Tuesday, 8 September 2020

07 September, 2020 Golaghat death body recover VO= কাজিৰঙা পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজিত হোৱা কাকচাং জলপ্ৰপাতলৈ আহি মৃত্যু হৈছে দুজনকৈ যুৱকৰ৷দেওবাৰে বিয়লি সংঘটিত হোৱা এই কৰুণ ঘটনাটোৰ পাছত সোমবাৰে পুৱাৰ ভাগত SDRF য়ে চলোৱা ২ঘণ্টা জোৰা অভিযানৰ অন্তত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য বোকাখাত চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত কাৰ্বি আলঙৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাত৷ কাজিৰঙা দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটক উপস্থিত হয় এই কাইফলাংচু জলপ্ৰপাতত৷বিশেষকৈ ডিচেম্বৰ-জানুৱাৰী মাহত বনভোজৰ দলে যঠেষ্ট ভিৰ কৰে এই জলপ্ৰপাতটোত ৷ আনকি গ্ৰীষ্মৰ সময়চোৱাতো আহযাহ চলি থাকে দৰ্শনাৰ্থীৰ। কাৰ্বি পাহাৰৰ অত্যন্ত সুন্দৰ পৰিৱেশত থকা এই কাকচাঙৰ কাইফলাংচু জলপ্ৰপাততে সংঘটিত হৈছে পুনৰ এক অঘটন৷ প্ৰাপ্ত তথ্য মতে, জলপ্ৰপাতটোলৈ দেওবাৰে বিয়লি ভাগত ফুৰিবলৈ গোলাঘাটৰ পৰা অহা ৮ জনীয়া এটা যুৱকৰ দলে গা ধুই থাকোতে হঠাৎ দলটোৰ দুজন যুৱক পানীত পৰি যায়৷ দলটোৰ গোলাঘাটৰ ষ্টেচন পথৰ বিৱাকৰ নাগ আৰু টুকানী পাৰ্কৰ সুদীপ বস্কি নামৰ যুৱক দুজন সন্ধানহীন হোৱাত বন্ধুবৰ্গই বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও সন্ধিয়া নামি অহাৰ পাছতো কোনো শুংসূত্ৰ নোলোৱাত পৰবৰ্তি সময়ত কাৰ্বি আংলঙৰ ডলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ নিশা বেছি হৈ অহাৰ বাবে দেওবাৰে আৰক্ষীয়ে অভিযান চলাব পৰা নাছিল যদিও পানীত পৰা দুই যুৱকৰ মৃত্যু হৈছে বুুলি চৰকাৰী সূত্ৰত প্ৰকাশ পোৱাৰ পাছত সোমবাৰে SDRF য়ে চলোৱা উদ্ধাৰ অভিযানত দুয়োজন যুবকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰে বিৱাকৰ নাগ আছিল ১৯ বছৰ অনুৰ্দ্ধ অসম ক্ৰিকেট দলৰ নিয়মীয়া খেলুৱৈ l উল্লেখযোগ্য যে কাকচাঙৰ এই জলপ্ৰপাতটোত ইয়াৰ পূৰ্বেও শোকাবহভাৱে সলিল সমাধি ঘটিছে তিনিজনকৈ যুৱকৰ। ২০১৮চনৰ অক্টোবৰ মাহত যোৰহাটৰ কেন্দুগুৰিৰ কুলভূষণ কলিতা আৰু একে বৰ্ষৰে ডিচেম্বৰ মাহত ঢেকিয়াজুলিৰ দীপক বৰা, ২০১৯ বৰ্ষৰ জুন মাহত যোৰহাট বায়ু সেনাৰ কৰ্মচাৰী উত্তৰ প্ৰদেশৰ গৌৰৱ গুপ্তাৰ জলপ্ৰপাতটোত মৃত্যু হোৱাৰ পাছতো বৰ্তমানলৈকে কাৰ্বি আংলং আৰু বোকাখাত মহকুমা প্ৰশাসনে গ্ৰহন কৰা নাই কোনো সতৰ্কতা আৰু নিৰাপত্তামুলক ব্যৱস্থা ফলত দেওবাৰে পুণৰাই সংঘটিত হ'ল এই শোকাবহ ঘটনাটিৰ। BYTE: স্থানীয় লোক Byte2 -উদ্ধাৰকাৰী আৰক্ষী ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ ৭/৯/২০২০

