Wednesday, 11 November 2020

11 November, 2020 DATE-11-11_2020 বোকাখাতৰ লহেৰে চাপৰিত দুধৰ্ষ চোৰাং গড় চিকাৰী আটক । কৌশলেৰে কমাৰগাঁও আৰক্ষীয়ে লহেৰে চাপৰি মঙলবৰীয়া বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে লংগুটি দলে (৫১) নামৰ দুধৰ্ষ গড় চিকাৰীটো । কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত আৰক্ষী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুকেইটা গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিছিল বুলি আৰক্ষী সূত্ৰই জানিব পৰা গৈছে । ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷

 11 November, 2020


DATE-11-11_2020

 বোকাখাতৰ লহেৰে চাপৰিত   দুধৰ্ষ চোৰাং গড় চিকাৰী আটক ।

কৌশলেৰে কমাৰগাঁও আৰক্ষীয়ে লহেৰে চাপৰি    মঙলবৰীয়া বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে  লংগুটি দলে (৫১) নামৰ দুধৰ্ষ গড় চিকাৰীটো । কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত  আৰক্ষী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পূৰ্বতে কাজিৰঙা  ৰাষ্ট্ৰীয় উদ্যানত বহুকেইটা গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিছিল বুলি আৰক্ষী সূত্ৰই জানিব পৰা

 গৈছে । ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...