Friday, 25 September 2020
Thursday, 24 September 2020
24 September, 2020 Slug:- সৰুপথাৰত গ্ৰামোন্নয়নৰ নমুনা। নিৰ্মাণকাৰ্যত ৰডৰ সলনি বাঁহ ! A:- গ্ৰামোন্নয়নৰ নামত বছৰি বছৰি লাখ লাখ টকাৰ আঁচনি। কিন্তু কিদৰে ৰূপায়িত হৈছে উক্ত আঁচনিসমূহ। কি কৰিছে একাংশ তথাকথিত জনপ্ৰতিনিধিয়ে। গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ আঁচনি কেনেদৰে ৰূপায়ণ কৰিছে চাও আহক । পঞ্চায়তখনৰ কাৰ্যালয় চৌহদৰ এক আঁচনি। আঁচনিৰ নাম গাঁও পঞ্চায়ত চৌহদৰ কাৰ্যালয় কোঠা। চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৬-১৭ আঁচনিত প্ৰায় ন লাখ টকা ধাৰ্য কৰা হ'ল। পাছৰখিনি আঁচনি নিৰ্মাণৰ লগত জড়িত মিস্ত্ৰীৰ মুখেৰেই শুনক। Byte:- মিস্ত্ৰী শৌচাগাৰৰ টেংকীৰ ভিতৰফালে প্লাষ্টাৰ কৰাই নহ'ল। দুদিনতে সম্পন্ন কৰাছেফ্টি টেংকৰ ঢাকনিত ৰডৰ সলনি দিলে বাহঁ পঞ্চায়ত সভানেত্ৰীৰ কথামতে ৰডৰ সলনি বাঁহ লগোৱা বুলি অকপটে স্বীকাৰ কৰিলে মিস্ত্ৰীয়ে। মিস্ত্ৰীৰ মতে দুদিনতে সম্পন্ন কৰা হ'ল টেংকীৰ কাম। শূণ্য সহনশীল চৰকাখনে এইক্ষেত্ৰত কি ভূমিকা লয় তালৈ বাট চাইছে ৰাইজে। বৃহস্পতিবাৰে সাংবাদিকৰ উপস্থিতিৰ পাছতেই উক্ত শৌচাগাৰটোৰ ছেফ্টী টেংকত হাতুৰীৰ কোব পৰে ৷ Byte:- সহযোগী মিস্ত্ৰী প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন NORTHEAST NEWS INDIA
24 September, 2020
Slug:- সৰুপথাৰত গ্ৰামোন্নয়নৰ নমুনা। নিৰ্মাণকাৰ্যত ৰডৰ সলনি বাঁহ !
A:- গ্ৰামোন্নয়নৰ নামত বছৰি বছৰি লাখ লাখ টকাৰ আঁচনি।
কিন্তু কিদৰে ৰূপায়িত হৈছে উক্ত আঁচনিসমূহ। কি কৰিছে একাংশ তথাকথিত জনপ্ৰতিনিধিয়ে।
গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ আঁচনি কেনেদৰে ৰূপায়ণ কৰিছে চাও আহক ।
পঞ্চায়তখনৰ কাৰ্যালয় চৌহদৰ এক আঁচনি। আঁচনিৰ নাম গাঁও পঞ্চায়ত চৌহদৰ কাৰ্যালয় কোঠা।
চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৬-১৭ আঁচনিত প্ৰায় ন লাখ টকা ধাৰ্য কৰা হ'ল।
পাছৰখিনি আঁচনি নিৰ্মাণৰ লগত জড়িত মিস্ত্ৰীৰ মুখেৰেই শুনক।
Byte:- মিস্ত্ৰী
শৌচাগাৰৰ টেংকীৰ ভিতৰফালে প্লাষ্টাৰ কৰাই নহ'ল।
দুদিনতে সম্পন্ন কৰাছেফ্টি টেংকৰ ঢাকনিত ৰডৰ সলনি দিলে বাহঁ
পঞ্চায়ত সভানেত্ৰীৰ কথামতে ৰডৰ সলনি বাঁহ লগোৱা বুলি অকপটে স্বীকাৰ কৰিলে মিস্ত্ৰীয়ে।
মিস্ত্ৰীৰ মতে দুদিনতে সম্পন্ন কৰা হ'ল টেংকীৰ কাম।
শূণ্য সহনশীল চৰকাখনে এইক্ষেত্ৰত কি ভূমিকা লয় তালৈ বাট চাইছে ৰাইজে।
বৃহস্পতিবাৰে সাংবাদিকৰ উপস্থিতিৰ পাছতেই উক্ত শৌচাগাৰটোৰ ছেফ্টী টেংকত হাতুৰীৰ কোব পৰে ৷
