Tuesday, 17 November 2020
17 November, 2020*লখিমপুৰ অগ্নিকাণ্ড* Date :- 17/11/2020 লখিমপুৰত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ বাসগৃহ ভস্মীভূত লখিমপুৰ কমলাবাৰী পথৰ কুলিমালি গাঁৱত ঘংঘটিত হৈছে এই অগ্নিকাণ্ড কপিল উদ্দিন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ঘৰৰ সকলোবোৰ বস্ত জ্বলি ছাই হয়। ঘৰত কোনো নথকা অৱস্থাতে সংঘতিত হয় এই অগ্নিকাণ্ড। চৎছাৰ্কীটতৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা।লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news india
17 November, 2020
*লখিমপুৰ অগ্নিকাণ্ড* Date :- 17/11/2020
লখিমপুৰত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ বাসগৃহ ভস্মীভূত লখিমপুৰ কমলাবাৰী পথৰ কুলিমালি গাঁৱত ঘংঘটিত হৈছে এই অগ্নিকাণ্ড কপিল উদ্দিন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ঘৰৰ সকলোবোৰ বস্ত জ্বলি ছাই হয়। ঘৰত কোনো নথকা অৱস্থাতে সংঘতিত হয় এই অগ্নিকাণ্ড। চৎছাৰ্কীটতৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা।
লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news india
17 November, 2020 *লখিমপুৰ আমছু শ্ৰদ্ধাঞ্জলি* সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু ) ৰ যোৱা কালি লখিমপুৰ জিলা সমিতি অন্তৰ্গত চাবতি আঞ্চলিক সমিতি উদ্যোগত জন্মু কাশ্মীৰত শ্বহীদ হোৱা বীৰ জোৱান লগতে অসম সন্তান বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায় আৰু প্ৰয়াত সাংবাদিক পৰাগ ভূঞা দেৱৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। বীৰ জোৱান সকলৰ লগতে সাংবাদিক পৰাগ ভূঞাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । এজন নিৰপেক্ষ আপোচবিহীন সাংবাদিক হিচাপে পৰাগ ভূঞাক পৰিকল্পিত ভাবে হত্যা কৰা বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবী উত্থাপন কৰে লখিমপুৰ নগৰ আমছুৱে। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA
17 November, 2020
*লখিমপুৰ আমছু শ্ৰদ্ধাঞ্জলি*
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু ) ৰ যোৱা কালি লখিমপুৰ জিলা সমিতি অন্তৰ্গত চাবতি আঞ্চলিক সমিতি উদ্যোগত জন্মু কাশ্মীৰত শ্বহীদ হোৱা বীৰ জোৱান লগতে অসম সন্তান বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায় আৰু প্ৰয়াত সাংবাদিক পৰাগ ভূঞা দেৱৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। বীৰ জোৱান সকলৰ লগতে সাংবাদিক পৰাগ ভূঞাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । এজন নিৰপেক্ষ আপোচবিহীন সাংবাদিক হিচাপে পৰাগ ভূঞাক পৰিকল্পিত ভাবে হত্যা কৰা বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবী উত্থাপন কৰে লখিমপুৰ নগৰ আমছুৱে।
লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ
NORTHEAST NEWS INDIA
Monday, 16 November 2020
