Tuesday, 3 November 2020
03 November, 2020 গোলাঘাট আবকাৰী বিভাগে সোমবাৰে আবেলি জামুগুৰিৰ চিপাহীবাৰিত এক বিশেষ অভিযান চলাই এটা সুৰা মাফিয়াৰ ঘৰত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।গোলাঘাটৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত যোৱা আবকাৰী দলটোৱে জামুগুৰি থানাৰ অন্তগৰ্ত চিপাহীবাৰীত অভিযান চলাই যোগেন গিৰি নামৰ এটা কুখ্যাত সুৰা মাফিয়াৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু ঘৰৰ পৰা বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। অভিযান কালত দলটোৱে দি,এচ,পি ব্লেক ৫ কেচ, এচি ব্লেক ২ কেচ, বিয়েৰ ১৪ কেচ, মস্তি স্পেচিয়েল ৩৩ কেচ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ যোগ্য যে এই সুৰা মাফিয়াটোৰ সহযোগতে সমগ্ৰ জামুগুৰি অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আছিল। বদমাচ মহা ধুৰন্ধৰ দাদাগিৰি কৰি লোকৰ বস্তু কাঢ়ি খোৱা এইটো পাখণ্ডৰ আৰু আছে অনেক কাহিনী। এও সোঁৱে-বাঁওৱে অঘোষিত দেহৰক্ষী হিচাবে কেইটামান মদাহী লগত লৈ ফূৰা যোগেন গিৰিৰ অৱশ্যে মদাহী সমাজত ডন হিছাপে পৰিচিত। ,এ,টি, এমৰ দৰে যেতিয়াই তেতিয়াই সুৰা যোগান দিব পৰা একমাত্ৰ তেওঁৱেই ব্যক্তি। প্ৰায় দহখনৰো অধিক চাহ বাগানত সুৰা যোগান ধৰা যোগেন গিৰি বৰ্তমান জামুগুৰি অঞ্চলৰ কুখ্যাত সুৰাসম্ৰাট হৈ পৰিছে। অ'ত বছৰে মাফিয়াৰাজ চলাই থকা সমাজৰ কলংক যোগেন গিৰিৰ সন্দৰ্ভত অনাগত দিনত আৱকাৰী বিভাগে আদালতত কি প্ৰতিবেদন দিয়ে সেয়াহে লক্ষণীয় হ'ব। : প্ৰকাশ শৰ্মা গোলাঘাট
03 November, 2020
গোলাঘাট আবকাৰী বিভাগে সোমবাৰে আবেলি জামুগুৰিৰ চিপাহীবাৰিত এক বিশেষ অভিযান চলাই এটা সুৰা মাফিয়াৰ ঘৰত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।গোলাঘাটৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত যোৱা আবকাৰী দলটোৱে জামুগুৰি থানাৰ অন্তগৰ্ত চিপাহীবাৰীত অভিযান চলাই যোগেন গিৰি নামৰ এটা কুখ্যাত সুৰা মাফিয়াৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু ঘৰৰ পৰা বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। অভিযান কালত দলটোৱে দি,এচ,পি ব্লেক ৫ কেচ, এচি ব্লেক ২ কেচ, বিয়েৰ ১৪ কেচ, মস্তি স্পেচিয়েল ৩৩ কেচ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ যোগ্য যে এই সুৰা মাফিয়াটোৰ সহযোগতে সমগ্ৰ জামুগুৰি অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আছিল। বদমাচ মহা ধুৰন্ধৰ দাদাগিৰি কৰি লোকৰ বস্তু কাঢ়ি খোৱা এইটো পাখণ্ডৰ আৰু আছে অনেক কাহিনী। এও সোঁৱে-বাঁওৱে অঘোষিত দেহৰক্ষী হিচাবে কেইটামান মদাহী লগত লৈ ফূৰা যোগেন গিৰিৰ অৱশ্যে মদাহী সমাজত ডন হিছাপে পৰিচিত। ,এ,টি, এমৰ দৰে যেতিয়াই তেতিয়াই সুৰা যোগান দিব পৰা একমাত্ৰ তেওঁৱেই ব্যক্তি।