 07 September, 2020


Golaghat death body recover 


VO= কাজিৰঙা পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজিত হোৱা কাকচাং জলপ্ৰপাতলৈ আহি মৃত্যু হৈছে দুজনকৈ যুৱকৰ৷দেওবাৰে বিয়লি সংঘটিত হোৱা এই কৰুণ ঘটনাটোৰ পাছত সোমবাৰে পুৱাৰ ভাগত SDRF য়ে চলোৱা ২ঘণ্টা জোৰা অভিযানৰ অন্তত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

 উল্লেখযোগ্য  বোকাখাত চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত কাৰ্বি আলঙৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাত৷ কাজিৰঙা দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটক উপস্থিত হয় এই কাইফলাংচু জলপ্ৰপাতত৷বিশেষকৈ ডিচেম্বৰ-জানুৱাৰী মাহত বনভোজৰ দলে যঠেষ্ট ভিৰ কৰে এই  জলপ্ৰপাতটোত ৷ আনকি গ্ৰীষ্মৰ সময়চোৱাতো আহযাহ চলি থাকে দৰ্শনাৰ্থীৰ। কাৰ্বি পাহাৰৰ অত্যন্ত সুন্দৰ পৰিৱেশত থকা এই কাকচাঙৰ কাইফলাংচু জলপ্ৰপাততে সংঘটিত হৈছে পুনৰ এক অঘটন৷

 প্ৰাপ্ত তথ্য মতে, জলপ্ৰপাতটোলৈ দেওবাৰে বিয়লি ভাগত ফুৰিবলৈ গোলাঘাটৰ পৰা অহা  ৮ জনীয়া এটা যুৱকৰ দলে গা  ধুই থাকোতে হঠাৎ দলটোৰ দুজন যুৱক পানীত পৰি যায়৷ দলটোৰ গোলাঘাটৰ ষ্টেচন পথৰ বিৱাকৰ নাগ  আৰু টুকানী পাৰ্কৰ সুদীপ বস্কি  নামৰ যুৱক দুজন সন্ধানহীন হোৱাত বন্ধুবৰ্গই বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও  সন্ধিয়া নামি অহাৰ পাছতো কোনো শুংসূত্ৰ নোলোৱাত পৰবৰ্তি সময়ত  কাৰ্বি আংলঙৰ ডলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ নিশা বেছি হৈ অহাৰ বাবে দেওবাৰে  আৰক্ষীয়ে  অভিযান চলাব পৰা নাছিল যদিও  পানীত পৰা দুই যুৱকৰ মৃত্যু হৈছে বুুলি চৰকাৰী সূত্ৰত প্ৰকাশ পোৱাৰ পাছত সোমবাৰে SDRF য়ে চলোৱা উদ্ধাৰ অভিযানত দুয়োজন যুবকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰে বিৱাকৰ নাগ আছিল ১৯ বছৰ অনুৰ্দ্ধ অসম ক্ৰিকেট দলৰ নিয়মীয়া খেলুৱৈ l

উল্লেখযোগ্য যে কাকচাঙৰ এই জলপ্ৰপাতটোত ইয়াৰ পূৰ্বেও শোকাবহভাৱে সলিল সমাধি ঘটিছে তিনিজনকৈ যুৱকৰ। ২০১৮চনৰ অক্টোবৰ মাহত যোৰহাটৰ কেন্দুগুৰিৰ কুলভূষণ কলিতা আৰু  একে বৰ্ষৰে ডিচেম্বৰ মাহত ঢেকিয়াজুলিৰ দীপক বৰা, ২০১৯ বৰ্ষৰ জুন মাহত যোৰহাট বায়ু সেনাৰ কৰ্মচাৰী উত্তৰ প্ৰদেশৰ গৌৰৱ গুপ্তাৰ জলপ্ৰপাতটোত মৃত্যু হোৱাৰ পাছতো বৰ্তমানলৈকে কাৰ্বি আংলং আৰু বোকাখাত মহকুমা প্ৰশাসনে গ্ৰহন কৰা নাই কোনো সতৰ্কতা আৰু নিৰাপত্তামুলক ব্যৱস্থা ফলত দেওবাৰে পুণৰাই সংঘটিত হ'ল এই শোকাবহ ঘটনাটিৰ।

