Monday, 2 November 2020

02 November, 2020 গোলাঘাট ব্ৰেকিং --------- গোলাঘাটৰ আৰক্ষীয়ে সোমবাৰে দুপৰিয়া ড্ৰাগছ সহ এহাল দম্পতীক কৰায়ত্ত কৰে ৷ চনুজ আলি আৰু চৱনম খান নামৰ দম্পতীহালে এটি কণমানি শিশু সহ বৰপথাৰ দিশৰ পৰা AS-01Z 7136 নম্বৰৰ গাড়ী খনেৰে আহি থাকোতে পূৰ্বৰ পৰা খাপপিতি থকা আৰক্ষীয়ে বেঙেনাখোৱাত গাড়ীখন তালাচি চলায় আৰু বুজন পৰিমাণৰ হিৰইন উদ্ধাৰ কৰাৰ পিছত দম্পতীহালক থানালৈ লৈ যায় ৷ উল্লেখ্য যে গোলাঘাট জিলাখনত ড্ৰাগছ প্ৰকোপ বৃদ্ধি হোৱাৰ বিপৰীতে । আৰক্ষীয়েও ধাৰাবাহিক ভাবে ড্ৰগছ সহ বহু কেইটা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট

 02 November, 2020


গোলাঘাট ব্ৰেকিং ---------


গোলাঘাটৰ আৰক্ষীয়ে সোমবাৰে দুপৰিয়া ড্ৰাগছ সহ এহাল দম্পতীক কৰায়ত্ত কৰে ৷ চনুজ আলি আৰু চৱনম খান নামৰ দম্পতীহালে এটি কণমানি শিশু সহ বৰপথাৰ দিশৰ পৰা AS-01Z 7136 নম্বৰৰ গাড়ী খনেৰে আহি থাকোতে পূৰ্বৰ পৰা খাপপিতি থকা আৰক্ষীয়ে বেঙেনাখোৱাত গাড়ীখন তালাচি চলায় আৰু বুজন পৰিমাণৰ হিৰইন উদ্ধাৰ কৰাৰ পিছত দম্পতীহালক থানালৈ লৈ যায় ৷ উল্লেখ্য যে গোলাঘাট জিলাখনত ড্ৰাগছ  

প্ৰকোপ বৃদ্ধি হোৱাৰ বিপৰীতে  । আৰক্ষীয়েও ধাৰাবাহিক ভাবে ড্ৰগছ সহ বহু কেইটা

 ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে ৷ ::

প্ৰকাশ শৰ্মা গোলাঘাট


02 November, 2020Covid19 Assam and actions taken as on 01/11/2020.

02 November, 2020

Covid19 Assam and actions taken as on 01/11/2020.

Sunday, 1 November 2020

01 NOVEMBER, 2020Covid19 Assam and actions taken as on 31/10/2020.

01 NOVEMBER, 2020

Covid19 Assam and actions taken as on 31/10/2020.

01 November, 2020 Big breking news### গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত চোৰৰ উপদ্ৰৱ। গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত শনিবাৰে প্ৰায় .৯ বাজি ৪০ মিনিটত স্হানীয় ৰাইজে চোৰৰ উপস্থিতি উমান পাই দলে বলে ওলাই আহে যদিও চোৰ ধৰিবলৈ সক্ষম নহয়। উল্লেখ্য যে নিশা আন্ধাৰৰ সুযোগ লৈ যোৱা কেইবাদিনৰ আগৰ পৰাও চোৰে গোলাঘাট ৰ কলেজ তিনিআলি অঞ্চলটো ত সন্ত্ৰাস চলাই আহিছে বুলি জানিব পৰা গৈছে। ঘটনা স্হলীত চোৰে এৰি যোৱা কেইটামান ভৰ্টি বস্তাৰ লগতে এযোৰ হাৱাই চেন্দেল প্ৰত্যক্ষ কৰে স্হানীয় ৰাইজে। গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 01 November, 2020


Big breking news###


গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত চোৰৰ উপদ্ৰৱ।

 গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত শনিবাৰে  প্ৰায় .৯ বাজি ৪০ মিনিটত স্হানীয় ৰাইজে চোৰৰ উপস্থিতি উমান পাই দলে বলে ওলাই আহে যদিও চোৰ ধৰিবলৈ সক্ষম নহয়। উল্লেখ্য যে নিশা আন্ধাৰৰ সুযোগ লৈ যোৱা কেইবাদিনৰ আগৰ পৰাও চোৰে গোলাঘাট ৰ কলেজ তিনিআলি অঞ্চলটো ত সন্ত্ৰাস চলাই আহিছে বুলি জানিব পৰা গৈছে। ঘটনা স্হলীত চোৰে এৰি যোৱা কেইটামান ভৰ্টি বস্তাৰ লগতে এযোৰ হাৱাই চেন্দেল প্ৰত্যক্ষ কৰে  স্হানীয় ৰাইজে।

গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


31 October, 2020 অসম বুলিলেইপৃথিৱীৰ মানচিত্ৰৰ সেউজিয়া প্ৰাকৃতিক দৃশ্যৰ এখন ৰাজ্য ৷এক মনোৰম পৰিবেশ ৷ সম্প্ৰতি পয্যতকৰ বাবে মুকলি কৰা হৈছে এই মনোৰম উদ্যানখন ৷ গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৰ কাৰ্বিআংলংৰ এলেকাত আছে বিখ্যাত গৰমপানী উঁহ ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নামবৰ অভয়াৰণ্যৰ মাজত এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত থকা এই গৰমপানী উহে ৰিঙিয়াই মাতে দেশী বিদেশী পয্যটকক ৷ এই উহঁটোলৈ যোৱা পথত দূৰদৰ্শী ইংৰাজে নিৰ্মাণ কৰা লোৰ দলংখন আজিও অক্ষত অৱস্থাত পযক্ষটকে অহাযোৱা কৰি আছে ৷কাৰ্বি প্ৰশাসনে দেৱালেৰে বেৰা দি ৰখা উহঁটোৰ কাষতে নামবৰ নদীৰ ওপৰত নিৰ্মাণ কৰি দিছে এখন ওলোমা দলং ৷ কাষতে থকা দুমহলীয়া জিৰণি ঘৰটোত উঠি সকলোবোৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি ৷ ক’ভিড-১৯ ৰ আতংকৰ বাবে বহুদিন ধৰি পয্যতকৰ বাবে বন্ধহৈ আছিল এই উহঁটো ৷ কিন্ত এতিয়া দেশী বিদেশী পয্যতকৰ বাবে সু খবৰ ৷ যোৱা এই গৰমপানী উহটো পয্যটকৰ বাবে ২৩ অক্টোবৰৰ পৰা মুকলি কৰা হৈছে ৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ গোলাঘাট

 31 October, 2020


অসম বুলিলেইপৃথিৱীৰ মানচিত্ৰৰ সেউজিয়া প্ৰাকৃতিক দৃশ্যৰ এখন ৰাজ্য ৷এক মনোৰম পৰিবেশ  ৷   সম্প্ৰতি পয্যতকৰ বাবে মুকলি কৰা হৈছে এই মনোৰম উদ্যানখন ৷


গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৰ কাৰ্বিআংলংৰ এলেকাত আছে বিখ্যাত গৰমপানী উঁহ ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নামবৰ অভয়াৰণ্যৰ মাজত এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত থকা এই গৰমপানী উহে ৰিঙিয়াই মাতে দেশী বিদেশী পয্যটকক ৷ এই উহঁটোলৈ যোৱা পথত দূৰদৰ্শী ইংৰাজে নিৰ্মাণ কৰা লোৰ দলংখন আজিও অক্ষত অৱস্থাত পযক্ষটকে অহাযোৱা কৰি আছে ৷কাৰ্বি প্ৰশাসনে দেৱালেৰে বেৰা দি ৰখা উহঁটোৰ কাষতে নামবৰ নদীৰ ওপৰত নিৰ্মাণ কৰি দিছে এখন ওলোমা দলং ৷ কাষতে থকা দুমহলীয়া জিৰণি ঘৰটোত উঠি সকলোবোৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি ৷

ক’ভিড-১৯ ৰ আতংকৰ বাবে বহুদিন ধৰি পয্যতকৰ বাবে বন্ধহৈ আছিল এই উহঁটো ৷ কিন্ত এতিয়া দেশী বিদেশী পয্যতকৰ বাবে সু খবৰ ৷ যোৱা  এই গৰমপানী উহটো পয্যটকৰ বাবে  ২৩ অক্টোবৰৰ পৰা মুকলি কৰা হৈছে ৷


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ  গোলাঘাট


Friday, 30 October 2020

30 October, 2020 আজি লক্ষ্মীপূজা ৷ হিন্দুৰ নীতি নিয়ম অনুযায়ী বিভিন্ন ঠাইৰ লগতে গোলাঘাট বিভিন্ন পূজা মণ্ডপ ; ঘৰে ঘৰে আৰু ৰাজহুৱাভাৱে মা লক্ষ্মীৰ পূজা কৰা দেখা গৈছে এইয়া গোলাঘাটৰ কমাৰবন্ধাৰ ন-পমুৱা কুমাৰ গাওঁ তিনিআলিৰ দৃশ্য ৰাইজে বিগত বৰ্ষৰ দৰে এইবাৰো মা লক্ষ্মীৰ পূজাত ব্যস্ত হোৱা দেখা গৈছে ৷ আনহাতে শালিকীহাটৰ দ-বৰাহী গাঁৱতো এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে ৰাজহুৱাভাৱে লক্ষ্মীপূজা কৰা দেখা গৈছে ৷ : গোলাঘাট পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 30 October, 2020


আজি লক্ষ্মীপূজা ৷ হিন্দুৰ নীতি নিয়ম অনুযায়ী বিভিন্ন ঠাইৰ লগতে গোলাঘাট বিভিন্ন পূজা মণ্ডপ ; ঘৰে ঘৰে আৰু ৰাজহুৱাভাৱে মা লক্ষ্মীৰ পূজা কৰা দেখা গৈছে  এইয়া গোলাঘাটৰ কমাৰবন্ধাৰ ন-পমুৱা কুমাৰ গাওঁ তিনিআলিৰ দৃশ্য ৰাইজে বিগত বৰ্ষৰ দৰে এইবাৰো মা লক্ষ্মীৰ পূজাত ব্যস্ত হোৱা দেখা গৈছে ৷ আনহাতে শালিকীহাটৰ দ-বৰাহী গাঁৱতো এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে ৰাজহুৱাভাৱে লক্ষ্মীপূজা কৰা দেখা গৈছে ৷ :  গোলাঘাট পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...