প্ৰায় দহখনৰো অধিক চাহ বাগানত সুৰা যোগান ধৰা যোগেন গিৰি বৰ্তমান জামুগুৰি অঞ্চলৰ কুখ্যাত সুৰাসম্ৰাট হৈ পৰিছে। অ'ত বছৰে মাফিয়াৰাজ চলাই থকা সমাজৰ কলংক যোগেন গিৰিৰ সন্দৰ্ভত অনাগত দিনত আৱকাৰী বিভাগে আদালতত কি প্ৰতিবেদন দিয়ে সেয়াহে লক্ষণীয় হ'ব। : প্ৰকাশ শৰ্মা গোলাঘাট
Monday, 2 November 2020
02 November, 2020 গোলাঘাট ব্ৰেকিং --------- গোলাঘাটৰ আৰক্ষীয়ে সোমবাৰে দুপৰিয়া ড্ৰাগছ সহ এহাল দম্পতীক কৰায়ত্ত কৰে ৷ চনুজ আলি আৰু চৱনম খান নামৰ দম্পতীহালে এটি কণমানি শিশু সহ বৰপথাৰ দিশৰ পৰা AS-01Z 7136 নম্বৰৰ গাড়ী খনেৰে আহি থাকোতে পূৰ্বৰ পৰা খাপপিতি থকা আৰক্ষীয়ে বেঙেনাখোৱাত গাড়ীখন তালাচি চলায় আৰু বুজন পৰিমাণৰ হিৰইন উদ্ধাৰ কৰাৰ পিছত দম্পতীহালক থানালৈ লৈ যায় ৷ উল্লেখ্য যে গোলাঘাট জিলাখনত ড্ৰাগছ প্ৰকোপ বৃদ্ধি হোৱাৰ বিপৰীতে । আৰক্ষীয়েও ধাৰাবাহিক ভাবে ড্ৰগছ সহ বহু কেইটা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
02 November, 2020
গোলাঘাট ব্ৰেকিং ---------
গোলাঘাটৰ আৰক্ষীয়ে সোমবাৰে দুপৰিয়া ড্ৰাগছ সহ এহাল দম্পতীক কৰায়ত্ত কৰে ৷ চনুজ আলি আৰু চৱনম খান নামৰ দম্পতীহালে এটি কণমানি শিশু সহ বৰপথাৰ দিশৰ পৰা AS-01Z 7136 নম্বৰৰ গাড়ী খনেৰে আহি থাকোতে পূৰ্বৰ পৰা খাপপিতি থকা আৰক্ষীয়ে বেঙেনাখোৱাত গাড়ীখন তালাচি চলায় আৰু বুজন পৰিমাণৰ হিৰইন উদ্ধাৰ কৰাৰ পিছত দম্পতীহালক থানালৈ লৈ যায় ৷ উল্লেখ্য যে গোলাঘাট জিলাখনত ড্ৰাগছ
প্ৰকোপ বৃদ্ধি হোৱাৰ বিপৰীতে । আৰক্ষীয়েও ধাৰাবাহিক ভাবে ড্ৰগছ সহ বহু কেইটা
ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট
Sunday, 1 November 2020
01 November, 2020 Big breking news### গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত চোৰৰ উপদ্ৰৱ। গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত শনিবাৰে প্ৰায় .৯ বাজি ৪০ মিনিটত স্হানীয় ৰাইজে চোৰৰ উপস্থিতি উমান পাই দলে বলে ওলাই আহে যদিও চোৰ ধৰিবলৈ সক্ষম নহয়। উল্লেখ্য যে নিশা আন্ধাৰৰ সুযোগ লৈ যোৱা কেইবাদিনৰ আগৰ পৰাও চোৰে গোলাঘাট ৰ কলেজ তিনিআলি অঞ্চলটো ত সন্ত্ৰাস চলাই আহিছে বুলি জানিব পৰা গৈছে। ঘটনা স্হলীত চোৰে এৰি যোৱা কেইটামান ভৰ্টি বস্তাৰ লগতে এযোৰ হাৱাই চেন্দেল প্ৰত্যক্ষ কৰে স্হানীয় ৰাইজে। গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
01 November, 2020
Big breking news###
গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত চোৰৰ উপদ্ৰৱ।
গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত শনিবাৰে প্ৰায় .৯ বাজি ৪০ মিনিটত স্হানীয় ৰাইজে চোৰৰ উপস্থিতি উমান পাই দলে বলে ওলাই আহে যদিও চোৰ ধৰিবলৈ সক্ষম নহয়। উল্লেখ্য যে নিশা আন্ধাৰৰ সুযোগ লৈ যোৱা কেইবাদিনৰ আগৰ পৰাও চোৰে গোলাঘাট ৰ কলেজ তিনিআলি অঞ্চলটো ত সন্ত্ৰাস চলাই আহিছে বুলি জানিব পৰা গৈছে। ঘটনা স্হলীত চোৰে এৰি যোৱা কেইটামান ভৰ্টি বস্তাৰ লগতে এযোৰ হাৱাই চেন্দেল প্ৰত্যক্ষ কৰে স্হানীয় ৰাইজে।
গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
31 October, 2020 অসম বুলিলেইপৃথিৱীৰ মানচিত্ৰৰ সেউজিয়া প্ৰাকৃতিক দৃশ্যৰ এখন ৰাজ্য ৷এক মনোৰম পৰিবেশ ৷ সম্প্ৰতি পয্যতকৰ বাবে মুকলি কৰা হৈছে এই মনোৰম উদ্যানখন ৷ গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৰ কাৰ্বিআংলংৰ এলেকাত আছে বিখ্যাত গৰমপানী উঁহ ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নামবৰ অভয়াৰণ্যৰ মাজত এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত থকা এই গৰমপানী উহে ৰিঙিয়াই মাতে দেশী বিদেশী পয্যটকক ৷ এই উহঁটোলৈ যোৱা পথত দূৰদৰ্শী ইংৰাজে নিৰ্মাণ কৰা লোৰ দলংখন আজিও অক্ষত অৱস্থাত পযক্ষটকে অহাযোৱা কৰি আছে ৷কাৰ্বি প্ৰশাসনে দেৱালেৰে বেৰা দি ৰখা উহঁটোৰ কাষতে নামবৰ নদীৰ ওপৰত নিৰ্মাণ কৰি দিছে এখন ওলোমা দলং ৷ কাষতে থকা দুমহলীয়া জিৰণি ঘৰটোত উঠি সকলোবোৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি ৷ ক’ভিড-১৯ ৰ আতংকৰ বাবে বহুদিন ধৰি পয্যতকৰ বাবে বন্ধহৈ আছিল এই উহঁটো ৷ কিন্ত এতিয়া দেশী বিদেশী পয্যতকৰ বাবে সু খবৰ ৷ যোৱা এই গৰমপানী উহটো পয্যটকৰ বাবে ২৩ অক্টোবৰৰ পৰা মুকলি কৰা হৈছে ৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ গোলাঘাট
31 October, 2020
অসম বুলিলেইপৃথিৱীৰ মানচিত্ৰৰ সেউজিয়া প্ৰাকৃতিক দৃশ্যৰ এখন ৰাজ্য ৷এক মনোৰম পৰিবেশ ৷ সম্প্ৰতি পয্যতকৰ বাবে মুকলি কৰা হৈছে এই মনোৰম উদ্যানখন ৷
গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৰ কাৰ্বিআংলংৰ এলেকাত আছে বিখ্যাত গৰমপানী উঁহ ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নামবৰ অভয়াৰণ্যৰ মাজত এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত থকা এই গৰমপানী উহে ৰিঙিয়াই মাতে দেশী বিদেশী পয্যটকক ৷ এই উহঁটোলৈ যোৱা পথত দূৰদৰ্শী ইংৰাজে নিৰ্মাণ কৰা লোৰ দলংখন আজিও অক্ষত অৱস্থাত পযক্ষটকে অহাযোৱা কৰি আছে ৷কাৰ্বি প্ৰশাসনে দেৱালেৰে বেৰা দি ৰখা উহঁটোৰ কাষতে নামবৰ নদীৰ ওপৰত নিৰ্মাণ কৰি দিছে এখন ওলোমা দলং ৷ কাষতে থকা দুমহলীয়া জিৰণি ঘৰটোত উঠি সকলোবোৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি ৷
ক’ভিড-১৯ ৰ আতংকৰ বাবে বহুদিন ধৰি পয্যতকৰ বাবে বন্ধহৈ আছিল এই উহঁটো ৷ কিন্ত এতিয়া দেশী বিদেশী পয্যতকৰ বাবে সু খবৰ ৷ যোৱা এই গৰমপানী উহটো পয্যটকৰ বাবে ২৩ অক্টোবৰৰ পৰা মুকলি কৰা হৈছে ৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ গোলাঘাট
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
।। জয় মা আৰু প্ৰকৃতি।। বিশ্বৰ মানৱ জাতিলৈ আহ্বান। সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে। এই সংসাৰত স্বজন কৰ্...