Friday, 23 October 2020

23 October, 2020 এতিয়া দুৰ্গা পূজাৰ বতৰ ৷ প্ৰকৃতিয়ে ধৰালৈ শাৰদৰ বতৰা আনিলে যদিও জীৱশ্ৰেষ্ঠ মানৱ সমাজলৈ আহিল অণ্যএক কালান্তৰ পৰিবেশ ৷ কৰুণা ভাইৰাছে এইবাৰ পয়মাল ঘটালে দুৰ্গোৎসৱৰ ৷ পূজামণ্ডপত দুৰ্গতিনাশিনী মা দুৰ্গাৰ প্ৰতীমা প্ৰতিষ্ঠাৰ সময়ৰে পৰা পোৰোহিতৰ মঙ্গল ধ্বনি মণ্ত্ৰ উচ্চাৰণে মণ্ডপসমৃহত দেৱীদুৰ্গাৰ পূজা অৰ্চনা আৰম্ভ হৈছে ৷ অনুকুল পৰিবেশ থকাহলে যোৰহাটৰ মাধু ?ওৰফে মীনাক্ষীক দেখাগ’ল হেতেন শোসোভীত৷ পূজা মণ্ডপত কিন্ত এইবাৰ পূজাৰ পৰিবেশ ম্লান সেয়েহে ঘৰতে বহি যোৰহাটৰ ১নং কেন্দুগুৰি ব্ৰাহ্মণ গাঁৱৰ নামতী মীনাক্ষী বৰবৰাই আৰম্ভ কৰিছে দুৰ্গতি নাশিনীৰ বন্দনা ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট

 23 October, 2020


এতিয়া দুৰ্গা পূজাৰ বতৰ ৷ প্ৰকৃতিয়ে ধৰালৈ শাৰদৰ বতৰা আনিলে যদিও  জীৱশ্ৰেষ্ঠ মানৱ সমাজলৈ আহিল অণ্যএক কালান্তৰ পৰিবেশ  ৷ কৰুণা ভাইৰাছে এইবাৰ পয়মাল ঘটালে দুৰ্গোৎসৱৰ ৷ পূজামণ্ডপত দুৰ্গতিনাশিনী মা দুৰ্গাৰ প্ৰতীমা প্ৰতিষ্ঠাৰ সময়ৰে পৰা পোৰোহিতৰ মঙ্গল ধ্বনি মণ্ত্ৰ উচ্চাৰণে মণ্ডপসমৃহত দেৱীদুৰ্গাৰ পূজা অৰ্চনা আৰম্ভ হৈছে ৷  অনুকুল পৰিবেশ থকাহলে যোৰহাটৰ  মাধু ?ওৰফে মীনাক্ষীক দেখাগ’ল হেতেন শোসোভীত৷ পূজা মণ্ডপত কিন্ত এইবাৰ পূজাৰ পৰিবেশ ম্লান সেয়েহে ঘৰতে বহি  যোৰহাটৰ  ১নং কেন্দুগুৰি ব্ৰাহ্মণ গাঁৱৰ নামতী মীনাক্ষী বৰবৰাই  আৰম্ভ কৰিছে দুৰ্গতি নাশিনীৰ বন্দনা ৷ :: প্ৰকাশ শৰ্মা  গোলাঘাট


Tuesday, 20 October 2020

20 October, 2020Covid19 Assam and actions taken as on 19/10/2020.

20 October, 2020

Covid19 Assam and actions taken as on 19/10/2020.

