুৰৰ দাৰোন্দাৰ চান্ঠাল গাওঁখনত আছে বীৰভূম ব্লোজম থিয়েটাৰৰ এক থিয়েটাৰ গাওঁ। ## নাট পলিচালক পাৰ্থ গুপ্তৰ এই থিয়েটাৰ প্ৰকল্পত ১১,১২ আৰু ১৩ ডিচেম্বৰত অনুস্থিত কৰিছে “থিয়েটাৰ থিয়েটাৰ” নামৰ নাট্য উৎসৱ। ## এই নাট্য উৎসৱৰ প্ৰথম দিনাৰ উদ্ধোধনী অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে শুভ উদ্ধোধন কৰে লখিমপুৰ জিলাৰ অভিনৱ থিয়েটাৰৰ পৰিচালক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিনিয়ৰ ফেল দয়াল কৃষ্ণ নাথে। ## শ্ৰী নাথে ভাষণ প্ৰসংগত কয় যে অসম আৰু পশ্চিম বংগৰ নাটকৰ বহু মিল আছে,যাৰ বাবে দৰ্শকে হৃদয়ংগম কৰাত সমস্যা নহয়। ## ইয়াতেই ৰ্পাথ গুপ্তৰ ৰচিত এখন কবিতা গ্ৰন্থও উন্মোচন কৰা হয়। ## এই অনুস্থানত গোবৰদাংগাৰ নাট পৰিচালক আশিস দাস, বংগৰ প্ৰবীণ পৰিচালক ক্ৰমে সুদীপ গুপ্ত, সৌমিত্ৰ মিত্ৰ,অনামিকা বন্দোপাধ্যায়, মলয় ঘোষকে ধৰি বহুকেইজন আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নাট পৰিচালক উপস্তিত থাকে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 15 December, 2020


*পশ্বিম বংগ নাট্য উৎসৱ* 


## পশ্বিম বংগৰ বীৰভূম জিলাৰ শান্তিনিকেতনৰ পৰা কিছু দুৰৰ দাৰোন্দাৰ চান্ঠাল গাওঁখনত আছে বীৰভূম ব্লোজম থিয়েটাৰৰ এক থিয়েটাৰ গাওঁ।


## নাট পলিচালক পাৰ্থ গুপ্তৰ এই থিয়েটাৰ প্ৰকল্পত ১১,১২ আৰু ১৩ ডিচেম্বৰত অনুস্থিত কৰিছে “থিয়েটাৰ থিয়েটাৰ” নামৰ নাট্য উৎসৱ।


## এই নাট্য উৎসৱৰ প্ৰথম দিনাৰ উদ্ধোধনী অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে শুভ  উদ্ধোধন কৰে লখিমপুৰ জিলাৰ অভিনৱ থিয়েটাৰৰ পৰিচালক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিনিয়ৰ ফেল দয়াল কৃষ্ণ নাথে।


## শ্ৰী নাথে ভাষণ প্ৰসংগত কয় যে অসম আৰু পশ্চিম বংগৰ নাটকৰ বহু মিল আছে,যাৰ বাবে দৰ্শকে হৃদয়ংগম কৰাত সমস্যা নহয়।


## ইয়াতেই ৰ্পাথ গুপ্তৰ ৰচিত এখন কবিতা গ্ৰন্থও উন্মোচন কৰা  হয়।


## এই অনুস্থানত গোবৰদাংগাৰ নাট পৰিচালক আশিস দাস, বংগৰ প্ৰবীণ পৰিচালক ক্ৰমে সুদীপ গুপ্ত, সৌমিত্ৰ মিত্ৰ,অনামিকা বন্দোপাধ্যায়, মলয় ঘোষকে ধৰি বহুকেইজন আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নাট পৰিচালক উপস্তিত থাকে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


15 December, 2020Covid19 Assam and actions taken as on 14/12/2020.

15 December, 2020

Covid19 Assam and actions taken as on 14/12/2020.

Monday, 14 December 2020

14 December, 2020 *লখিমপুৰত নিৰ্মাণ চুটি ছবি চিৎকাৰ* Date :- 14/12/2020 ## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে। ## ৰাজ শেখৰৰ পৰিচলনাত এইবাৰ নিৰ্মাণ হল চুটি ছবি "চিৎকাৰ"। ## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে। ## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "চিৎকাৰ" নামৰ চুটি ছবিখন নিৰ্মাণ কৰিছে। ## এই ছবিখন অহা ১৮ ডিচেম্বৰ তাৰিখে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 14 December, 2020


*লখিমপুৰত নিৰ্মাণ চুটি ছবি চিৎকাৰ* Date :- 14/12/2020


## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে।


## ৰাজ শেখৰৰ পৰিচলনাত এইবাৰ নিৰ্মাণ হল চুটি ছবি "চিৎকাৰ"।


## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে।


## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "চিৎকাৰ" নামৰ চুটি ছবিখন নিৰ্মাণ কৰিছে।


