Saturday, 14 November 2020
14 November, 2020নৰ্থইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা সমগ্ৰ দেশবাসীলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক আমি সকলোৱে প্ৰদূষণমুক্ত দীপাৱলী পালন কৰোঁ। আজিৰ এই সুভ দিনত আমি ফটকা বা যি কোনো ধৰণৰ সামগ্ৰী ফুটুৱাৰ পৰা বিৰত থাকি, সেই সামগ্রী কিনা বা ক্ৰয় কৰা টকাৰে দীন দৰিদ্ৰ পৰিয়ালক খোৱা সামগ্ৰী বা প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰি দেশখন সুন্দৰ দিশত আগবাঢ়ি যোৱাত অৰিহনা আগবঢ়াওঁ। আপোনাৰ সেই অকমান সহাৰিয়ে এখন দৰিদ্ৰ পৰিয়াললৈ সুখৰ বন্যা বৱ। আকৌ শেষতনৰ্থইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Friday, 13 November 2020
13 November, 2020 গোলাঘাট জিলাৰ চৌদিশে এতিয়া বাঘৰ বিচৰণ ৷ গাৱে চহৰে এতিয়া বাঘৰ আতংকই বিৰাজ কৰিছে ৷ বেতিয়নি চেলেঙী নৰাকোঁৱৰ গোলাঘাট চহৰ আদিত বাঘৰ আতংকৰ মাজতে বৃহস্পতিবাৰে গোলাঘাটৰ জামুগুৰিৰ নোগোৰা ৱাৰ্ডত ওলাল বাঘ ৷ স্বয়ং ৱাৰ্ড মেম্বাৰ মুনিন শৰ্মা ওৰফে ভোলাশৰ্মাৰ ঘৰৰ খেৰৰ মেজিৰ কাষত বান্ধি থোৱা এটা ছাগলি নিশা বাঘে লৈ গ’ল ৷ নিশা কুকুৰৰ ভোকনিৰ মাজতো বাঘে ছাগলি লৈ হাবিত সোমাল ৷ পুৱা গৃহস্থই দেখাপালে ছাগলীনাই সেই ঠাইত আছে বাঘৰ খোজ ৷ এতিয়া সমগ্ৰ অঞ্চলত আতংকই বিৰাজ কৰিছে ৷ :: কল্পনা ফুকন গোলাঘাট।
13 November, 2020
গোলাঘাট জিলাৰ চৌদিশে এতিয়া বাঘৰ বিচৰণ ৷ গাৱে চহৰে এতিয়া বাঘৰ আতংকই বিৰাজ কৰিছে ৷ বেতিয়নি চেলেঙী নৰাকোঁৱৰ গোলাঘাট চহৰ আদিত বাঘৰ আতংকৰ মাজতে বৃহস্পতিবাৰে গোলাঘাটৰ জামুগুৰিৰ নোগোৰা ৱাৰ্ডত ওলাল বাঘ ৷ স্বয়ং ৱাৰ্ড মেম্বাৰ মুনিন শৰ্মা ওৰফে ভোলাশৰ্মাৰ ঘৰৰ খেৰৰ মেজিৰ কাষত বান্ধি থোৱা এটা ছাগলি নিশা বাঘে লৈ গ’ল ৷ নিশা কুকুৰৰ ভোকনিৰ মাজতো বাঘে ছাগলি লৈ হাবিত সোমাল ৷ পুৱা গৃহস্থই দেখাপালে ছাগলীনাই সেই ঠাইত আছে বাঘৰ খোজ ৷ এতিয়া সমগ্ৰ অঞ্চলত আতংকই বিৰাজ কৰিছে ৷ :: কল্পনা ফুকন গোলাঘাট।
13 November, 2020 গোলাঘাট জিলাৰ বিলগাও আৰু বৰপথাৰ ৰেলষ্টেচনৰ মাজত বৃহস্পতিবাৰে এক অবাঞ্চিত ঘটনা সংঘটিত হয় বোকাজান ৰেল আৰক্ষীসূত্ৰই জনোৱামতে বৃহস্পতিবাৰে পুৱা প্ৰায় চাৰিবজাত বিলগাঁও আৰু বৰপথাৰ ৰেল ষ্টেচনৰ মাজৰ ৰেলৱে কিল’মিটাৰ 309 অব্লিক 54 হাইফেন 5 মাজৰ ৰেল’ৱে চিৰিত ৰাইজে ৰেলে কটা অৱস্থাত এটা মৃতদেহ দেখা পায় ৷ অচিনাক্ত লোক জনৰ মৃতদেহটো বোকাজান ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰি গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিৰ চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ ব্লু ৰংৰ টি চাৰ্ট আৰু কলা লংপেট পৰিহিত লোকজনে বোকাত লুটুৰী পুতুৰি হৈ ৰেলৰ আগত পৰিলবুলি ৰাইজে সন্দেহ কৰিছে ৷ শুক্ৰবাৰ পয্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই ৷ অচিনাকী লোকজনৰ মৃতদেহটো চিকিৎসালয়ৰ মৰ্গতে ৭২ঘণ্টাৰ বাবে ৰখা হৈছে ৷ নিদ্ধাৰিত সময়ৰ ভিতৰত চিনাক্ত নহলে বিভাগৰ নিয়ম মতে সৎকাৰ কৰাহব বুলি ৰেলৱে আৰক্ষীয়ে জানিবলৈ দিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