BYTE: স্থানীয় লোক

Byte2 -উদ্ধাৰকাৰী আৰক্ষী ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ ৭/৯/২০২০


Monday, 7 September 2020

07 September, 2020 Golaghat Chutia Protest Oc:Vo:গোলাঘটত চুতীয়া জনগোষ্ঠীৰ জনজাতি কৰণ ৰ দাবীত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ l গোলাঘাট নগৰৰ মাজমজিয়া বেজবৰুৱা চাৰিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,চন্দন ব্ৰহ্ম ৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে l অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বাৰেপতি চৰকাৰে চুতীয়া ছাত্ৰ সন্থাক জনজাতি কৰণ ৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ভংগ কৰি অহাক লৈ ক্ষুব্ধ হৈ পৰিছে সংগঠনটোৰ নেতা কৰ্মী সকল l চুতীয়া জনগোষ্ঠীক ষষ্ঠ অনুসূচিৰ আধাৰত অতি সোনকালে জনজাতি কৰণ কৰক অন্যথা ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো সকিয়নী প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মহেন বৰাই। Byte1মহেন বৰা (সাধাৰণ সম্পাদক) প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA

 07 September, 2020


Golaghat Chutia Protest

Oc:Vo:গোলাঘটত চুতীয়া জনগোষ্ঠীৰ জনজাতি কৰণ ৰ দাবীত  গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ l গোলাঘাট নগৰৰ মাজমজিয়া  বেজবৰুৱা চাৰিআলিত

 মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,চন্দন ব্ৰহ্ম ৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে l  অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বাৰেপতি  চৰকাৰে চুতীয়া ছাত্ৰ সন্থাক জনজাতি কৰণ ৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ভংগ কৰি অহাক লৈ ক্ষুব্ধ হৈ পৰিছে সংগঠনটোৰ নেতা কৰ্মী সকল l  চুতীয়া জনগোষ্ঠীক ষষ্ঠ অনুসূচিৰ আধাৰত অতি সোনকালে জনজাতি কৰণ কৰক অন্যথা ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো সকিয়নী প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মহেন বৰাই।


Byte1মহেন বৰা (সাধাৰণ সম্পাদক)

প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷  NORTHEAST NEWS INDIA


07 September, 2020Covid19 Assam and actions taken as on 06/09/2020.

07 September, 2020

Covid19 Assam and actions taken as on 06/09/2020.

