Monday, 23 November 2020
23 November, 2020## প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান।## সোমবাৰে বিয়লি ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ।## ৮৬ বছৰ বয়সত তৰুণ গগৈৰ শেষ নিশ্বাস ত্যাগ।## ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা মুখ্যমন্ত্ৰীৰ।## ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব গগৈক।## একেৰাহে ৩টা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল গগৈ।## ২০০১ৰ পৰা ২০১৬লৈ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল।## ৬ বাৰকৈ লোকসভাৰ সাংসদ আছিল তৰুণ গগৈ।## ১৯৭১ৰ পৰা ১৯৮৫লৈ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।## ১৯৯১ৰ পৰা ১৯৯৬লৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল গগৈয়ে।## ১৯৮৫ৰ পৰা ১৯৯০লৈ AICCৰ সাধাৰণ সম্পাদক আছিল।## ১৯৯১ৰ পৰা ১৯৯৬লৈ কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ বিভাগৰ মন্ত্ৰী আছিল।## ১৯৮৬ৰ পৰা ১৯৯০লৈ APCCৰ সভাপতি আছিল তৰুণ গগৈ।## ১৯৯৬ চনত দ্বিতীয়বাৰলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল।## ২০০১ চনত প্ৰথমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ লৈছিল।## ২০০১ৰ ১৮ মে'ৰ পৰা ২০১৬ৰ ২৪ মে'লৈ অসমৰ মুখ্যমন্ত্ৰী আছিল।## যোৰহাট নগৰপালিকাৰ সদস্য ৰূপেও নিৰ্বাচিত হৈছিল ১৯৬৮ চনত।## দেউতাক ড০ কমলেশ্বৰ গগৈ আছিল ৰঙাজান চাহ বাগিচাৰ চিকিত্সক।## মাতৃ উষা গগৈ আছিল প্ৰখ্যাত কবি গণেশ গগৈৰ ভগ্নী।## মাক-দেউতাকে মৰমতে পোনাকণ বুলি মাতিছিল তৰুণ গগৈক।## ১৯৩৬ চনৰ ১ এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল গগৈয়ে।## যোৰহাটৰ ৰঙামাটিত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।## ২৬নং ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত আৰম্ভ কৰিছিল শিক্ষা জীৱন।## চতুৰ্থ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল যোৰহাট মাদ্ৰাছা স্কুলত।## ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল বাদুলিপাৰ চাহ বাগিচাৰ সমীপৰ ভোলাগুৰি হাইস্কুলত।## ১৯৪৯ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছিল মেট্ৰিকত।## যোৰহাটৰ জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল গগৈয়ে।## গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰীও অৰ্জন কৰিছিল।## ১৯৭২ৰ ৩০ জুলাইত ডলী গগৈৰে আৰম্ভ কৰিছিল যুগ্ন জীৱন।## এম বি এ ডিগ্ৰীধাৰী কন্যা চন্দ্ৰিমা গগৈ, পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰৰ সাংসদ।## ২০২০ৰ ২৬ আগষ্টত কৰ'ণাত আক্ৰান্ত হৈ GMCHত চিকিত্সাধীন হৈছিল।## বিধায়কৰূপে ১৯৯৬ত প্ৰথমবাৰলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।## ২০০১ৰ পৰা মৃত্যুৰ সময়লৈ তিতাবৰ সমষ্টিৰ বিধায়ক আছিল তৰুণ গগৈ ৷NORTHEAST NEWS INDIA
23 November, 2020 গোলাঘাট জিলা অস্হায়ী স্বাস্থ্য কৰ্মী সন্থাৰ কেইবাটাও সমস্যাৰ দাবীত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত আজি এক সংবাদ মেল অনুষ্ঠিত কৰে । চিকিৎসালয় পৰিচালনা সমিতিয়ে নিয়ুক্তি দিয়া অস্থায়ী কৰ্মচাৰী সকলক চৰকাৰে শীঘ্ৰে স্থায়ী নিযুক্তি দিয়া,উপযুক্ত দৰমহা প্ৰদান কৰাৰ লগতে অস্থায়ী কৰ্মচাৰীক সকলক যিকোনো কাৰণ দেখুৱাই দৰমৰা কৰ্তন বন্ধ কৰা,ছুটি ল'লে দৰমহা কৰ্তন বন্ধ কৰা ,স্বাস্থ্য বিভাগৰ বৰমূৰীয়া সকলে যিকোনো সময়ত কৰি অত্যাচাৰ বন্ধ কৰা আদি কৰি কেইবাটাও দাবীত সংবাদমেল অনুষ্ঠিত কৰে ।সংবাদমেলত গোলাঘাট জিলা অস্থায়ী স্বাস্থ্য কৰ্মীৰ সন্থাৰ সভাপতি বাবুল দাস,সম্পাদক সোনমনি হাজৰিকা,কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল কালাম লগতে গোলাঘাট জিলা চিকিৎসালয়ৰ সমূহৰ পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া অস্থায়ী কৰ্মচাৰী সকলৰ উপস্থিত থাকে।আনহাতে সংবাদমেলত পাছতে সংগঠনটোৰ সভাপতি বাবুল দাসৰ সভাপতিত্বত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।সভাত সংগঠনটো আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কথা ঘোষণা কৰে ।:: প্ৰকাশ শৰ্মা গোলাঘাট
23 November, 2020
