Wednesday, 28 October 2020

28 October, 2020 গোলাঘাটৰ আৰক্ষীয়ে বুধবাৰে চহৰৰ বাটা চাৰ্কোলত এক সাংস্কৃতিক কায্যসূচী সম্পন্ন কৰে ৷ আৰক্ষীবিষয়া উৎপল চেকনিধৰাই এই কায্যসূচী আতঁ ধৰি নিজে লিখা এটা কবিতা আবৃত্তি কৰাৰ পিছত সুন্দৰ গীত বাদ্যযন্ত্ৰৰ লহৰে চৌদিশ মুখৰিত কৰি তুলে ৷ আৰক্ষী- আৰু জনসাধাৰণৰ সু সম্পৰ্কৰ বাবে ৰূপায়ন কৰা এই কায্যসূচী বাটৰুৱাই মুগ্ধ হৈ ৰ’ লাগি ছোৱা দেখাগল ৷গই কায্যসূচীত উচ্চপদস্থ আৰক্ষী বিষয়া সকলেও সহযোগিতা আগ বঢ়ায় ৷ : গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট

 28 October, 2020


গোলাঘাটৰ আৰক্ষীয়ে বুধবাৰে চহৰৰ বাটা চাৰ্কোলত এক সাংস্কৃতিক কায্যসূচী সম্পন্ন কৰে ৷ আৰক্ষীবিষয়া উৎপল চেকনিধৰাই এই কায্যসূচী আতঁ ধৰি নিজে লিখা এটা কবিতা আবৃত্তি কৰাৰ পিছত সুন্দৰ গীত বাদ্যযন্ত্ৰৰ লহৰে চৌদিশ মুখৰিত কৰি তুলে ৷ আৰক্ষী- আৰু জনসাধাৰণৰ সু সম্পৰ্কৰ বাবে ৰূপায়ন কৰা এই কায্যসূচী বাটৰুৱাই মুগ্ধ হৈ ৰ’ লাগি ছোৱা দেখাগল ৷গই কায্যসূচীত উচ্চপদস্থ আৰক্ষী বিষয়া সকলেও সহযোগিতা আগ বঢ়ায় ৷ :  গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...