Sunday, 6 September 2020

06 September, 2020 Golaghat oil Thef ------ গোলাঘাটৰ জামুগুৰি থানাৰ ভাৰপাপ্ত বিষয়াৰ বিৰাট সফলতা ৷ উৎখাত কৰিলে তেলচোৰ চক্ৰ ৷ গোলাঘাটৰ জামুগুৰি আৰক্ষীয়ে শনিবাৰৰ নিশাৰ পৰা আজি পুৱতী নিশা পয্যন্ত অভিযান চলাই তেলচোৰৰ এক বৃহৎ চক্ৰক উৎখাত কৰিলে যদিও চোৰৰ দলটোৰ চৰ্দাৰ বিজিত বৰাই পলায়ন কৰে ৷ আৰক্ষী বিষয়া গোবিন চন্দ্ৰ দাসৰ নেতৃত্বত নিশা দহ বজাৰ পৰা আইটনীয়া মিৰিগাঁৱৰ "দ" চুকৰ বিজিত বৰাৰ ঘৰত চলোৱা অভিজানত এখন তেলভৰ্তী As05 B 2525 নম্বৰৰ টেংকাৰ ; আৰ্হৈ শ লিটাৰ তেল ভৰ্ত্তি ৪৫টা ড্ৰাম ; এখন ট্ৰেকাৰ আৰু ২৩ টা খালি ড্ৰাম জব্দ কৰে ৷ লগতে বিজিতৰ সহযোগী গোলাঘাটৰ টেনপুৰৰ আব্দুল কাচিম; চিৰাজুদ্দিন আহমেদ ; বেঙেনাখোৱাৰ ৰিণ্টুবৰা কুঁৱৰী পথাৰৰ টুডু বাউৰি ; দৈয়াং চাহবাগিছাৰ দুই চোৰ চুৰেন বাউৰি আৰু বিজয় বৰাক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে তালাচী চলাওতেই তেল মাফিয়া বিজিত বৰাই ঘৰৰ পিছফালৰ পথাৰৰ মাজেৰে পলায়ন কৰিবলৈ সক্ষম হয় ৷ অভিযোগমতে বিজিত বৰাই সৰুৰে পৰাই এটা গভাইতচোৰ হিচাপে জনাজাত ৷ মানুহৰ ঘৰত চোৰ কৰাৰ পিছত পথৰ কাষত থকা বিদ্যুতৰ এলোমেনিয়ামৰ তাঁৰ ; লোহা ; ৰেল লাইনৰ কাষৰ এলোমেনিয়াম আদি চুৰি কৰিছিল ৷যদিও জামুগুৰিৰ থানাৰ আৰক্ষীয়ে ৰহস্যজনক ভাবে কোনো ব্যৱস্থা নোলোৱাত বিজিতে চোৰৰ পৰিসৰ বৃদ্ধি কৰি তেলচোৰৰ এটা গেং গঠন কৰে আৰু অতি কম সময়তে" দ" চুকত এটা সুন্দৰ আট্টালিকা নিৰ্মাণ কৰাৰ লগতে অগাধ ধন সম্পত্তিৰ মালিক হ’ল ৷ বিগত সময়চোৱাত জামুগুৰি থানাৰ কেইবাজনো ভাৰপ্ৰাপ্ত বিষয়া আহিল আৰু গ’ল ৷ আৰু প্ৰথমবাৰৰ বাবে জাুগুৰিৰ আৰক্ষীয়ে চলালে অভিযান ৷ আৰক্ষীৰ ছত্ৰছায়াতে বিজিতৰ চৌয্যবৃত্তীৰ উত্তৰণ ঘটিল ৷ অভিযোগ মতে তেলচোৰৰ মাফিয়া বিজিতৰক কৰিব পাৰিলে এই তেল চোৰৰসৈত্যে উচ্চপদস্থ আৰক্ষী বিষয়া জড়িত থকাৰ তথ্যও ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ আনহাটে অান এক তথ্য মতে বিজিতৰ দৰে একেটা ফৰ্মুলাতে মেৰাপানী থানাৰ আদৰ্শ গাঁৱতো ব্ৰজেন নামৰ এজন তেলচোৰে ৰমৰমীয়া বেপাৰ কৰি অতি কম সময়তে ধনৱন্ত হৈ পৰিছে ৷ :::::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ ৬ ছেপ্তেম্বৰ ২০২০ :::