16 November, 2020 GOLAGHAT PRESS DAY চৰম নিৰাপত্তা হিনতাত ভুগিছে ৰাজ্যৰ সাংবাদিক সকল l গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ দুষ্কৃতিকাৰীৰ l সাংবাদিকৰ নিৰাপত্তাত ব্যৰ্থ হৈছে গৃহ বিভাগ তথা জনসংযোগ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল l আজি প্ৰেছ দিৱস I প্ৰেছ দিৱসৰ প্ৰাকক্ষণত দিনে নিশাই নিষ্ঠাৰে সততাৰে কৰ্তব্য কৰা সাংবাদিকৰ ওপৰত ঘটা ইটোৰ পিছত সিটো অমানবীয় ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্য্যকৰী সভাপতি বিকাশ শৰ্মায়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে অমানবীয় কাৰ্য্যৰ কেতিয়াও সহ্য কৰা নহব আৰু অতি সোনকালেই এনে ঘটনাৰ ওপৰত চৰকাৰে এক সঠিক আৰু গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গোলাঘাট জিলা সাংবাদিক সকলৰ লগতে ৰাইজে। আনফালে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত কৰা গোলাঘাট জিলা আৱৰ্ত্ত ভবনত অনুষ্ঠিত কৰা হয় l অনুষ্ঠানতোত গোলাঘাট জিলাৰ সাংবাদিক সকলৰ লগতে গোলাঘাট জিলা অতিৰিক্ত উপায়ুক্ত অৰূপা বাগলাৰী,ধিৰাস দাস,জনসংযোগ বিভাগৰ বিষয়া পাপু গগৈকে উপস্থিত থাকে l সভাখনত বৰ্তমান গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত অহা বিপৰ্যয় কি দৰে নিৰাময় কৰিব পাৰি আৰু সাংবাদিকৰ স্বাধীনতাৰ ওপৰত ভাষণ প্ৰদান কৰে সাংবাদিক বিকাশ শৰ্মা আৰু সাংবাদিক পেঞ্চনপ্ৰাপ্ত ,দিপেন দত্ত, l '' প্ৰকাশ শৰ্মা গোলাঘাট
16 November, 2020 GOLAGHAT PRESS DAY
চৰম নিৰাপত্তা হিনতাত ভুগিছে ৰাজ্যৰ সাংবাদিক সকল l গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ দুষ্কৃতিকাৰীৰ l সাংবাদিকৰ নিৰাপত্তাত ব্যৰ্থ হৈছে গৃহ বিভাগ তথা জনসংযোগ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল l আজি প্ৰেছ দিৱস I প্ৰেছ দিৱসৰ প্ৰাকক্ষণত দিনে নিশাই নিষ্ঠাৰে সততাৰে কৰ্তব্য কৰা সাংবাদিকৰ ওপৰত ঘটা ইটোৰ পিছত সিটো অমানবীয় ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্য্যকৰী সভাপতি বিকাশ শৰ্মায়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে অমানবীয় কাৰ্য্যৰ কেতিয়াও সহ্য কৰা নহব আৰু অতি সোনকালেই এনে ঘটনাৰ ওপৰত চৰকাৰে এক সঠিক আৰু গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গোলাঘাট জিলা সাংবাদিক সকলৰ লগতে ৰাইজে। আনফালে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত কৰা গোলাঘাট জিলা আৱৰ্ত্ত ভবনত অনুষ্ঠিত কৰা হয় l অনুষ্ঠানতোত গোলাঘাট জিলাৰ সাংবাদিক সকলৰ লগতে গোলাঘাট জিলা অতিৰিক্ত উপায়ুক্ত অৰূপা বাগলাৰী,ধিৰাস দাস,জনসংযোগ বিভাগৰ বিষয়া পাপু গগৈকে উপস্থিত থাকে l সভাখনত বৰ্তমান গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত অহা বিপৰ্যয় কি দৰে নিৰাময় কৰিব পাৰি আৰু সাংবাদিকৰ স্বাধীনতাৰ ওপৰত ভাষণ প্ৰদান কৰে সাংবাদিক বিকাশ শৰ্মা আৰু সাংবাদিক পেঞ্চনপ্ৰাপ্ত ,দিপেন
দত্ত, l '' প্ৰকাশ শৰ্মা গোলাঘাট
Sunday, 15 November 2020
15 November, 2020 *কবি ৰত্ন সন্মান লখিমপুৰ* কবি, গল্পকাৰ পঙ্কজ সভাপণ্ডিতলৈ ২০২০ "কবি ৰত্ন" সন্মান প্ৰদান। কলকতাৰ "আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে যোৱা ১ নবেম্বৰত এই সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সমগ্ৰ ভাৰতবর্ষৰ প্ৰায় ১৫০ জন কবি,সাহিত্যিক, শিল্পি, সাংবাদিক আদিক এই সন্মান প্ৰদান কৰা হয় উল্লেখযোগ্য যে কবি পঙ্কজ সভাপণ্ডিতে লকডাউনৰ সময়ত ১২০ টা চুটি গল্প লিখি ছচিয়েল মেদীয়া জৰিয়তে তেওঁ প্ৰচাৰ কৰিছিল। এই সকলোবোৰ চাই আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে তেওঁক এই সন্মান প্ৰদান কৰে। পঙ্কজ সভাপণ্ডিতে এই বটা পাই ৰাজ্য লগতে লখিমপুৰ জিলা খনলৈয়ো গৌৰৱ কঢ়িয়াই আনিলে। এই বটাত আছে এখন মেমৰেণ্ট আৰু দুখন মানপত্ৰৰ। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA
