Monday, 14 December 2020

14 December, 2020 *লখিমপুৰ আট্ছা প্ৰতিবাদ* Date :- 14/12/2020 ## অসম চাহ জনজাতি ছাত্ৰ সন্থাই যোৱা কেইবা বছৰ ধৰি চাহ জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ দাবী জনাই অহাৰ স্বত্বেও আজি পৰ্যন্ত মুল দাবী সমূহ সমাধান নকৰাত আজি পুনৰ প্ৰতিবাদত উত্তাল কৰিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। ## অসম চাহ জনজাতি ছাত্ৰ সন্থাই নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। ## লখিমপুৰ, ঢকুৱাখন, নাওবৈচা আৰু বিহপুৰীয়া শাখৰ সহযোগত লখিমপুৰ জিলা সমিতি উদ্যোগত অসম চাহ জনজাতি ছাত্ৰ সন্থাই লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ## তেওঁলোকৰ দাবী (১) চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, (২) শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি আৰু চাহ জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদান কৰা আদি দাবীৰে মূখ্যমম্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 14 December, 2020


*লখিমপুৰ আট্ছা প্ৰতিবাদ* Date :- 14/12/2020


## অসম চাহ জনজাতি ছাত্ৰ সন্থাই যোৱা কেইবা বছৰ ধৰি চাহ জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ দাবী জনাই অহাৰ স্বত্বেও আজি পৰ্যন্ত মুল দাবী সমূহ সমাধান নকৰাত আজি পুনৰ প্ৰতিবাদত উত্তাল কৰিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।


## অসম চাহ জনজাতি ছাত্ৰ সন্থাই নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত  ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।


## লখিমপুৰ, ঢকুৱাখন, নাওবৈচা আৰু বিহপুৰীয়া শাখৰ সহযোগত লখিমপুৰ জিলা সমিতি উদ্যোগত অসম চাহ জনজাতি ছাত্ৰ সন্থাই লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।


## তেওঁলোকৰ দাবী (১) চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, (২) শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি আৰু চাহ জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদান কৰা আদি দাবীৰে মূখ্যমম্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


14 December, 2020 *লখিমপুৰ DSO প্ৰতিবাদ* Date :- 14/12/2020 সমগ্ৰ ভাৰতবর্ষৰতে এতিয়া কৃষি বিল বাতিলৰ দাবীত আন্দোলন অব্যাহত আছে। লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত আজি All India DSO লখিমপুৰ জিলা সমিতিয়ে ধৰ্ণা মঞ্চ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। এই প্ৰতিবাদৰ জৰিয়তে ভাৰত চৰকাৰক অনতি পলমে এই কৃষক আইন তিনিখন বাতিল কৰিবলৈ দাবী জনায়। অন্যথা ভবিষ্যতলৈ ইয়তকৈ জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 14 December, 2020


*লখিমপুৰ DSO প্ৰতিবাদ* Date :- 14/12/2020


সমগ্ৰ ভাৰতবর্ষৰতে এতিয়া কৃষি বিল বাতিলৰ দাবীত আন্দোলন অব্যাহত আছে। লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত আজি All India DSO লখিমপুৰ জিলা সমিতিয়ে ধৰ্ণা মঞ্চ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। এই প্ৰতিবাদৰ জৰিয়তে ভাৰত চৰকাৰক অনতি পলমে এই কৃষক আইন তিনিখন বাতিল কৰিবলৈ দাবী জনায়। অন্যথা ভবিষ্যতলৈ ইয়তকৈ জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


14 December, 2020 Breaking news


 

14 December, 2020 *লখিপুৰ ভাগৱত পাঠ* Date :- 14/12/2020 ## লখিপুৰ জিলা গোপীনগৰ কলনিত শ্ৰী মদ্ভভাগৱত পাঠ। ## ৰবিবাৰে সন্ধিয়া গোপীনগৰৰ নিবাসী চেখৰ পালৰ ঘৰত আয়োজন কৰা এই ভাগৱত পাঠ সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ পাঠ কৰা হয়। ## এই ভাগৱত পাঠ ও বাখ্যা কৰ দিলিপ ঘোষে। ## দিলীপ ঘোচে অসমীয়া, বাংলা, হিন্দী আদি বিভিন্ন ভাষাত অসমৰ বিভিন্ন প্ৰান্তত ভাগৱত পাঠ কৰি আহিছে। ## এই ভাগৱত পাঠ অনুষ্ঠানৰ পাছতে স্থানীয় শিল্পী সকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয়। লখিপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 14 December, 2020


*লখিপুৰ ভাগৱত পাঠ* Date :- 14/12/2020 


## লখিপুৰ জিলা গোপীনগৰ কলনিত শ্ৰী মদ্ভভাগৱত পাঠ।


## ৰবিবাৰে সন্ধিয়া গোপীনগৰৰ নিবাসী চেখৰ পালৰ ঘৰত আয়োজন কৰা এই ভাগৱত পাঠ সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ পাঠ কৰা হয়।


