Saturday, 8 August 2020

8 August, 2020 Breaking News: এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান দুৰ্ঘটনাত দুই টুকুৰা হল। এই দুৰ্ঘটনাত বিমান দুয়ো চালকৰ মৃত্যু হৈছে। এয়াৰ ইণ্ডিয়াৰ AXB1344 B 737 বিমান খন দুবাইৰ পৰা কেৰেলাৰ কালিকট লৈ অহা ৰনৱেত লেণ্ড কৰা সময়ত দুই টুকুৰাত বিভক্ত হয়।বিমান খনত 191 জন যাত্ৰী আছিল। DGCA জাৰি কৰা তথ্য অনুসৰি প্ৰায়ে 2000 মিটাৰ দৃশ্যতা থকা সময়ত ৰনৱে 10 নমা পিছত দুটুকুৰাত বিভক্ত হৈ আৰু ৰনৱেৰ অন্ত লৈকে গুচি যায়।বিমান খন নমা সময়ত ভীষণ বৰষুণ হৈ আছিল যাৰ ফলত বিমান খন পিছলি পৰা বুলি অনুমান কৰা হৈছে। পূৰ্ণ বৰা ৰিপোৰ্ট

 8 August, 2020


Breaking News:

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান দুৰ্ঘটনাত দুই টুকুৰা হল।

এই দুৰ্ঘটনাত বিমান দুয়ো চালকৰ মৃত্যু হৈছে।

এয়াৰ ইণ্ডিয়াৰ  AXB1344 B 737 বিমান খন দুবাইৰ পৰা কেৰেলাৰ কালিকট লৈ অহা ৰনৱেত লেণ্ড কৰা সময়ত দুই টুকুৰাত বিভক্ত হয়।বিমান খনত 191 জন যাত্ৰী আছিল।

DGCA জাৰি কৰা তথ্য অনুসৰি প্ৰায়ে 2000 মিটাৰ দৃশ্যতা থকা সময়ত ৰনৱে 10 নমা পিছত দুটুকুৰাত বিভক্ত হৈ আৰু ৰনৱেৰ অন্ত লৈকে গুচি যায়।বিমান খন নমা সময়ত ভীষণ বৰষুণ হৈ আছিল যাৰ ফলত বিমান খন পিছলি পৰা বুলি অনুমান কৰা হৈছে।

পূৰ্ণ বৰা ৰিপোৰ্ট

8 August, 2020 #Covid19 #Assam and actions taken as on 07/08/2020.

8 August, 2020

 #Covid19 #Assam and actions taken as on 07/08/2020.

Friday, 7 August 2020

7 August, 2020 গোলাঘাটৰ ৰঙাজানত বৃহস্পতিবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয় । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰঙাজানৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে ।নিশা আৰক্ষীৰ পেট্ৰলিঙ নোহোৱাৰ বাবেই এনেদৰে চোৰে বাধাহীনভাৱে চুৰিকৰিব পাৰিলে বুলি ভূক্তভোগীয়ে মন্তব্য কৰিচে ::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷

 7 August, 2020


গোলাঘাটৰ ৰঙাজানত বৃহস্পতিবাৰে নিশা  চুৰিকাণ্ড সংঘটিত হয়  । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ  ৰঙাজানৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী

 চুৰি কৰি নিয়ে ।নিশা আৰক্ষীৰ  পেট্ৰলিঙ নোহোৱাৰ বাবেই এনেদৰে চোৰে বাধাহীনভাৱে চুৰিকৰিব পাৰিলে বুলি ভূক্তভোগীয়ে মন্তব্য কৰিচে ::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷

7 August, 2020ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস'ত এই শিল্পৰ প্ৰসাৰৰ বাবে আমি সংকল্প লওঁ আহক আৰু শিপিনীসকলৰ স্বপ্নক বাস্তৱায়িত কৰাত সহযোগিতা আগবঢ়াওঁ।

7 August, 2020ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস'ত এই শিল্পৰ প্ৰসাৰৰ বাবে আমি সংকল্প লওঁ আহক আৰু শিপিনীসকলৰ স্বপ্নক বাস্তৱায়িত কৰাত সহযোগিতা আগবঢ়াওঁ।

