Friday, 23 October 2020

23 October, 2020 এতিয়া দুৰ্গা পূজাৰ বতৰ ৷ প্ৰকৃতিয়ে ধৰালৈ শাৰদৰ বতৰা আনিলে যদিও জীৱশ্ৰেষ্ঠ মানৱ সমাজলৈ আহিল অণ্যএক কালান্তৰ পৰিবেশ ৷ কৰুণা ভাইৰাছে এইবাৰ পয়মাল ঘটালে দুৰ্গোৎসৱৰ ৷ পূজামণ্ডপত দুৰ্গতিনাশিনী মা দুৰ্গাৰ প্ৰতীমা প্ৰতিষ্ঠাৰ সময়ৰে পৰা পোৰোহিতৰ মঙ্গল ধ্বনি মণ্ত্ৰ উচ্চাৰণে মণ্ডপসমৃহত দেৱীদুৰ্গাৰ পূজা অৰ্চনা আৰম্ভ হৈছে ৷ অনুকুল পৰিবেশ থকাহলে যোৰহাটৰ মাধু ?ওৰফে মীনাক্ষীক দেখাগ’ল হেতেন শোসোভীত৷ পূজা মণ্ডপত কিন্ত এইবাৰ পূজাৰ পৰিবেশ ম্লান সেয়েহে ঘৰতে বহি যোৰহাটৰ ১নং কেন্দুগুৰি ব্ৰাহ্মণ গাঁৱৰ নামতী মীনাক্ষী বৰবৰাই আৰম্ভ কৰিছে দুৰ্গতি নাশিনীৰ বন্দনা ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট

 23 October, 2020


এতিয়া দুৰ্গা পূজাৰ বতৰ ৷ প্ৰকৃতিয়ে ধৰালৈ শাৰদৰ বতৰা আনিলে যদিও  জীৱশ্ৰেষ্ঠ মানৱ সমাজলৈ আহিল অণ্যএক কালান্তৰ পৰিবেশ  ৷ কৰুণা ভাইৰাছে এইবাৰ পয়মাল ঘটালে দুৰ্গোৎসৱৰ ৷ পূজামণ্ডপত দুৰ্গতিনাশিনী মা দুৰ্গাৰ প্ৰতীমা প্ৰতিষ্ঠাৰ সময়ৰে পৰা পোৰোহিতৰ মঙ্গল ধ্বনি মণ্ত্ৰ উচ্চাৰণে মণ্ডপসমৃহত দেৱীদুৰ্গাৰ পূজা অৰ্চনা আৰম্ভ হৈছে ৷  অনুকুল পৰিবেশ থকাহলে যোৰহাটৰ  মাধু ?ওৰফে মীনাক্ষীক দেখাগ’ল হেতেন শোসোভীত৷ পূজা মণ্ডপত কিন্ত এইবাৰ পূজাৰ পৰিবেশ ম্লান সেয়েহে ঘৰতে বহি  যোৰহাটৰ  ১নং কেন্দুগুৰি ব্ৰাহ্মণ গাঁৱৰ নামতী মীনাক্ষী বৰবৰাই  আৰম্ভ কৰিছে দুৰ্গতি নাশিনীৰ বন্দনা ৷ :: প্ৰকাশ শৰ্মা  গোলাঘাট


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...