Monday, 23 November 2020

23 November, 2020 গোলাঘাট জিলা অস্হায়ী স্বাস্থ্য কৰ্মী সন্থাৰ কেইবাটাও সমস্যাৰ দাবীত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত আজি এক সংবাদ মেল অনুষ্ঠিত কৰে । চিকিৎসালয় পৰিচালনা সমিতিয়ে নিয়ুক্তি দিয়া অস্থায়ী কৰ্মচাৰী সকলক চৰকাৰে শীঘ্ৰে স্থায়ী নিযুক্তি দিয়া,উপযুক্ত দৰমহা প্ৰদান কৰাৰ লগতে অস্থায়ী কৰ্মচাৰীক সকলক যিকোনো কাৰণ দেখুৱাই দৰমৰা কৰ্তন বন্ধ কৰা,ছুটি ল'লে দৰমহা কৰ্তন বন্ধ কৰা ,স্বাস্থ্য বিভাগৰ বৰমূৰীয়া সকলে যিকোনো সময়ত কৰি অত্যাচাৰ বন্ধ কৰা আদি কৰি কেইবাটাও দাবীত সংবাদমেল অনুষ্ঠিত কৰে ।সংবাদমেলত গোলাঘাট জিলা অস্থায়ী স্বাস্থ্য কৰ্মীৰ সন্থাৰ সভাপতি বাবুল দাস,সম্পাদক সোনমনি হাজৰিকা,কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল কালাম লগতে গোলাঘাট জিলা চিকিৎসালয়ৰ সমূহৰ পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া অস্থায়ী কৰ্মচাৰী সকলৰ উপস্থিত থাকে।আনহাতে সংবাদমেলত পাছতে সংগঠনটোৰ সভাপতি বাবুল দাসৰ সভাপতিত্বত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।সভাত সংগঠনটো আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কথা ঘোষণা কৰে ।:: প্ৰকাশ শৰ্মা গোলাঘাট

 23 November, 2020


গোলাঘাট জিলা অস্হায়ী স্বাস্থ্য কৰ্মী সন্থাৰ কেইবাটাও সমস্যাৰ দাবীত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত আজি  এক সংবাদ  মেল অনুষ্ঠিত কৰে ।  চিকিৎসালয় পৰিচালনা সমিতিয়ে নিয়ুক্তি দিয়া অস্থায়ী কৰ্মচাৰী সকলক চৰকাৰে শীঘ্ৰে স্থায়ী নিযুক্তি দিয়া,উপযুক্ত দৰমহা প্ৰদান কৰাৰ লগতে অস্থায়ী কৰ্মচাৰীক সকলক যিকোনো কাৰণ দেখুৱাই দৰমৰা কৰ্তন বন্ধ কৰা,ছুটি ল'লে দৰমহা কৰ্তন বন্ধ কৰা ,স্বাস্থ্য বিভাগৰ বৰমূৰীয়া সকলে যিকোনো সময়ত কৰি অত্যাচাৰ বন্ধ কৰা আদি কৰি কেইবাটাও দাবীত সংবাদমেল অনুষ্ঠিত কৰে ।সংবাদমেলত গোলাঘাট জিলা অস্থায়ী স্বাস্থ্য কৰ্মীৰ সন্থাৰ সভাপতি বাবুল দাস,সম্পাদক সোনমনি হাজৰিকা,কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল কালাম লগতে গোলাঘাট জিলা চিকিৎসালয়ৰ সমূহৰ  পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া অস্থায়ী  কৰ্মচাৰী সকলৰ উপস্থিত থাকে।আনহাতে সংবাদমেলত পাছতে সংগঠনটোৰ সভাপতি বাবুল দাসৰ সভাপতিত্বত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।সভাত সংগঠনটো আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কথা ঘোষণা কৰে ।:: প্ৰকাশ শৰ্মা গোলাঘাট


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...