Byte:- সহযোগী মিস্ত্ৰী
প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন
NORTHEAST NEWS INDIA
Wednesday, 23 September 2020
Breaking news
23 September, 2020
সৰুপথাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত দিন-দুপৰতে পাৰ্টি। ল’কেল মুৰ্গীৰে এসাজ ৷
- ধনশিৰি মহকুমাটো আছে জলসিঞ্চন বিভাগৰ বিয়াগোম কাৰ্যালয় ।
এফালে ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত পানীৰ অভাৱত পথাৰত ছিৰাল ফাট।
আনফালে কৃষকৰ সমস্যালৈ পিঠি দি সেই বিভাগটোৰ কাৰ্যালয়তে চলিছে ভোজভাতৰ এক বিশাল আয়োজন ।
জনৈক কণিষ্ঠ অভিযন্তাৰ কণ্যা সন্তান জন্ম হ'ল ; অভিযন্তাক সহকৰ্মীয়ে ধৰিলে পাৰ্টি লাগে ; ঘৰলৈ লখিমী আহিল পাৰ্টিটো হ'বই।
সেইকাৰণে বুধবাৰে কাৰ্যালয়টোতে কৰিলে খানাৰ আয়োজন ৷
পিছে পাৰ্টিও এলাপেচা নহয়। লোকেল মুৰ্গীও গোটোৱা হ'ল ৷
দিনৰ ১২ বজালৈকে কাৰ্যালয়টোৰ বেছিভাগ বিষয়া কৰ্মচাৰী উপস্থিত নাই ।
মহকুমাটোৰ পথাৰত এতিয়া ছিৰাল ফাট। চিন্তিত কৃষক।
কৃষকৰাইজে পথাৰত পানীৰ অভাৱত মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ মাজতে সংশ্লিষ্ট কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ এনেবোৰ কাণ্ডই সাধাৰণ লোকৰ চকু কপালত তুলিছে ।
এনেদৰেই কৰ্মসংস্কৃতি, নাগৰিকৰ প্ৰতি দ্বায়িত্ব বোধ বৰ্তাই ৰাখেনেকি এচাম বিষয়া কৰ্মচাৰীয়ে।
ৰাইজক কোনে দিব এইবিলাকৰ সমাধান।
এইবোৰ শুনি ৰাইজৰ এজনে মন্তব্য দিলে আমাৰ ধাননীদৰাত পানী দিয়া ; তাৰপিছত মুৰ্গী খোৱা ; পানী খোৱা সকলো খাবা ৷ কিয়নো আমাৰ পথাৰত পানী যোগানৰ বাবেহে চৰকাৰে তোমালোকক দৰ্মহা দি ৰাখিছে ৷ চিৰাল ফাঁট দিয়া পথাৰলৈ চাই ভোজ খাবলৈ নহয় ৷
Byte :- কৰ্মচাৰী
প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন।
NORTHEAST NEWS INDIA
23 September, 2020 অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে বুধবাৰে এক প্ৰতিবাদি কায্যসূচী ৰূপায়ণ কৰে ৷ VO_ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে খাদ্য সুৰক্ষা আইন সংশোধনী কৰি সংসদত গৃহীত কৰিছে । এই সংশোধনী অনুসৰি অত্যাৱশীকীয় সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াজ, সৰিয়হ, চাউল, দাইল, মাহ জাতীয় সামগ্ৰী বাহিৰ কৰিছে। এতিয়াৰে পৰা এই সামগ্ৰী সমূহৰ মূল্য নিয়ন্ত্ৰণত থাকিব চৰকাৰ হাতত। যোগান বিভাগৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থাকিব। সেয়েহে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে প্ৰধাণ মন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰতিকৃতি দাহ কাৰ্য্যসুচী ৰুপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। Byte__ AJYCP নেতা প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA
23 September, 2020
অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে বুধবাৰে এক প্ৰতিবাদি কায্যসূচী ৰূপায়ণ কৰে ৷
VO_ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে খাদ্য সুৰক্ষা আইন সংশোধনী কৰি সংসদত গৃহীত কৰিছে । এই সংশোধনী অনুসৰি অত্যাৱশীকীয় সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াজ, সৰিয়হ, চাউল, দাইল, মাহ জাতীয় সামগ্ৰী বাহিৰ কৰিছে। এতিয়াৰে পৰা এই সামগ্ৰী সমূহৰ মূল্য নিয়ন্ত্ৰণত থাকিব চৰকাৰ হাতত। যোগান বিভাগৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থাকিব। সেয়েহে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে প্ৰধাণ মন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰতিকৃতি দাহ কাৰ্য্যসুচী ৰুপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
Byte__ AJYCP নেতা
প্ৰকাশ শৰ্মা গোলাঘাট ৷
NORTHEAST NEWS INDIA
Breaking news
23 September, 2020
O.C:: এশগৰু মাৰিলে বাঘৰো মৰণ ৷বেংকৰ লোণ দিয়াৰ প্ৰলোভনেৰে গাঁৱৰ সহজ সৰল মহিলাক আভূৱা ভাৰি ধন লুটপাত চলাই অহা মহিলা পৰিল ফান্দত।নগৰত ভাড়াতীয়া হিচাপে থাকি গাঁৱৰ মহিলাক টাৰ্গেট হিচাপে লৈ বেংকৰ লোণ দিয়াৰ নামত ইনা খান নামৰ মহিলা গৰাকীয়ে লুটি আহিছিল বিভিন্ন জনক ।পিছে ধন দিয়া মহিলা সকলো কম নহয়।চিটিকাত এন্দুৰ, নিগনি লগাৰ দৰে ফান্দত পৰিল ঠগ মহিলা।
V.O::: এই মহিলা গৰাকী দেখাই শুনাই ধুনীয়াই।নাম ইনা খান ওৰফে তনবীৰ খান,তনবীৰ আহমেদ।পিছে কাৰ্যকলাপ বোৰহে বেয়া মহিলা গৰাকীৰ।গাঁৱৰ সহজ সৰল মহিলা টাৰ্গেট ইনাৰ।বেংকৰ লোণ দিয়াৰ প্ৰলোভনেৰে ইনাই সৰকাই আহিছিল গাঁৱৰ মহিলাৰ পৰা ধন।পিছে মহিলা সকলে পলমকৈ হ'লেও বুজি পালে যে মহিলা গৰাকী এগৰাকী প্ৰৱঞ্চক।তাৰ পিছতেই মঙ্গলবাৰে চিটিকাত এন্দুৰ, নিগনি লগাৰ দৰে টোপ গিলিবলৈ আহি ফান্দত পৰিল প্ৰৱঞ্চক মহিলা ইনা।জানিব পৰামতে মহিলা গৰাকীৰ ঘৰ ডিব্ৰুগড়ত।গোলাঘাটৰ শান্তিপুৰত ভাড়াতীয়া হিচাপে থাকি গাঁৱৰ সহজ সৰল মহিলাক টাৰ্গেট হিচাপে লৈ চলাই আহিছিল এই দুষ্কাৰ্য।পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ
।তেনে দশাই হ'ল ইনাৰো। ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷ ২৩/৯/২০২০
NORTHEAST NEWS INDIA
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...