## এই ভাগৱত পাঠ ও বাখ্যা কৰ দিলিপ ঘোষে।


## দিলীপ ঘোচে অসমীয়া, বাংলা, হিন্দী আদি বিভিন্ন ভাষাত অসমৰ বিভিন্ন প্ৰান্তত ভাগৱত পাঠ কৰি আহিছে।


## এই ভাগৱত পাঠ অনুষ্ঠানৰ পাছতে স্থানীয় শিল্পী সকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয়।


লখিপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Sunday, 13 December 2020

13 December, 2020 শীতকাল আহিল শীতৰ আমেজ লবলৈ অলসতা দূৰ কৰিবৰ বাবে বহুলোকে সুন্দৰ মনোমোহা ঠাইলৈ। ফুৰিবলৈ যায় ৷ আজি আপোনাক দেখুৱাব খুজিছো এক অনুপম সৌন্দৰ্যৰে ভৰপুৰ তীৰ্থস্থান কাশীৰ বিশ্বনাথ মন্দিৰৰ সমীপৰ এক পৰিবেশ ৷ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ ৷ এইৰাজ্যত থকা এই পূৰ্ণ্যভূমী কাশী গঙ্গানদীত কৰাহয় নৌকা বিহাৰ ৷ ইয়াত চলাচল কৰা নাৱত উঠি আপুনিও সৌন্দৰ্য্য উপভোগ কৰিব পাাৰে ৷ শীত কালত ইয়ালৈ আগমন ঘটে লাখ লাখ পৰিভ্ৰমী চিকাৰী পক্ষীৰ ৷ পয্যতক হিচাপে গোলাঘাটৰ পৰা যোৱা উদ্দিপ দত্ত আৰু বিজয় পাণ্ডেৰ কেমেৰা আৱদ্ধ হ’ল গঙ্গা নদীৰ এই অপৰূপ৷ সৌন্দৰ্য ৷ কল্পনাফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 13 December, 2020


শীতকাল আহিল শীতৰ আমেজ লবলৈ অলসতা দূৰ কৰিবৰ বাবে বহুলোকে সুন্দৰ মনোমোহা ঠাইলৈ। ফুৰিবলৈ যায় ৷ আজি আপোনাক দেখুৱাব খুজিছো এক অনুপম সৌন্দৰ্যৰে ভৰপুৰ  তীৰ্থস্থান কাশীৰ বিশ্বনাথ মন্দিৰৰ সমীপৰ এক পৰিবেশ ৷ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ ৷ এইৰাজ্যত থকা এই পূৰ্ণ্যভূমী কাশী গঙ্গানদীত কৰাহয় নৌকা বিহাৰ ৷ ইয়াত চলাচল কৰা নাৱত উঠি আপুনিও সৌন্দৰ্য্য উপভোগ কৰিব পাাৰে ৷ শীত কালত ইয়ালৈ আগমন ঘটে লাখ লাখ  পৰিভ্ৰমী চিকাৰী পক্ষীৰ ৷ পয্যতক হিচাপে গোলাঘাটৰ পৰা যোৱা উদ্দিপ দত্ত আৰু বিজয় পাণ্ডেৰ কেমেৰা আৱদ্ধ হ’ল গঙ্গা নদীৰ এই অপৰূপ৷ সৌন্দৰ্য ৷ কল্পনাফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


Saturday, 12 December 2020

12 December, 2020 শনিবাৰে উখল মাখল হল গোলাঘাট চহৰ ৷ আৱতৰীয়া বিহু ঝুমুৰ মিচিংঐ নৃত্যমে উতলা কৰিলে ৰাইজৰ মন ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছত্ৰচাঁয়াত গঠনহোৱা ৰাইজৰ দলৰ প্ৰথমখন জিলা অভিবত্তন শনিবাৰে গোলাঘাটত অনুষ্ঠিত হয় ৷ এক বাৰেৰহণীয়া সাংস্কৃতিক সমদলেৰে আৰম্ভহোৱা এই অভিবৰ্তনত আহ্বায়ক জাহ্নুবৰুৱা ; চলচ্চিত্ৰ পৰিচালিকা গায়ত্ৰী বৰুৱা ; অভিনেত্ৰী জেৰিফা ৱাহিদ ; কৃষকমুক্তিৰ নেতা ভাস্কোডি শইকীয়া আদিয়ে বিশিষ্ট অতিথিৰ আসন শুৱনী কৰে ৷ কা আন্দোলনৰ ছহিদক স্মৃতি তৰ্পনেৰে গোলাঘাটৰ এমেচাৰ হ’লত অনুষ্ঠিত হোৱা এই অভিবৰ্তনে গোলাঘাটৰ পাচোটা বিধানসভা সমষ্টিৰ অন্যান্য ৰাজনিতী দলৰ মাজত খলকনি সৃষ্টি কৰিছে ইফালে অভিৱৰ্তনৰ এজন উদোক্তা ভাস্কোডি শইকীয়াই কয়যে -- চৰকাৰে অখিলগগৈক সুদীঘ্য দিনধৰি কাৰাগাৰত বন্ধ কৰি থোৱা বিষয়টো ৰাইজৰ দলে অহা নিৰ্বাচনত মূল ইচ্ছু কৰি ৰাইজৰ মাজলৈ নিব ৷ :::::::::: অসম গণপৰিষদে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে বুলি তেওঁ মন্তব্যকৰি কয়যে কংগ্ৰেছ আৰু এইউ আইডি এফক বাদ দি সকলো আঞ্চলিকবাদী ভাৱধাৰাৰ সংগঠনৰ লগত ৰাইজৰ দলে মিত্ৰতা কৰিব ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 12 December, 2020

