Monday, 26 October 2020

26 October, 2020 আজি বিজয়া দশমী । বিজয়া দশমীৰ দিনা গোলাঘাট চহৰত আনন্দৰ বন্যা । মা দুৰ্গাৰ আৰ্শীষ লৈ যুৱতী মহিলা ভক্ত প্ৰাণ ৰাইজে দেৱী দুৰ্গাৰ প্ৰতিমাক বিসৰ্জন দিয়াৰ প্ৰাকক্ষণত শেষবাৰৰ বাবে সকলোৱে দেৱী মা চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ায়। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট

 26 October, 2020


আজি বিজয়া দশমী । বিজয়া দশমীৰ দিনা গোলাঘাট চহৰত আনন্দৰ বন্যা । মা দুৰ্গাৰ আৰ্শীষ লৈ যুৱতী মহিলা  ভক্ত প্ৰাণ ৰাইজে দেৱী দুৰ্গাৰ প্ৰতিমাক বিসৰ্জন দিয়াৰ প্ৰাকক্ষণত শেষবাৰৰ বাবে সকলোৱে দেৱী মা চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ায়।


গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...