 06 September, 2020


Golaghat oil Thef 

------

 গোলাঘাটৰ জামুগুৰি থানাৰ ভাৰপাপ্ত বিষয়াৰ বিৰাট সফলতা ৷ উৎখাত কৰিলে তেলচোৰ চক্ৰ ৷


গোলাঘাটৰ জামুগুৰি আৰক্ষীয়ে শনিবাৰৰ নিশাৰ পৰা আজি পুৱতী নিশা পয্যন্ত অভিযান চলাই তেলচোৰৰ এক বৃহৎ চক্ৰক উৎখাত কৰিলে যদিও চোৰৰ দলটোৰ চৰ্দাৰ বিজিত বৰাই পলায়ন কৰে ৷ আৰক্ষী বিষয়া গোবিন চন্দ্ৰ দাসৰ নেতৃত্বত  নিশা দহ বজাৰ পৰা আইটনীয়া মিৰিগাঁৱৰ "দ" চুকৰ বিজিত বৰাৰ ঘৰত  চলোৱা অভিজানত এখন তেলভৰ্তী  As05 B 2525 নম্বৰৰ টেংকাৰ ; আৰ্হৈ শ লিটাৰ তেল ভৰ্ত্তি ৪৫টা ড্ৰাম ; এখন ট্ৰেকাৰ আৰু ২৩ টা খালি ড্ৰাম জব্দ কৰে ৷ লগতে বিজিতৰ সহযোগী গোলাঘাটৰ টেনপুৰৰ

 আব্দুল কাচিম; চিৰাজুদ্দিন আহমেদ ; বেঙেনাখোৱাৰ ৰিণ্টুবৰা  কুঁৱৰী পথাৰৰ টুডু

 বাউৰি ; দৈয়াং চাহবাগিছাৰ দুই চোৰ চুৰেন বাউৰি আৰু বিজয় বৰাক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে তালাচী চলাওতেই তেল মাফিয়া

 বিজিত বৰাই ঘৰৰ পিছফালৰ পথাৰৰ মাজেৰে  পলায়ন কৰিবলৈ সক্ষম হয় ৷ অভিযোগমতে বিজিত বৰাই সৰুৰে পৰাই এটা গভাইতচোৰ হিচাপে জনাজাত ৷ মানুহৰ ঘৰত চোৰ কৰাৰ পিছত পথৰ কাষত থকা বিদ্যুতৰ এলোমেনিয়ামৰ তাঁৰ ; লোহা ; ৰেল লাইনৰ কাষৰ এলোমেনিয়াম আদি চুৰি কৰিছিল ৷যদিও জামুগুৰিৰ থানাৰ আৰক্ষীয়ে ৰহস্যজনক ভাবে কোনো ব্যৱস্থা নোলোৱাত বিজিতে চোৰৰ পৰিসৰ বৃদ্ধি কৰি তেলচোৰৰ এটা গেং গঠন কৰে আৰু অতি কম সময়তে" দ" চুকত এটা সুন্দৰ আট্টালিকা নিৰ্মাণ কৰাৰ লগতে অগাধ ধন সম্পত্তিৰ মালিক হ’ল ৷ বিগত সময়চোৱাত জামুগুৰি থানাৰ কেইবাজনো ভাৰপ্ৰাপ্ত বিষয়া আহিল আৰু গ’ল ৷  আৰু প্ৰথমবাৰৰ বাবে জাুগুৰিৰ আৰক্ষীয়ে চলালে অভিযান ৷  আৰক্ষীৰ ছত্ৰছায়াতে বিজিতৰ চৌয্যবৃত্তীৰ উত্তৰণ ঘটিল ৷ অভিযোগ মতে তেলচোৰৰ মাফিয়া বিজিতৰক কৰিব পাৰিলে এই তেল চোৰৰসৈত্যে উচ্চপদস্থ আৰক্ষী বিষয়া জড়িত থকাৰ তথ্যও ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ আনহাটে অান এক তথ্য মতে বিজিতৰ দৰে একেটা ফৰ্মুলাতে মেৰাপানী থানাৰ আদৰ্শ গাঁৱতো ব্ৰজেন নামৰ এজন তেলচোৰে ৰমৰমীয়া বেপাৰ কৰি অতি কম সময়তে ধনৱন্ত

 হৈ পৰিছে ৷ :::::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ ৬ ছেপ্তেম্বৰ ২০২০  :::


06 September, 2020COVID19 Assam and actions taken as on 05/09/2020.

06 September, 2020

COVID19 Assam and actions taken as on 05/09/2020.

