Friday, 30 October 2020

30 October, 2020 আজি লক্ষ্মীপূজা ৷ হিন্দুৰ নীতি নিয়ম অনুযায়ী বিভিন্ন ঠাইৰ লগতে গোলাঘাট বিভিন্ন পূজা মণ্ডপ ; ঘৰে ঘৰে আৰু ৰাজহুৱাভাৱে মা লক্ষ্মীৰ পূজা কৰা দেখা গৈছে এইয়া গোলাঘাটৰ কমাৰবন্ধাৰ ন-পমুৱা কুমাৰ গাওঁ তিনিআলিৰ দৃশ্য ৰাইজে বিগত বৰ্ষৰ দৰে এইবাৰো মা লক্ষ্মীৰ পূজাত ব্যস্ত হোৱা দেখা গৈছে ৷ আনহাতে শালিকীহাটৰ দ-বৰাহী গাঁৱতো এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে ৰাজহুৱাভাৱে লক্ষ্মীপূজা কৰা দেখা গৈছে ৷ : গোলাঘাট পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 30 October, 2020


আজি লক্ষ্মীপূজা ৷ হিন্দুৰ নীতি নিয়ম অনুযায়ী বিভিন্ন ঠাইৰ লগতে গোলাঘাট বিভিন্ন পূজা মণ্ডপ ; ঘৰে ঘৰে আৰু ৰাজহুৱাভাৱে মা লক্ষ্মীৰ পূজা কৰা দেখা গৈছে  এইয়া গোলাঘাটৰ কমাৰবন্ধাৰ ন-পমুৱা কুমাৰ গাওঁ তিনিআলিৰ দৃশ্য ৰাইজে বিগত বৰ্ষৰ দৰে এইবাৰো মা লক্ষ্মীৰ পূজাত ব্যস্ত হোৱা দেখা গৈছে ৷ আনহাতে শালিকীহাটৰ দ-বৰাহী গাঁৱতো এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে ৰাজহুৱাভাৱে লক্ষ্মীপূজা কৰা দেখা গৈছে ৷ :  গোলাঘাট পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...