Thursday, 20 August 2020

20 August, 2020 গোলাঘাটৰ ৰাজপথত 'কা' নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ গোলাঘাট ২০ আগষ্ট : নাগৰিকত্ব সংশোধনী আইন ২০১৯ 'কা' বাতিলৰ দাবীত বৃহস্পতিবাৰে গোলাঘাটৰ ৰাজপথত ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰে গোলাঘাট জিলা ছাত্ৰ সংস্থা উদ্যোগত সংস্থাৰ মুখ্য কাৰ্যালয় পৰা বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে এক সমদল উলিয়াই চহৰৰ মাজমজিয়া বাতা পইণ্টত প্ৰতিবাদ সাব্যস্ত কৰে।এই আইন খনক বাতিল কৰাৰ দাবী জনোৱা লগতে । এই আইন বাতিল নোহোৱা পৰ্য্যন্ত ভৱিষ্যতেও ৰাইজৰ সহযোগত আৰু তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি সকীয়নি প্ৰদান কৰে ছাত্ৰ নেতা সকলে। : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২০/৮/২০২০

 20 August, 2020


গোলাঘাটৰ ৰাজপথত 'কা' নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ


গোলাঘাট ২০ আগষ্ট : নাগৰিকত্ব সংশোধনী আইন ২০১৯ 'কা' বাতিলৰ দাবীত বৃহস্পতিবাৰে গোলাঘাটৰ ৰাজপথত ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰে গোলাঘাট জিলা ছাত্ৰ সংস্থা উদ্যোগত সংস্থাৰ মুখ্য কাৰ্যালয় পৰা  বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে এক সমদল উলিয়াই চহৰৰ মাজমজিয়া বাতা পইণ্টত  প্ৰতিবাদ সাব্যস্ত কৰে।এই আইন খনক বাতিল কৰাৰ দাবী জনোৱা লগতে । এই আইন বাতিল নোহোৱা পৰ্য্যন্ত ভৱিষ্যতেও ৰাইজৰ সহযোগত আৰু তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি সকীয়নি প্ৰদান কৰে ছাত্ৰ নেতা সকলে। : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২০/৮/২০২০

20 August, 2020#Covid19 #Assam and actions taken as on 19/08/2020

20 August, 2020

#Covid19 #Assam and actions taken as on 19/08/2020

Wednesday, 19 August 2020

Tuesday, 18 August 2020

18 August, 2020 GOLAGHAT DRUGS PADDLERS ARRESTED OC: লকডাউনৰ মাজতে গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া বেহা । গোলাঘাট নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ ব্যৱসায় পুনৰ মুকলি হোৱাত ইয়াৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে গোলাঘাট আৰক্ষী । গোলাঘাট আৰক্ষীৰ এটা দলে মঙলবাৰে নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলা সহ ১০ টা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত চলা এই অভিযানত এটাৰ পাছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে গোলাঘাট আৰক্ষী । গোলাঘাট নগৰৰ কলেজ তিনি আলি আৰু শান্তিপুৰত এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাওতে প্ৰথমে দুজন ড্ৰাগছ আসক্তক কৰায়ত্ব কৰাৰ পাছতে কেইবাটাও ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰে আৰক্ষীৰ অভিযান কাৰী দলটোৱে । ::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷

 18 August, 2020


GOLAGHAT DRUGS PADDLERS ARRESTED


OC: লকডাউনৰ মাজতে  গোলাঘাটত  ড্ৰাগছৰ ৰমৰমীয়া বেহা  । গোলাঘাট নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ ব্যৱসায় পুনৰ মুকলি হোৱাত ইয়াৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে গোলাঘাট আৰক্ষী ।  গোলাঘাট আৰক্ষীৰ এটা  দলে মঙলবাৰে নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলা সহ ১০ টা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত চলা এই অভিযানত এটাৰ পাছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে গোলাঘাট আৰক্ষী ।   গোলাঘাট নগৰৰ কলেজ তিনি আলি আৰু শান্তিপুৰত এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাওতে প্ৰথমে দুজন ড্ৰাগছ আসক্তক কৰায়ত্ব কৰাৰ পাছতে কেইবাটাও ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰে আৰক্ষীৰ অভিযান কাৰী দলটোৱে । ::প্ৰকাশ শৰ্মা ৰিপত  গোলাঘাট ৷

