Tuesday, 20 October 2020

20 October, 2020 গাওপঞ্চায়তৰ আঁচনিয়ে ঢ়ুকিনোপোৱা এটা পথ ৷ বাৰিষাৰ বতৰত হয় একাঠু বোকা ৷ গোলাঘাট জিলাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা আৰম্ভ হৈছে মৰঙী- হাবিগাওঁ সংযোগী পথটো ৷ এক কিলোমিটাৰৰো অধিক দৈঘ্য পথছোৱাত বাৰিষাৰ এজাক সৰু বৰষুণতেই সৃষ্টি হয় একাঠু বোকা ৷ মৰঙী ব্লক ; মৰঙী গাও পঞ্চায়ত আদিত তাতঁবাটি কৰি আমণি লগাত জনপ্ৰতিনিধি ; চৰকাৰি বিষয়াৰ ভূৱা প্ৰতিশ্ৰুতি নিলগাই ৰাখি ৰাইজে কিছুদিনৰ আগতে হাতেকামে লাগি শ্ৰম দান আৰু পকেটৰ ধনেৰে মেৰামতি কৰিলে ৷ মেৰামতিৰ পিছতো এতিয়া পথত আকৌ বৃহৎ গাঁতৰ সৃষ্টি হৈছে ৷ মৰঙী গাওঁপঞ্চায়তৰ তিনি আৰু চাৰি নং ৱাৰ্ডৰ মাজেৰে যোৱা এই পথটো পকীকৰণৰ বাবে ৰাইজে পৰিবত্তনকামী চৰকাৰখনক আহ্বান জনাইছে : :: মৰঙীৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট ৷ NORTHEAST NEWS INDIA

 20 October, 2020


গাওপঞ্চায়তৰ আঁচনিয়ে ঢ়ুকিনোপোৱা এটা পথ ৷ বাৰিষাৰ বতৰত হয় একাঠু বোকা ৷


 গোলাঘাট জিলাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা আৰম্ভ হৈছে মৰঙী- হাবিগাওঁ সংযোগী পথটো ৷ এক  কিলোমিটাৰৰো অধিক দৈঘ্য পথছোৱাত বাৰিষাৰ এজাক সৰু বৰষুণতেই সৃষ্টি হয় একাঠু বোকা ৷ মৰঙী ব্লক ; মৰঙী গাও পঞ্চায়ত আদিত তাতঁবাটি কৰি আমণি লগাত জনপ্ৰতিনিধি ; চৰকাৰি বিষয়াৰ ভূৱা

প্ৰতিশ্ৰুতি নিলগাই ৰাখি ৰাইজে কিছুদিনৰ আগতে  হাতেকামে লাগি শ্ৰম দান আৰু পকেটৰ ধনেৰে মেৰামতি কৰিলে ৷ মেৰামতিৰ পিছতো এতিয়া পথত আকৌ বৃহৎ গাঁতৰ সৃষ্টি হৈছে ৷ মৰঙী গাওঁপঞ্চায়তৰ তিনি আৰু চাৰি নং ৱাৰ্ডৰ মাজেৰে যোৱা এই পথটো পকীকৰণৰ বাবে ৰাইজে পৰিবত্তনকামী চৰকাৰখনক আহ্বান জনাইছে : :: মৰঙীৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট  ৷

NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India