Wednesday, 28 October 2020
28 October, 2020 গোলাঘাটৰ আৰক্ষীয়ে বুধবাৰে চহৰৰ বাটা চাৰ্কোলত এক সাংস্কৃতিক কায্যসূচী সম্পন্ন কৰে ৷ আৰক্ষীবিষয়া উৎপল চেকনিধৰাই এই কায্যসূচী আতঁ ধৰি নিজে লিখা এটা কবিতা আবৃত্তি কৰাৰ পিছত সুন্দৰ গীত বাদ্যযন্ত্ৰৰ লহৰে চৌদিশ মুখৰিত কৰি তুলে ৷ আৰক্ষী- আৰু জনসাধাৰণৰ সু সম্পৰ্কৰ বাবে ৰূপায়ন কৰা এই কায্যসূচী বাটৰুৱাই মুগ্ধ হৈ ৰ’ লাগি ছোৱা দেখাগল ৷গই কায্যসূচীত উচ্চপদস্থ আৰক্ষী বিষয়া সকলেও সহযোগিতা আগ বঢ়ায় ৷ : গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
28 October, 2020
গোলাঘাটৰ আৰক্ষীয়ে বুধবাৰে চহৰৰ বাটা চাৰ্কোলত এক সাংস্কৃতিক কায্যসূচী সম্পন্ন কৰে ৷ আৰক্ষীবিষয়া উৎপল চেকনিধৰাই এই কায্যসূচী আতঁ ধৰি নিজে লিখা এটা কবিতা আবৃত্তি কৰাৰ পিছত সুন্দৰ গীত বাদ্যযন্ত্ৰৰ লহৰে চৌদিশ মুখৰিত কৰি তুলে ৷ আৰক্ষী- আৰু জনসাধাৰণৰ সু সম্পৰ্কৰ বাবে ৰূপায়ন কৰা এই কায্যসূচী বাটৰুৱাই মুগ্ধ হৈ ৰ’ লাগি ছোৱা দেখাগল ৷গই কায্যসূচীত উচ্চপদস্থ আৰক্ষী বিষয়া সকলেও সহযোগিতা আগ বঢ়ায় ৷ : গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
Tuesday, 27 October 2020
Monday, 26 October 2020
26 October, 2020 আজি বিজয়া দশমী । বিজয়া দশমীৰ দিনা গোলাঘাট চহৰত আনন্দৰ বন্যা । মা দুৰ্গাৰ আৰ্শীষ লৈ যুৱতী মহিলা ভক্ত প্ৰাণ ৰাইজে দেৱী দুৰ্গাৰ প্ৰতিমাক বিসৰ্জন দিয়াৰ প্ৰাকক্ষণত শেষবাৰৰ বাবে সকলোৱে দেৱী মা চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ায়। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
26 October, 2020
আজি বিজয়া দশমী । বিজয়া দশমীৰ দিনা গোলাঘাট চহৰত আনন্দৰ বন্যা । মা দুৰ্গাৰ আৰ্শীষ লৈ যুৱতী মহিলা ভক্ত প্ৰাণ ৰাইজে দেৱী দুৰ্গাৰ প্ৰতিমাক বিসৰ্জন দিয়াৰ প্ৰাকক্ষণত শেষবাৰৰ বাবে সকলোৱে দেৱী মা চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ায়।
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
26 October, 2020 আজি বিজয়া দশমী ৷ দুৰ্গতি নাশিনী দুৰ্গাক বিদায়ৰ বাবে গোলাঘাটৰ পূজা মণ্ডপত পুৱা ভক্তই শাৰি পাতিলেহি এইয়া নৱগ্ৰহ মন্দিৰৰ দৃশ্য ৷ শাৰদীয় এই কেইটা দিনত ভক্তগণে দেৱী দুৰ্গাক পূজা অৰ্চনা কৰাৰ পিছত আজি পুৱা ভক্ত সকলে শান্তি পানী গ্ৰহণ কৰি মণ্ডপত আয়তিৰ নাম ; সংখ ঘণ্টা উৰুলী ৰ মাআত পূজাৰীৰ শুভ আৰ্ষীষৰে দেৱী দুৰ্গাক বিদায় জনালে ৷ দেৱীৰ মৃন্ময় মূৰ্ত্তি সমূহ ধনশিৰি নদীত বিষৰ্জন দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট
26 October, 2020
আজি বিজয়া দশমী ৷ দুৰ্গতি নাশিনী দুৰ্গাক বিদায়ৰ বাবে গোলাঘাটৰ পূজা মণ্ডপত পুৱা ভক্তই শাৰি পাতিলেহি এইয়া নৱগ্ৰহ মন্দিৰৰ দৃশ্য ৷ শাৰদীয় এই কেইটা দিনত ভক্তগণে দেৱী দুৰ্গাক পূজা অৰ্চনা কৰাৰ পিছত আজি পুৱা ভক্ত সকলে শান্তি পানী গ্ৰহণ কৰি মণ্ডপত আয়তিৰ নাম ; সংখ ঘণ্টা উৰুলী ৰ মাআত পূজাৰীৰ শুভ আৰ্ষীষৰে দেৱী দুৰ্গাক বিদায় জনালে ৷ দেৱীৰ মৃন্ময় মূৰ্ত্তি সমূহ ধনশিৰি নদীত বিষৰ্জন দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট
26 October, 2020 এজন সাধাৰণ নাগৰিক ৷ বাৰেবাৰে তেওঁ স্মৰণ কৰিছে এগৰাকী কেবিনেট মণ্ত্ৰীক ৷ কিন্ত কিয় ? গোলাঘাটৰ ফৰকাটিংৰ টিৰুৱাল গাঁৱৰ মগবুল আলী ওৰফে দছ ৷ এও ঘৰে ঘৰে বিদ্যুতৰ ৱায়াৰিং ; পানীমটৰ ভালকৰা আদি কাম কৰে ৷ কায্যত তেও এজন নামথকা ইলেকট্ৰিকচিয়ান ৷ এওৰ আছে এক দলীয় পৰিচয়ও ৷ মন্ত্ৰী অতুল বৰাৰ অতি প্ৰিয়পাত্ৰ দছ ৷ অগপৰ বেয়া দিনতো তেও সঙ্গ এৰা নাছিল অতুল বৰাৰ ৷ বৰাই গোলাঘাট সমষ্টি ত্যাগ কৰি বোকাখাটলৈ গল ৷ তথাপিও তেও চিঞৰি থাকিল “ অতুলবৰা জিন্দাবাদ” ৷ অগপ জিন্দাবাদ ৷কিছূদিনৰ আগৰেপৰা দছ লিভাৰজনিত ৰোগ আৰু আন ৰোগত ভোগী শয্যাশায়ী হৈ আছে ৷ ৰোগাক্ৰান্ত দেহাৰেই দছে মন্ত্ৰী অতুল বৰাক সাংবাদিকৰ যোগেদি এক বাৰ্তা প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে দছক মাজেমধ্যে মণ্তী অতুলবৰাই আৰ্থিক সাহায্যও দিছে ৷ কিন্ত আৰ্থিক অনাতনৰ বাবে চিকিৎসাও আধাতে সামৰিবলগা হয় ৷ বহুবছৰ ধৰি মকবুল ওৰফে দছে অগপ দলৰ কাম কৰিলে ৷ গোলাঘাটৰ অগপৰ একাংশ নেতা কোটিপতি হ’ল ৷অগাধ সম্পত্তিৰ মালিক হল ৷ কিন্ত মকবুলে বহুবাৰ আবেদন কৰিও পোৱানাই এটা চৰকাৰি বাসস্থান ৷ মন্ত্ৰী অতুল বৰাইআগবঢ়োৱা সাত হেজাৰ টকা চিকিৎসাৎ ব্যয় হল ৷ জীৱনৰ আধা বয়স আঞ্চলিকতাবাদতে গল ৷ সেয়েহে এতিয়া ধনৰ অভাৱত ভোগী পত্নী বুলি বেগমে ৰাইজলৈ সহায় ভীক্ষা কৰিছে ৷ সদাসয় ব্যক্তিয়ে অসম গ্ৰামীন বিকাশ বেংকৰ গোলাঘাট শাখাৰ 722 0010063744 একাউণ্টনং :IFSC ক’ড UTBI 0RRBAGB নম্বৰত আৰ্থিক সাহায্য আহ্বান কৰিছে ৷ যোগাযোগ নম্বৰ প্ৰকাশ শৰ্মা গোলাঘাট
26 October, 2020
এজন সাধাৰণ নাগৰিক ৷ বাৰেবাৰে তেওঁ স্মৰণ কৰিছে
এগৰাকী কেবিনেট মণ্ত্ৰীক ৷ কিন্ত কিয় ?