15 November, 2020
*কবি ৰত্ন সন্মান লখিমপুৰ* কবি, গল্পকাৰ পঙ্কজ সভাপণ্ডিতলৈ ২০২০ "কবি ৰত্ন" সন্মান প্ৰদান। কলকতাৰ "আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে যোৱা ১ নবেম্বৰত এই সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সমগ্ৰ ভাৰতবর্ষৰ প্ৰায় ১৫০ জন কবি,সাহিত্যিক, শিল্পি, সাংবাদিক আদিক এই সন্মান প্ৰদান কৰা হয় উল্লেখযোগ্য যে কবি পঙ্কজ সভাপণ্ডিতে লকডাউনৰ সময়ত ১২০ টা চুটি গল্প লিখি ছচিয়েল মেদীয়া জৰিয়তে তেওঁ প্ৰচাৰ কৰিছিল। এই সকলোবোৰ চাই আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে তেওঁক এই সন্মান প্ৰদান কৰে। পঙ্কজ সভাপণ্ডিতে এই বটা পাই ৰাজ্য লগতে লখিমপুৰ জিলা খনলৈয়ো গৌৰৱ কঢ়িয়াই আনিলে। এই বটাত আছে এখন মেমৰেণ্ট আৰু দুখন মানপত্ৰৰ।
লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ
NORTHEAST NEWS INDIA
15 November, 2020 ৰাজ্যত আকৌ সাংবাদিক নিগ্ৰহৰ ঘটনা। ইতিমধ্যে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যাত্মক হত্যা ৰ ঘটনাত অসম উতপ্ত হৈ থকাৰ সময়তে , লখিমপুৰ পুনৰ সংবাদ কৰ্মী ক অাক্ৰমণ। লখিমপুৰৰ নেক্স নিউজৰ যুৱ সংবাদ কৰ্মী তথা নেক্স মেডিয়া নেক্স মেডিয়া নেটৱৰ্কৰ সঞ্চালক প্ৰধান কৰ্ণ সিংহ আক্ৰমণ। লখিমপুৰ ডাকঘৰৰ সমিপত সংঘটিত হৈছে এই ঘটনা। শনিবাৰে সন্ধ্যা প্ৰায় ৮: ৩০ বজাত AS 01BS 4523 নম্বৰৰ বগা ৰঙৰ নিচান গাড়ী এখনেৰে অাক্ৰমণ কৰিবলৈ চেষ্টা কৰে। গাড়ী খনৰ চালক জনে কৰ্ণ সিংহ এজন সংবাদ কৰ্মী বুলি গম পোৱা পিছত তেখেতক গাড়ীৰে পুণৰ কেইবাবাৰো আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। ইতিমধ্যে গাড়ীখনৰ লগতে চলক জনৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত এখনি এজাহাৰ ৰুজো কৰিছে । ঘটনা সম্পর্কে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়ে লক্ষ্যনীয় হব। ::প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA
15 November, 2020
ৰাজ্যত আকৌ সাংবাদিক নিগ্ৰহৰ ঘটনা।
ইতিমধ্যে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যাত্মক হত্যা ৰ ঘটনাত অসম উতপ্ত হৈ থকাৰ সময়তে , লখিমপুৰ পুনৰ সংবাদ কৰ্মী ক অাক্ৰমণ।
লখিমপুৰৰ নেক্স নিউজৰ যুৱ সংবাদ কৰ্মী তথা নেক্স মেডিয়া নেক্স মেডিয়া নেটৱৰ্কৰ সঞ্চালক প্ৰধান কৰ্ণ সিংহ আক্ৰমণ।
লখিমপুৰ ডাকঘৰৰ সমিপত সংঘটিত হৈছে এই ঘটনা।
শনিবাৰে সন্ধ্যা প্ৰায় ৮: ৩০ বজাত AS 01BS 4523 নম্বৰৰ বগা ৰঙৰ নিচান গাড়ী এখনেৰে অাক্ৰমণ কৰিবলৈ চেষ্টা কৰে।
গাড়ী খনৰ চালক জনে কৰ্ণ সিংহ এজন সংবাদ কৰ্মী বুলি গম পোৱা পিছত তেখেতক গাড়ীৰে পুণৰ কেইবাবাৰো আক্ৰমণ কৰিবলৈ চেষ্টা কৰে।
ইতিমধ্যে গাড়ীখনৰ লগতে চলক জনৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত এখনি এজাহাৰ ৰুজো কৰিছে ।
ঘটনা সম্পর্কে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়ে লক্ষ্যনীয় হব। ::প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...