গোলাঘাট জিলা অস্হায়ী স্বাস্থ্য কৰ্মী সন্থাৰ কেইবাটাও সমস্যাৰ দাবীত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত আজি এক সংবাদ মেল অনুষ্ঠিত কৰে । চিকিৎসালয় পৰিচালনা সমিতিয়ে নিয়ুক্তি দিয়া অস্থায়ী কৰ্মচাৰী সকলক চৰকাৰে শীঘ্ৰে স্থায়ী নিযুক্তি দিয়া,উপযুক্ত দৰমহা প্ৰদান কৰাৰ লগতে অস্থায়ী কৰ্মচাৰীক সকলক যিকোনো কাৰণ দেখুৱাই দৰমৰা কৰ্তন বন্ধ কৰা,ছুটি ল'লে দৰমহা কৰ্তন বন্ধ কৰা ,স্বাস্থ্য বিভাগৰ বৰমূৰীয়া সকলে যিকোনো সময়ত কৰি অত্যাচাৰ বন্ধ কৰা আদি কৰি কেইবাটাও দাবীত সংবাদমেল অনুষ্ঠিত কৰে ।সংবাদমেলত গোলাঘাট জিলা অস্থায়ী স্বাস্থ্য কৰ্মীৰ সন্থাৰ সভাপতি বাবুল দাস,সম্পাদক সোনমনি হাজৰিকা,কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল কালাম লগতে গোলাঘাট জিলা চিকিৎসালয়ৰ সমূহৰ পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া অস্থায়ী কৰ্মচাৰী সকলৰ উপস্থিত থাকে।আনহাতে সংবাদমেলত পাছতে সংগঠনটোৰ সভাপতি বাবুল দাসৰ সভাপতিত্বত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।সভাত সংগঠনটো আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কথা ঘোষণা কৰে ।:: প্ৰকাশ শৰ্মা গোলাঘাট
23 November, 2020 নাৰী শক্তি জাগ্ৰত কৰাৰ উদ্দেশ্যে গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডত আজি মহিলাৰ দ্বাৰা গঠন কৰা হয় বুথ কমিটি। কমিটীৰ খনৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য হ'ল গোলাঘাট নগৰৰ প্ৰতিটো ৱাৰ্ডৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ হিতাধিকাৰীসকলে পাব লগীয়া আঁচনি ৰ পৰা যাতে বঞ্চিত নহয় এইয়াই মূল লক্ষ্য আৰু উদ্দেশ্য। গোলাঘাট নগৰ মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভা খনত উপস্থিত থাকে নগৰ মহিলা মৰ্চাৰ সভানেত্ৰী জুমি দূৱৰা, উপ সভানেত্ৰী ৰাণু ফুকনকে আদি কৰি গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ লগতে ৫ নম্বৰ ৱাৰ্ডৰ অৰ্ধশতাধিক মহিলা উপস্থিত থাকে। উক্ত সভাতে গোলাঘাট নগৰৰ ৰ ৯নম্বৰ ৱাৰ্ডৰ ১৪ নম্বৰ বুথৰ আৰু ৫ নম্বৰ ৱাৰ্ডৰ ৩২ নম্বৰ বুথৰ লগতে প্ৰতিটো ৱাৰ্ডৰ বুথতে একোখনকৈ মহিলা মৰ্চা কমিটি গঠন কৰা হয়। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
23 November, 2020
নাৰী শক্তি জাগ্ৰত কৰাৰ উদ্দেশ্যে গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডত আজি মহিলাৰ দ্বাৰা গঠন কৰা হয় বুথ কমিটি। কমিটীৰ খনৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য হ'ল গোলাঘাট নগৰৰ প্ৰতিটো ৱাৰ্ডৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ হিতাধিকাৰীসকলে পাব লগীয়া আঁচনি ৰ পৰা যাতে বঞ্চিত নহয় এইয়াই মূল লক্ষ্য আৰু উদ্দেশ্য। গোলাঘাট নগৰ মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভা খনত উপস্থিত থাকে নগৰ মহিলা মৰ্চাৰ সভানেত্ৰী জুমি দূৱৰা, উপ সভানেত্ৰী ৰাণু ফুকনকে আদি কৰি গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ লগতে ৫ নম্বৰ ৱাৰ্ডৰ অৰ্ধশতাধিক মহিলা উপস্থিত থাকে। উক্ত সভাতে গোলাঘাট নগৰৰ ৰ ৯নম্বৰ ৱাৰ্ডৰ ১৪ নম্বৰ বুথৰ আৰু ৫ নম্বৰ ৱাৰ্ডৰ ৩২ নম্বৰ বুথৰ লগতে প্ৰতিটো ৱাৰ্ডৰ বুথতে একোখনকৈ মহিলা মৰ্চা কমিটি গঠন কৰা হয়।
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
23 November, 2020 শোকস্তব্ধ দেশবাসী। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ৰাজ্যবাসীক শোকস্তব্ধ কৰি আজি সন্ধিয়া ৫:৩৪ বজাত চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ ৰাজ্যতে। NORTHEAST NEWS INDIA চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ সমবেদনা জনাইছো নৰ্থইষ্ট নিউজ ইণ্ডিয়া ফালৰ পৰা।
23 November, 2020
শোকস্তব্ধ দেশবাসী। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ৰাজ্যবাসীক শোকস্তব্ধ কৰি আজি সন্ধিয়া ৫:৩৪ বজাত চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ ৰাজ্যতে।
NORTHEAST NEWS INDIA
চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ সমবেদনা জনাইছো
নৰ্থইষ্ট নিউজ ইণ্ডিয়া ফালৰ পৰা।
Sunday, 22 November 2020
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...