Saturday, 5 September 2020

05 September, 2020 গোলাঘাটত চোৰাং কাঠ ভৰ্তি বলে'ৰ পিকআপ জব্দ গোলাঘাট জিলাত অব্যাহত আছে চোৰাং কাঠৰ বেহা ৷ শুক্ৰবাৰে বনবিভাগে জব্দ কৰা গাড়ী খনৰ নম্বৰ AS -05 AC -0387 ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত গোলাঘাট আঞ্চলিক বন বিষয়াই কাৰ্বি আংলংৰ পৰা গোলাঘাটলৈ অনা কাঠৰ গাড়ী খন জব্দ কৰে : প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৫/৯/২০২০

 05 September, 2020


গোলাঘাটত চোৰাং কাঠ ভৰ্তি বলে'ৰ পিকআপ জব্দ

গোলাঘাট জিলাত অব্যাহত আছে চোৰাং কাঠৰ বেহা ৷ শুক্ৰবাৰে বনবিভাগে

 জব্দ কৰা  গাড়ী খনৰ নম্বৰ  AS -05 AC -0387

ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত 

গোলাঘাট আঞ্চলিক বন বিষয়াই কাৰ্বি আংলংৰ পৰা গোলাঘাটলৈ অনা কাঠৰ গাড়ী খন জব্দ

 কৰে : প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৫/৯/২০২০


05 September, 2020 গোলাঘাট জিলাপৰিবহন বিভাগে শুক্ৰবাৰে নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাহনৰ তালাচী চলায় ক’ডিড প্ৰতকল ভঙ্গকৰি সৰহসংখ্যক যানবাহনেই ৫০% যাত্ৰীৰ ঠাইত ১০০% যাত্ৰী উঠোৱাৰ লগত লকডাউনৰ লোকচান পুৰাবলৈ যাত্ৰীৰপৰা তিনিগুণতকৈও অধিক ভাড়া আদায় কৰি আহিছে ৷ দিবা আৰু যাত্ৰীবাহী নৈশবাচ লগতে চহৰৰপৰা বিভিন্ন ঠাইলৈ যোৱা ৰাজহুৱা বাহন সমূহে এনে অনিয়ম বেপেৰুৱাভাবে চলাই থকাত জিলা পৰিবহন বিষয়া মনোজ কুমাৰ চৌধুৰী এমভি আই পৰাগ শইকীয়াই এনফৰ্ছমেণ্ট আৰু আৰক্ষীৰ সহযোগত শুক্ৰবাৰে নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানত তালাচী চলায় আৰু ক’ভিড-১৯ ৰ প্ৰতোকল ভঙকৰা আৰু যাত্ৰীৰ পৰা তিনিগুণতকৈও অধিক ভাড়া আদায়কৰা নৈশ বাছৰ পৰা জৰিমনা আদায় কৰে ৷ ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৫ ছেপ্তেম্বৰ ২০২০

 05 September, 2020


গোলাঘাট জিলাপৰিবহন বিভাগে শুক্ৰবাৰে নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাহনৰ তালাচী চলায়


ক’ডিড প্ৰতকল ভঙ্গকৰি সৰহসংখ্যক যানবাহনেই ৫০% যাত্ৰীৰ ঠাইত ১০০% যাত্ৰী উঠোৱাৰ লগত লকডাউনৰ লোকচান পুৰাবলৈ যাত্ৰীৰপৰা তিনিগুণতকৈও অধিক ভাড়া আদায় কৰি আহিছে ৷ দিবা আৰু যাত্ৰীবাহী নৈশবাচ  লগতে

 চহৰৰপৰা বিভিন্ন ঠাইলৈ যোৱা ৰাজহুৱা বাহন সমূহে এনে অনিয়ম বেপেৰুৱাভাবে চলাই থকাত জিলা পৰিবহন বিষয়া মনোজ কুমাৰ চৌধুৰী এমভি আই পৰাগ শইকীয়াই এনফৰ্ছমেণ্ট আৰু আৰক্ষীৰ সহযোগত শুক্ৰবাৰে নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানত তালাচী চলায় আৰু ক’ভিড-১৯ ৰ প্ৰতোকল ভঙকৰা আৰু যাত্ৰীৰ পৰা তিনিগুণতকৈও অধিক ভাড়া আদায়কৰা নৈশ বাছৰ পৰা জৰিমনা আদায় কৰে ৷ ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৫ ছেপ্তেম্বৰ ২০২০


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...