গোলাঘাটৰ ফৰকাটিংৰ টিৰুৱাল গাঁৱৰ মগবুল আলী ওৰফে দছ ৷ এও ঘৰে ঘৰে বিদ্যুতৰ ৱায়াৰিং ; পানীমটৰ ভালকৰা আদি কাম কৰে ৷ কায্যত তেও এজন নামথকা ইলেকট্ৰিকচিয়ান ৷ এওৰ আছে এক দলীয় পৰিচয়ও ৷ মন্ত্ৰী অতুল বৰাৰ অতি প্ৰিয়পাত্ৰ দছ ৷ অগপৰ বেয়া দিনতো তেও সঙ্গ এৰা নাছিল অতুল বৰাৰ ৷ বৰাই গোলাঘাট সমষ্টি ত্যাগ কৰি বোকাখাটলৈ গল ৷ তথাপিও তেও চিঞৰি থাকিল “ অতুলবৰা জিন্দাবাদ” ৷ অগপ জিন্দাবাদ ৷কিছূদিনৰ আগৰেপৰা দছ লিভাৰজনিত
ৰোগ আৰু আন ৰোগত ভোগী শয্যাশায়ী হৈ আছে ৷ ৰোগাক্ৰান্ত দেহাৰেই দছে মন্ত্ৰী অতুল বৰাক সাংবাদিকৰ যোগেদি এক বাৰ্তা প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে দছক মাজেমধ্যে মণ্তী অতুলবৰাই আৰ্থিক সাহায্যও দিছে ৷ কিন্ত আৰ্থিক অনাতনৰ বাবে চিকিৎসাও আধাতে সামৰিবলগা হয় ৷ বহুবছৰ ধৰি মকবুল ওৰফে দছে অগপ দলৰ কাম কৰিলে ৷ গোলাঘাটৰ অগপৰ একাংশ নেতা কোটিপতি হ’ল ৷অগাধ সম্পত্তিৰ মালিক হল ৷ কিন্ত মকবুলে বহুবাৰ আবেদন কৰিও পোৱানাই এটা চৰকাৰি বাসস্থান ৷ মন্ত্ৰী অতুল বৰাইআগবঢ়োৱা সাত হেজাৰ টকা চিকিৎসাৎ ব্যয় হল ৷ জীৱনৰ আধা বয়স আঞ্চলিকতাবাদতে গল ৷ সেয়েহে এতিয়া ধনৰ অভাৱত ভোগী পত্নী বুলি বেগমে ৰাইজলৈ সহায় ভীক্ষা কৰিছে ৷ সদাসয় ব্যক্তিয়ে অসম গ্ৰামীন বিকাশ বেংকৰ গোলাঘাট শাখাৰ 722 0010063744 একাউণ্টনং :IFSC ক’ড UTBI 0RRBAGB নম্বৰত আৰ্থিক সাহায্য আহ্বান কৰিছে ৷ যোগাযোগ নম্বৰ প্ৰকাশ শৰ্মা গোলাঘাট
Sunday, 25 October 2020
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...