Thursday, 12 November 2020
Wednesday, 11 November 2020
11 November, 2020 DATE-11-11_2020 বোকাখাতৰ লহেৰে চাপৰিত দুধৰ্ষ চোৰাং গড় চিকাৰী আটক । কৌশলেৰে কমাৰগাঁও আৰক্ষীয়ে লহেৰে চাপৰি মঙলবৰীয়া বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে লংগুটি দলে (৫১) নামৰ দুধৰ্ষ গড় চিকাৰীটো । কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত আৰক্ষী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুকেইটা গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিছিল বুলি আৰক্ষী সূত্ৰই জানিব পৰা গৈছে । ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷
11 November, 2020
DATE-11-11_2020
বোকাখাতৰ লহেৰে চাপৰিত দুধৰ্ষ চোৰাং গড় চিকাৰী আটক ।
কৌশলেৰে কমাৰগাঁও আৰক্ষীয়ে লহেৰে চাপৰি মঙলবৰীয়া বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে লংগুটি দলে (৫১) নামৰ দুধৰ্ষ গড় চিকাৰীটো । কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত আৰক্ষী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুকেইটা গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিছিল বুলি আৰক্ষী সূত্ৰই জানিব পৰা
গৈছে । ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷
Tuesday, 10 November 2020
10 November, 2020 কৃষক বজাৰত বীজ বিতৰণ কৰিলে কৃষি বিভাগে ৷ শাক পাচলি বিক্ৰীৰ ক্ষেত্ৰত কৃষক সকলক মধ্যভোগীৰ হাতোৰাৰ পৰা উদ্ধাৰৰ উদ্দেশ্যৰে গোলাঘাটৰ এৰেঙ্গাপাৰাত স্থাপন কৰা হৈছে কৃষক বজাৰ ৷ এই বজাৰখনত কৃষকসকলে পোনপটীয়াকৈ গ্ৰাহকক উচিত মূল্যত বিক্ৰীকৰি আহিছে কৃষিজাত ফচল ৷ কৃষকক গোলাঘাটজিলা কৃষি বিভাগে খেতিৰ বাবে সময়ে সময়ে সহায় কৰি আহিছে ৷ জিলা প্ৰশাসনে কৃষিবিভাগৰ সহযোগত স্প্ৰে মেচিন বিনামূলীয়াকৈ যোগান ধৰাৰ পিছত মঙ্গলবাৰে বাদামৰ বীজ আৰু গোমধানৰ বীজ বিতৰণ কৰে ৷ এই সন্দভত জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰাই এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ আনহাতে উৎফুল্লিত কৃষকেও বিভাগটোৰ সলাগ ললে ৷ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷
10 November, 2020
কৃষক বজাৰত বীজ বিতৰণ কৰিলে কৃষি বিভাগে ৷
শাক পাচলি বিক্ৰীৰ ক্ষেত্ৰত কৃষক সকলক মধ্যভোগীৰ হাতোৰাৰ পৰা উদ্ধাৰৰ উদ্দেশ্যৰে গোলাঘাটৰ এৰেঙ্গাপাৰাত স্থাপন কৰা হৈছে কৃষক বজাৰ ৷ এই বজাৰখনত কৃষকসকলে পোনপটীয়াকৈ গ্ৰাহকক উচিত মূল্যত বিক্ৰীকৰি আহিছে কৃষিজাত ফচল ৷ কৃষকক গোলাঘাটজিলা কৃষি বিভাগে খেতিৰ বাবে সময়ে সময়ে সহায় কৰি আহিছে ৷ জিলা প্ৰশাসনে কৃষিবিভাগৰ সহযোগত স্প্ৰে মেচিন বিনামূলীয়াকৈ যোগান ধৰাৰ পিছত মঙ্গলবাৰে বাদামৰ বীজ আৰু গোমধানৰ বীজ বিতৰণ কৰে ৷ এই সন্দভত জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰাই এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ আনহাতে উৎফুল্লিত কৃষকেও বিভাগটোৰ সলাগ ললে ৷ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷
