Tuesday, 10 November 2020

10 November, 2020 কৃষক বজাৰত বীজ বিতৰণ কৰিলে কৃষি বিভাগে ৷ শাক পাচলি বিক্ৰীৰ ক্ষেত্ৰত কৃষক সকলক মধ্যভোগীৰ হাতোৰাৰ পৰা উদ্ধাৰৰ উদ্দেশ্যৰে গোলাঘাটৰ এৰেঙ্গাপাৰাত স্থাপন কৰা হৈছে কৃষক বজাৰ ৷ এই বজাৰখনত কৃষকসকলে পোনপটীয়াকৈ গ্ৰাহকক উচিত মূল্যত বিক্ৰীকৰি আহিছে কৃষিজাত ফচল ৷ কৃষকক গোলাঘাটজিলা কৃষি বিভাগে খেতিৰ বাবে সময়ে সময়ে সহায় কৰি আহিছে ৷ জিলা প্ৰশাসনে কৃষিবিভাগৰ সহযোগত স্প্ৰে মেচিন বিনামূলীয়াকৈ যোগান ধৰাৰ পিছত মঙ্গলবাৰে বাদামৰ বীজ আৰু গোমধানৰ বীজ বিতৰণ কৰে ৷ এই সন্দভত জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰাই এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ আনহাতে উৎফুল্লিত কৃষকেও বিভাগটোৰ সলাগ ললে ৷ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷

 10 November, 2020


কৃষক বজাৰত বীজ বিতৰণ কৰিলে কৃষি বিভাগে ৷

শাক পাচলি বিক্ৰীৰ ক্ষেত্ৰত কৃষক সকলক মধ্যভোগীৰ হাতোৰাৰ পৰা উদ্ধাৰৰ উদ্দেশ্যৰে গোলাঘাটৰ এৰেঙ্গাপাৰাত স্থাপন কৰা হৈছে কৃষক বজাৰ ৷ এই বজাৰখনত কৃষকসকলে পোনপটীয়াকৈ গ্ৰাহকক উচিত মূল্যত বিক্ৰীকৰি আহিছে কৃষিজাত ফচল ৷ কৃষকক গোলাঘাটজিলা কৃষি বিভাগে খেতিৰ বাবে সময়ে সময়ে সহায় কৰি আহিছে ৷ জিলা প্ৰশাসনে কৃষিবিভাগৰ সহযোগত স্প্ৰে মেচিন বিনামূলীয়াকৈ যোগান ধৰাৰ পিছত মঙ্গলবাৰে বাদামৰ বীজ আৰু গোমধানৰ বীজ বিতৰণ কৰে ৷ এই সন্দভত জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰাই এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ আনহাতে উৎফুল্লিত কৃষকেও বিভাগটোৰ সলাগ ললে ৷ঃ   প্ৰকাশ শৰ্মা গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...