## এই ছবিখন অহা ১৮ ডিচেম্বৰ তাৰিখে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


14 December, 2020 *লখিমপুৰ আট্ছা প্ৰতিবাদ* Date :- 14/12/2020 ## অসম চাহ জনজাতি ছাত্ৰ সন্থাই যোৱা কেইবা বছৰ ধৰি চাহ জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ দাবী জনাই অহাৰ স্বত্বেও আজি পৰ্যন্ত মুল দাবী সমূহ সমাধান নকৰাত আজি পুনৰ প্ৰতিবাদত উত্তাল কৰিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। ## অসম চাহ জনজাতি ছাত্ৰ সন্থাই নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। ## লখিমপুৰ, ঢকুৱাখন, নাওবৈচা আৰু বিহপুৰীয়া শাখৰ সহযোগত লখিমপুৰ জিলা সমিতি উদ্যোগত অসম চাহ জনজাতি ছাত্ৰ সন্থাই লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ## তেওঁলোকৰ দাবী (১) চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, (২) শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি আৰু চাহ জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদান কৰা আদি দাবীৰে মূখ্যমম্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 14 December, 2020


*লখিমপুৰ আট্ছা প্ৰতিবাদ* Date :- 14/12/2020


## অসম চাহ জনজাতি ছাত্ৰ সন্থাই যোৱা কেইবা বছৰ ধৰি চাহ জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ দাবী জনাই অহাৰ স্বত্বেও আজি পৰ্যন্ত মুল দাবী সমূহ সমাধান নকৰাত আজি পুনৰ প্ৰতিবাদত উত্তাল কৰিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।


## অসম চাহ জনজাতি ছাত্ৰ সন্থাই নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত  ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।


## লখিমপুৰ, ঢকুৱাখন, নাওবৈচা আৰু বিহপুৰীয়া শাখৰ সহযোগত লখিমপুৰ জিলা সমিতি উদ্যোগত অসম চাহ জনজাতি ছাত্ৰ সন্থাই লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।


## তেওঁলোকৰ দাবী (১) চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, (২) শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি আৰু চাহ জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদান কৰা আদি দাবীৰে মূখ্যমম্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


14 December, 2020 *লখিমপুৰ DSO প্ৰতিবাদ* Date :- 14/12/2020 সমগ্ৰ ভাৰতবর্ষৰতে এতিয়া কৃষি বিল বাতিলৰ দাবীত আন্দোলন অব্যাহত আছে। লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত আজি All India DSO লখিমপুৰ জিলা সমিতিয়ে ধৰ্ণা মঞ্চ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। এই প্ৰতিবাদৰ জৰিয়তে ভাৰত চৰকাৰক অনতি পলমে এই কৃষক আইন তিনিখন বাতিল কৰিবলৈ দাবী জনায়। অন্যথা ভবিষ্যতলৈ ইয়তকৈ জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 14 December, 2020


*লখিমপুৰ DSO প্ৰতিবাদ* Date :- 14/12/2020


সমগ্ৰ ভাৰতবর্ষৰতে এতিয়া কৃষি বিল বাতিলৰ দাবীত আন্দোলন অব্যাহত আছে। লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত আজি All India DSO লখিমপুৰ জিলা সমিতিয়ে ধৰ্ণা মঞ্চ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। এই প্ৰতিবাদৰ জৰিয়তে ভাৰত চৰকাৰক অনতি পলমে এই কৃষক আইন তিনিখন বাতিল কৰিবলৈ দাবী জনায়। অন্যথা ভবিষ্যতলৈ ইয়তকৈ জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


14 December, 2020 Breaking news


 

14 December, 2020 *লখিপুৰ ভাগৱত পাঠ* Date :- 14/12/2020 ## লখিপুৰ জিলা গোপীনগৰ কলনিত শ্ৰী মদ্ভভাগৱত পাঠ। ## ৰবিবাৰে সন্ধিয়া গোপীনগৰৰ নিবাসী চেখৰ পালৰ ঘৰত আয়োজন কৰা এই ভাগৱত পাঠ সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ পাঠ কৰা হয়। ## এই ভাগৱত পাঠ ও বাখ্যা কৰ দিলিপ ঘোষে। ## দিলীপ ঘোচে অসমীয়া, বাংলা, হিন্দী আদি বিভিন্ন ভাষাত অসমৰ বিভিন্ন প্ৰান্তত ভাগৱত পাঠ কৰি আহিছে। ## এই ভাগৱত পাঠ অনুষ্ঠানৰ পাছতে স্থানীয় শিল্পী সকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয়। লখিপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 14 December, 2020


*লখিপুৰ ভাগৱত পাঠ* Date :- 14/12/2020 


## লখিপুৰ জিলা গোপীনগৰ কলনিত শ্ৰী মদ্ভভাগৱত পাঠ।


## ৰবিবাৰে সন্ধিয়া গোপীনগৰৰ নিবাসী চেখৰ পালৰ ঘৰত আয়োজন কৰা এই ভাগৱত পাঠ সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ পাঠ কৰা হয়।


## এই ভাগৱত পাঠ ও বাখ্যা কৰ দিলিপ ঘোষে।


## দিলীপ ঘোচে অসমীয়া, বাংলা, হিন্দী আদি বিভিন্ন ভাষাত অসমৰ বিভিন্ন প্ৰান্তত ভাগৱত পাঠ কৰি আহিছে।


## এই ভাগৱত পাঠ অনুষ্ঠানৰ পাছতে স্থানীয় শিল্পী সকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয়।


লখিপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...