10 November, 2020 অসমৰ এক উল্লেখনীয় পীঠস্থান ৷ কৰুণা মহামাৰীৰ উপসমৰ পিছত কি পৰিৱেশ চাও আহক ৷ এইয়া অসমৰ এখন উল্লেখনীয় ধৰ্মীয় স্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ৷ বছৰৰ কেওতা দিনতেই ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰাও ভক্তৰ আগমণঘটে এই আঠখেলীয়া নামঘৰলৈ ৷ নামঘৰ নিৰ্মাণত এসময়ত সংঘটিত দুনীতিৰ অভিযোগৰ আৰু কৰুণা ভাইৰাছৰ বাবে ইয়ালৈ ভক্তৰ আগমণ লাহেলাহে কমি গৈছিল ৷ কিন্ত এতিয়া পূৰ্বৰ দৰে ইয়ালৈ ভক্তৰ আগমন পূৰ্বৰ দৰে আৰম্ভ হৈছে ৷ পৰিচালনা সমিতিৰ তত্বাৱধানত পূৰ্বৰ দৰে পুৱা ৫ বজাৰ পৰা আৰম্ভণি হয় চাৰি প্ৰসংগ ৷ এই সন্দভত পৰিচালনা সমিতিৰ সম্পাদকে এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷
10 November, 2020
অসমৰ এক উল্লেখনীয় পীঠস্থান ৷ কৰুণা মহামাৰীৰ উপসমৰ পিছত কি পৰিৱেশ চাও আহক ৷
এইয়া অসমৰ এখন উল্লেখনীয় ধৰ্মীয় স্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ৷ বছৰৰ কেওতা দিনতেই ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰাও ভক্তৰ আগমণঘটে এই আঠখেলীয়া নামঘৰলৈ ৷ নামঘৰ নিৰ্মাণত এসময়ত সংঘটিত দুনীতিৰ অভিযোগৰ আৰু কৰুণা ভাইৰাছৰ বাবে ইয়ালৈ ভক্তৰ আগমণ লাহেলাহে কমি
গৈছিল ৷ কিন্ত এতিয়া পূৰ্বৰ দৰে ইয়ালৈ ভক্তৰ আগমন পূৰ্বৰ দৰে আৰম্ভ হৈছে ৷ পৰিচালনা সমিতিৰ তত্বাৱধানত পূৰ্বৰ দৰে পুৱা ৫ বজাৰ পৰা আৰম্ভণি হয় চাৰি প্ৰসংগ ৷ এই সন্দভত পৰিচালনা সমিতিৰ সম্পাদকে এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷
Monday, 9 November 2020
09 November, 2020 কৰুণা মহামাৰিৰ বাবেই গোলাঘাটৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বন্ধ হৈ পৰা এখন ৰেষ্টুৰেণ্ট পুণৰ ন - ৰূপত সজাই আৰম্ভণি কৰা হল ৷ এইখন গোলাঘাটৰ মাজমজিয়াত থকা ভোগ হোটেল ৷ সুদিৰ্ঘ দিনৰ পিছত ন-ৰূপত সজাই পৰাই দেওবাৰে পুণৰ গ্ৰাহকৰ বাবে শুভাৰম্ভ কৰা হ’ল ৷ গই সন্দভত ৰেষ্টুৰেণ্টত খনৰ স্বত্বাধিকাৰ ৰাম স্বৰূপ চোনীয়ে এনেদৰে ৰাইজলৈ আহ্বান জনালে ৷ ::: গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৷
09 November, 2020
কৰুণা মহামাৰিৰ বাবেই গোলাঘাটৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বন্ধ হৈ পৰা এখন ৰেষ্টুৰেণ্ট পুণৰ ন - ৰূপত সজাই আৰম্ভণি কৰা হল ৷ এইখন গোলাঘাটৰ মাজমজিয়াত থকা ভোগ হোটেল ৷ সুদিৰ্ঘ দিনৰ পিছত ন-ৰূপত সজাই পৰাই দেওবাৰে পুণৰ গ্ৰাহকৰ বাবে শুভাৰম্ভ কৰা হ’ল ৷ গই সন্দভত ৰেষ্টুৰেণ্টত খনৰ স্বত্বাধিকাৰ ৰাম স্বৰূপ চোনীয়ে এনেদৰে ৰাইজলৈ আহ্বান জনালে ৷ ::: গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৷
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...