20 October, 2020 কৰ্ম নকৰি ঘৰত বহি থাকিলেহে নিবনুৱা হয় শিক্ষিত হৈ ও নিজ কৰ্মৰ দ্বাৰা স্বাৱলম্বিতাৰে নিবনুৱাক আদৰ্শ দেখুৱাইছে গোলাঘাটৰ মৰঙীৰ এজন য়ুৱকে ৷ গোলাঘাট জিলাৰ মৰঙীৰ সাৰ গাঁৱৰ চুৰেণ বৰাৰ পুত্ৰ এইজন যুৱক ৰিতুল বৰা ৷ শিক্ষিত নিবনুৱা যুৱক ৰিতুলে আন যুৱক যুৱতীৰ দৰে চৰকাৰি চাকৰিৰ পিছত দৌৰি নেথাকি নিজকৰ্মৰ দ্বাৰা এক বৃহৎ ব্যৱসায় গঢ়ি তুলি নিবনুৱা যুৱক যুৱতীৰ বাবে এক আদৰ্শ হৈ পৰিছে ৷ ৰিতুলে ২০১০ চনত প্ৰথমে ৩০ হেজাৰটকাৰ মূলধনেৰে আৰম্ভণি কৰিছিল এখন ব্ৰইলাৰ মূৰ্গীৰ ফাৰ্ম ৷ ফাৰ্ম খনৰ পৰা উন্নতিকৰি তেও পৃথক স্হানত গঢ়িতুলিলে ৪২খনকৈ ব্ৰইলাৰ ফাৰ্ম ৷ ইয়াৰ সামান্তৰালভাবে তেও পাতিহাঁহ ; ৰাজহাঁহ ; দেশীমুৰ্গী ; টাৰকি ; টিটৌচৰাই ও পালন কৰিছে ৷ ৰিতুলে সেই খিনি মাতিতেই উন্নত প্ৰজাতিৰ গাহৰি আৰু ছাগলী ও প্ৰতিপালন কৰাৰ লগতে আছে বহু কেইটা ফিছাৰি ৷ ৰৌ ; বাহু ; কুহী ; চন্দা ; গ্ৰাছকাপ আদি মাছ পালন কৰিছে ৷ এসময়ৰ নিবনুৱা যুৱক ৰিতুলৰ এতিয়া বাৰ্ষিক আয় ৬ ৰ পৰা ৭ লাখ টকা পয্যন্ত ৷ এই সমূহ চোৱাছিতা কৰিবৰ বাবে তেও নিজে শ্ৰম কৰাৰ লগতে ১০টাৰো অধিক পৰিয়ালক সংস্থাপন দিছে ৷ ঃ গোলাঘাতৰ মৰঙীৰ পৰা কল্পনা ফুকনৰ ৰিপ’ট ৷ NORTHEAST NEWS INDIA

 20 October, 2020


কৰ্ম নকৰি ঘৰত বহি থাকিলেহে নিবনুৱা হয় 

শিক্ষিত হৈ ও নিজ কৰ্মৰ দ্বাৰা

স্বাৱলম্বিতাৰে নিবনুৱাক

 আদৰ্শ দেখুৱাইছে গোলাঘাটৰ মৰঙীৰ এজন য়ুৱকে ৷


গোলাঘাট জিলাৰ মৰঙীৰ সাৰ গাঁৱৰ চুৰেণ বৰাৰ পুত্ৰ এইজন যুৱক ৰিতুল বৰা ৷ শিক্ষিত নিবনুৱা যুৱক ৰিতুলে আন যুৱক যুৱতীৰ দৰে চৰকাৰি চাকৰিৰ পিছত দৌৰি নেথাকি নিজকৰ্মৰ দ্বাৰা এক বৃহৎ ব্যৱসায় গঢ়ি তুলি নিবনুৱা যুৱক যুৱতীৰ বাবে এক আদৰ্শ হৈ পৰিছে ৷ ৰিতুলে ২০১০ চনত প্ৰথমে ৩০ হেজাৰটকাৰ মূলধনেৰে আৰম্ভণি কৰিছিল এখন ব্ৰইলাৰ মূৰ্গীৰ ফাৰ্ম ৷ ফাৰ্ম খনৰ পৰা উন্নতিকৰি তেও পৃথক স্হানত গঢ়িতুলিলে ৪২খনকৈ ব্ৰইলাৰ ফাৰ্ম ৷ ইয়াৰ সামান্তৰালভাবে তেও পাতিহাঁহ ; ৰাজহাঁহ ; দেশীমুৰ্গী ; টাৰকি ; টিটৌচৰাই ও পালন কৰিছে ৷  ৰিতুলে সেই খিনি মাতিতেই উন্নত প্ৰজাতিৰ গাহৰি আৰু ছাগলী ও প্ৰতিপালন কৰাৰ লগতে আছে বহু কেইটা ফিছাৰি ৷ ৰৌ ; বাহু ; কুহী ; চন্দা ; গ্ৰাছকাপ আদি মাছ পালন কৰিছে ৷ এসময়ৰ নিবনুৱা যুৱক ৰিতুলৰ এতিয়া বাৰ্ষিক আয় ৬ ৰ পৰা ৭ লাখ টকা পয্যন্ত ৷ এই সমূহ চোৱাছিতা কৰিবৰ বাবে তেও নিজে শ্ৰম কৰাৰ লগতে ১০টাৰো অধিক পৰিয়ালক সংস্থাপন দিছে ৷ ঃ গোলাঘাতৰ মৰঙীৰ পৰা কল্পনা ফুকনৰ ৰিপ’ট ৷