18 August, 2020 গোলাঘাটত চাৰিটা গভাইত চোৰ গ্ৰেপ্তাৰ : প্ৰকাশ শৰ্মা গোলাঘাট ১৮ আগষ্ট ২০২০ গোলাঘাট আৰক্ষীয়ে আজি চাৰিটাকৈ গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গোলাঘাটৰ ৰঙাজান ব্যবসায়ী এলেকাত ছয় আগষ্টত চুৰিকাণ্ড সংঘটিত কৰা চাৰিজন চোৰক অঞ্চলটোৰ গাওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে চোৰ কেইটাই চুৰি কাৰ্য্যত ব্যৱহাৰ কৰা এ এচ ০ ৫ চি ৮২২৪ নম্বৰৰ বলেৰ' পিক আপ খনো জব্দ কৰে । এই বলেৰ' গাড়ী খনেৰে চোৰ কেইটাই দোকান সমূহৰ চাতাৰ ভাঙিছিল । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হৈছে জাকিৰ হুচেইন , বুবুল আলি ওৰফে ৰঘু , ইমৰান হুচেইন আৰু ৰাজিবুদ্দিন আহমেদ । দলটোৰ সদস্য বুবুল ল আলি ওৰফে ৰঘু এট দূধৰ্ষ ডকাইত ৰূপে পৰিচিত । চোৰৰ দলটো গৰু ছাগলী ,গাড়ী আদি চুৰি ঘটনাৰ লগতো জড়িত বুলি অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীয়ে অভিযোগ উত্থাপন কৰে । উল্লেখযোগ্য যোৱা ৬ আগষ্টৰ নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানৰ এই অঞ্চলৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী চোৰৰ দলটোৱে লুটি নিছিল । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে । ইয়াৰোপৰি সেই নিশা চোৰৰ দলটোৱে অঞ্চলটোৰ ৬ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত তলা ভাঙিছিল যদিও দুখন প্ৰতিষ্ঠানৰ ভিতৰত চোৰে প্ৰবেশ কৰি কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে । বিশাল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ চিচিটিভি কেমেৰা আছিল যদিও সেই কেমেৰা ভাঙি প্ৰমাণ নাইকীয়া কৰি চোৰৰ দলটো উধাও হৈছিল । প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷

 18 August, 2020


গোলাঘাটত চাৰিটা গভাইত চোৰ গ্ৰেপ্তাৰ : 


প্ৰকাশ শৰ্মা গোলাঘাট ১৮ আগষ্ট ২০২০


 গোলাঘাট আৰক্ষীয়ে আজি চাৰিটাকৈ গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়  । গোলাঘাটৰ ৰঙাজান ব্যবসায়ী এলেকাত  ছয় আগষ্টত চুৰিকাণ্ড সংঘটিত কৰা চাৰিজন চোৰক অঞ্চলটোৰ গাওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে চোৰ কেইটাই চুৰি কাৰ্য্যত ব্যৱহাৰ কৰা এ এচ ০ ৫ চি ৮২২৪ নম্বৰৰ বলেৰ' পিক আপ খনো জব্দ কৰে । এই বলেৰ' গাড়ী খনেৰে চোৰ কেইটাই দোকান সমূহৰ চাতাৰ ভাঙিছিল  । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হৈছে জাকিৰ হুচেইন , বুবুল আলি ওৰফে ৰঘু , ইমৰান হুচেইন আৰু ৰাজিবুদ্দিন আহমেদ । দলটোৰ সদস্য বুবুল ল আলি ওৰফে ৰঘু এট দূধৰ্ষ ডকাইত ৰূপে পৰিচিত । চোৰৰ দলটো গৰু ছাগলী ,গাড়ী আদি চুৰি ঘটনাৰ লগতো জড়িত বুলি অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীয়ে অভিযোগ উত্থাপন কৰে ।  উল্লেখযোগ্য যোৱা ৬ আগষ্টৰ নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানৰ এই অঞ্চলৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী  চোৰৰ দলটোৱে লুটি নিছিল । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে । ইয়াৰোপৰি সেই নিশা চোৰৰ  দলটোৱে অঞ্চলটোৰ ৬ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত  তলা ভাঙিছিল যদিও দুখন প্ৰতিষ্ঠানৰ ভিতৰত চোৰে প্ৰবেশ কৰি  কেইবা লক্ষাধিক টকাৰ সামগ্ৰী  লুটি নিয়ে । বিশাল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ চিচিটিভি কেমেৰা আছিল যদিও সেই কেমেৰা ভাঙি প্ৰমাণ নাইকীয়া কৰি চোৰৰ দলটো উধাও হৈছিল  । প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।