শনিবাৰে উখল মাখল হল গোলাঘাট চহৰ ৷ আৱতৰীয়া বিহু ঝুমুৰ মিচিংঐ নৃত্যমে উতলা কৰিলে ৰাইজৰ মন ৷ 


কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছত্ৰচাঁয়াত গঠনহোৱা ৰাইজৰ দলৰ প্ৰথমখন জিলা অভিবত্তন শনিবাৰে গোলাঘাটত অনুষ্ঠিত হয় ৷ এক বাৰেৰহণীয়া সাংস্কৃতিক সমদলেৰে আৰম্ভহোৱা এই অভিবৰ্তনত আহ্বায়ক জাহ্নুবৰুৱা ; চলচ্চিত্ৰ পৰিচালিকা গায়ত্ৰী বৰুৱা ; অভিনেত্ৰী জেৰিফা ৱাহিদ ; কৃষকমুক্তিৰ নেতা ভাস্কোডি শইকীয়া আদিয়ে বিশিষ্ট অতিথিৰ আসন শুৱনী কৰে ৷ কা আন্দোলনৰ ছহিদক স্মৃতি তৰ্পনেৰে

গোলাঘাটৰ এমেচাৰ হ’লত অনুষ্ঠিত হোৱা এই অভিবৰ্তনে গোলাঘাটৰ পাচোটা বিধানসভা সমষ্টিৰ অন্যান্য ৰাজনিতী দলৰ মাজত খলকনি সৃষ্টি কৰিছে 

ইফালে অভিৱৰ্তনৰ এজন উদোক্তা ভাস্কোডি শইকীয়াই কয়যে -- চৰকাৰে অখিলগগৈক সুদীঘ্য দিনধৰি কাৰাগাৰত বন্ধ কৰি থোৱা বিষয়টো ৰাইজৰ দলে অহা নিৰ্বাচনত মূল ইচ্ছু কৰি ৰাইজৰ মাজলৈ নিব ৷ :::::::::: অসম গণপৰিষদে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে বুলি তেওঁ মন্তব্যকৰি কয়যে কংগ্ৰেছ আৰু এইউ আইডি এফক বাদ দি সকলো আঞ্চলিকবাদী ভাৱধাৰাৰ সংগঠনৰ লগত ৰাইজৰ দলে মিত্ৰতা কৰিব ৷ 

গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


12 December, 2020 গোলাঘাট শাওতলীৰ ৰাজপথত শনিবাৰে সন্ধিয়া শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন চাউল ভৰ্তি ট্ৰাকে এখন স্কুটীক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত স্কুটী সংঘটিত হয় ঘটনাটো । স্কুটী আৰোহী মহিলা থিতাতে নিহত হয় আৰু এগৰাকী মহিলা গুৰুতৰ ভাৱে আহত হয়। নিহত মহিলা গৰাকীৰ নাম পৰিনীতা কটকী আৰু আহত পাপৰি শইকীয়া । দুয়োৰে ঘৰ গোলাঘাট খুমটাইৰ মেলামৰাত ৷ দুৰ্ঘটনাত সংঘটিত হোৱা ট্ৰাক খনৰ নম্বৰ হ'ল AS01Q 6102 আনহাতে স্কুটী খনৰ নম্বৰ হ'ল AS05 P 1042 । দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় শাওতলীত। ::: প্ৰকাশ শৰ্মা গোলাঘাট

 12 December, 2020

গোলাঘাট শাওতলীৰ ৰাজপথত শনিবাৰে সন্ধিয়া শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন চাউল ভৰ্তি  ট্ৰাকে এখন স্কুটীক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত স্কুটী সংঘটিত হয় ঘটনাটো । স্কুটী আৰোহী মহিলা থিতাতে নিহত হয় আৰু এগৰাকী মহিলা গুৰুতৰ ভাৱে  আহত হয়। নিহত মহিলা গৰাকীৰ নাম পৰিনীতা কটকী আৰু আহত  পাপৰি শইকীয়া । দুয়োৰে ঘৰ গোলাঘাট খুমটাইৰ মেলামৰাত ৷  দুৰ্ঘটনাত সংঘটিত হোৱা  ট্ৰাক খনৰ নম্বৰ হ'ল AS01Q 6102  আনহাতে স্কুটী খনৰ নম্বৰ হ'ল  AS05 P 1042 । দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় শাওতলীত। ::: প্ৰকাশ শৰ্মা গোলাঘাট


মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India