NORTHEAST NEWS INDIA


20 October, 2020 গাওপঞ্চায়তৰ আঁচনিয়ে ঢ়ুকিনোপোৱা এটা পথ ৷ বাৰিষাৰ বতৰত হয় একাঠু বোকা ৷ গোলাঘাট জিলাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা আৰম্ভ হৈছে মৰঙী- হাবিগাওঁ সংযোগী পথটো ৷ এক কিলোমিটাৰৰো অধিক দৈঘ্য পথছোৱাত বাৰিষাৰ এজাক সৰু বৰষুণতেই সৃষ্টি হয় একাঠু বোকা ৷ মৰঙী ব্লক ; মৰঙী গাও পঞ্চায়ত আদিত তাতঁবাটি কৰি আমণি লগাত জনপ্ৰতিনিধি ; চৰকাৰি বিষয়াৰ ভূৱা প্ৰতিশ্ৰুতি নিলগাই ৰাখি ৰাইজে কিছুদিনৰ আগতে হাতেকামে লাগি শ্ৰম দান আৰু পকেটৰ ধনেৰে মেৰামতি কৰিলে ৷ মেৰামতিৰ পিছতো এতিয়া পথত আকৌ বৃহৎ গাঁতৰ সৃষ্টি হৈছে ৷ মৰঙী গাওঁপঞ্চায়তৰ তিনি আৰু চাৰি নং ৱাৰ্ডৰ মাজেৰে যোৱা এই পথটো পকীকৰণৰ বাবে ৰাইজে পৰিবত্তনকামী চৰকাৰখনক আহ্বান জনাইছে : :: মৰঙীৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট ৷ NORTHEAST NEWS INDIA

 20 October, 2020


গাওপঞ্চায়তৰ আঁচনিয়ে ঢ়ুকিনোপোৱা এটা পথ ৷ বাৰিষাৰ বতৰত হয় একাঠু বোকা ৷


 গোলাঘাট জিলাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা আৰম্ভ হৈছে মৰঙী- হাবিগাওঁ সংযোগী পথটো ৷ এক  কিলোমিটাৰৰো অধিক দৈঘ্য পথছোৱাত বাৰিষাৰ এজাক সৰু বৰষুণতেই সৃষ্টি হয় একাঠু বোকা ৷ মৰঙী ব্লক ; মৰঙী গাও পঞ্চায়ত আদিত তাতঁবাটি কৰি আমণি লগাত জনপ্ৰতিনিধি ; চৰকাৰি বিষয়াৰ ভূৱা

প্ৰতিশ্ৰুতি নিলগাই ৰাখি ৰাইজে কিছুদিনৰ আগতে  হাতেকামে লাগি শ্ৰম দান আৰু পকেটৰ ধনেৰে মেৰামতি কৰিলে ৷ মেৰামতিৰ পিছতো এতিয়া পথত আকৌ বৃহৎ গাঁতৰ সৃষ্টি হৈছে ৷ মৰঙী গাওঁপঞ্চায়তৰ তিনি আৰু চাৰি নং ৱাৰ্ডৰ মাজেৰে যোৱা এই পথটো পকীকৰণৰ বাবে ৰাইজে পৰিবত্তনকামী চৰকাৰখনক আহ্বান জনাইছে : :: মৰঙীৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট  ৷

NORTHEAST NEWS INDIA


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...