13 November, 2020
গোলাঘাট জিলাৰ বিলগাও আৰু বৰপথাৰ ৰেলষ্টেচনৰ মাজত বৃহস্পতিবাৰে এক অবাঞ্চিত ঘটনা সংঘটিত হয়
বোকাজান ৰেল আৰক্ষীসূত্ৰই জনোৱামতে বৃহস্পতিবাৰে পুৱা প্ৰায় চাৰিবজাত
বিলগাঁও আৰু বৰপথাৰ ৰেল ষ্টেচনৰ মাজৰ ৰেলৱে কিল’মিটাৰ 309 অব্লিক 54 হাইফেন 5 মাজৰ ৰেল’ৱে চিৰিত ৰাইজে ৰেলে কটা অৱস্থাত এটা মৃতদেহ দেখা পায় ৷ অচিনাক্ত লোক জনৰ মৃতদেহটো বোকাজান ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰি গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিৰ চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ ব্লু ৰংৰ টি চাৰ্ট আৰু কলা লংপেট পৰিহিত লোকজনে বোকাত লুটুৰী পুতুৰি হৈ ৰেলৰ আগত পৰিলবুলি ৰাইজে সন্দেহ কৰিছে ৷ শুক্ৰবাৰ পয্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই ৷ অচিনাকী লোকজনৰ মৃতদেহটো চিকিৎসালয়ৰ মৰ্গতে ৭২ঘণ্টাৰ বাবে ৰখা হৈছে ৷ নিদ্ধাৰিত সময়ৰ ভিতৰত চিনাক্ত নহলে বিভাগৰ নিয়ম মতে সৎকাৰ কৰাহব বুলি ৰেলৱে আৰক্ষীয়ে জানিবলৈ দিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
Thursday, 12 November 2020
Wednesday, 11 November 2020
11 November, 2020 DATE-11-11_2020 বোকাখাতৰ লহেৰে চাপৰিত দুধৰ্ষ চোৰাং গড় চিকাৰী আটক । কৌশলেৰে কমাৰগাঁও আৰক্ষীয়ে লহেৰে চাপৰি মঙলবৰীয়া বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে লংগুটি দলে (৫১) নামৰ দুধৰ্ষ গড় চিকাৰীটো । কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত আৰক্ষী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুকেইটা গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিছিল বুলি আৰক্ষী সূত্ৰই জানিব পৰা গৈছে । ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷
11 November, 2020
DATE-11-11_2020
বোকাখাতৰ লহেৰে চাপৰিত দুধৰ্ষ চোৰাং গড় চিকাৰী আটক ।
কৌশলেৰে কমাৰগাঁও আৰক্ষীয়ে লহেৰে চাপৰি মঙলবৰীয়া বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে লংগুটি দলে (৫১) নামৰ দুধৰ্ষ গড় চিকাৰীটো । কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত আৰক্ষী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুকেইটা গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিছিল বুলি আৰক্ষী সূত্ৰই জানিব পৰা
গৈছে । ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷
Tuesday, 10 November 2020
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
।। জয় মা আৰু প্ৰকৃতি।। বিশ্বৰ মানৱ জাতিলৈ আহ্বান। সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে। এই সংসাৰত স্বজন কৰ্...