7 August, 2020ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস'ত এই শিল্পৰ প্ৰসাৰৰ বাবে আমি সংকল্প লওঁ আহক আৰু শিপিনীসকলৰ স্বপ্নক বাস্তৱায়িত কৰাত সহযোগিতা আগবঢ়াওঁ। অসমৰ ভিন্ন আৰু ঐতিহ্যপূৰ্ণ হস্ততাঁত সামগ্ৰীসমূহে গ্ৰাম্য অৰ্থনীতিত এক উল্লেখযোগ‍্য ভূমিকা পালন কৰি আহিছে। আহক আমি সকলোৱে মিলি 'এখন 'আত্মনিৰ্ভৰ অসম' গঢ়ি তোলোঁ। আমাৰ ৰাজ্যত উৎপাদিত হোৱা বস্তঁ ব্যৱহাৰ কৰি।NORTHEAST NEWS INDIA

7 August, 2020

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস'ত এই শিল্পৰ প্ৰসাৰৰ বাবে আমি সংকল্প লওঁ আহক আৰু শিপিনীসকলৰ স্বপ্নক বাস্তৱায়িত কৰাত সহযোগিতা আগবঢ়াওঁ। 
অসমৰ ভিন্ন আৰু ঐতিহ্যপূৰ্ণ হস্ততাঁত সামগ্ৰীসমূহে গ্ৰাম্য অৰ্থনীতিত এক উল্লেখযোগ‍্য ভূমিকা পালন কৰি আহিছে। আহক আমি সকলোৱে মিলি  'এখন 'আত্মনিৰ্ভৰ অসম' গঢ়ি তোলোঁ। আমাৰ ৰাজ্যত উৎপাদিত  হোৱা বস্তঁ ব্যৱহাৰ কৰি।
NORTHEAST NEWS INDIA

7 August, 2020 এজন লোকৰ অকালমৃত্যুৰ বাবেই বৃহস্পতিবাবে সৰৱহৈ উঠে গোলাঘাটৰ দুই জাতীয় সংগঠন ৷ মঙ্গলবাৰে ফৰকাটিংৰ নৱনিৰ্মীত অভাৰব্ৰীজত এক অঘটন সংঘটিত হয় ৷ ফৰকাটিংত ৰেল’ৱে অ’ভাৰ ব্ৰীজে প্ৰাণ ললে ভূপেন হাজৰিকাৰ ৷ এই ঘটনাৰ পিছত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা নিপন গগৈ আৰু টাইআহোম ছাত্ৰসন্ঠাৰ সভাপতি কৃষ্ণ বৰুৱাই ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু প্ৰকৃত ঘটনাৰ বুজ লয় ৷ গোলাঘাটৰ ফৰকাটিং ৰেল জংচনৰ সমীপত অদ্ধনিৰ্মিত অভাৰব্ৰীজেৰে যাত্ৰা কৰোতে এজন লোকৰ অকালমৃত্যু হোৱা ঘটনাই ছাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চাৰি আগষ্টত ভূপেন হাজৰিকা নামৰ লোকজনে দলংখনৰ এটামুৰত কোনো বিপদৰ সাংকেটিক চিহ্ন নেদেখি দলংৰ কাম সম্পূৰ্ণ হলবুলি ভাবি বাইকেৰে দলংখনন উঠে আৰু দলংত উঠোতে স্থানীয় এজন লোকে তেওক বাধাও দিছিল যদিও তেও গমেই নেপালে আৰু দলংৰ মাজভাগতেই তেও বাইকেৰে সৈতে প্ৰায় সাত মিটাৰ তললৈ পৰি যায় ৷ গুৰুতৰ ভাবে আহত ভূপেন হাজৰিকাক লগেলগে গোলাঘাটৰ ছহিদ কুশলকোৱঁৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় ৷যদিও কিছূসময়ৰ পিছত তেওৰ মৃত্যু হয় ৷ গড়কাপ্তানী বিভাগত কৰ্মৰত ভূপেন হাজৰিকা আঠগাঁৱৰ ফাটুৱালগাঁৱৰ বাসিন্দা ৷ ইফালে “বৰষুণ গলে জাপি" লোৱাৰ দৰে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতহে অডাৰ ব্ৰীজৰ সন্মুখত সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰ গোষ্ঠীয়ে শিল বাহেঁৰে পথটো বন্ধ কৰে ৷ নিৰ্মাণৰত অৱস্থাত থকা এই দলংখন ব্যস্ত ফৰকাটিং ৰেল জংছনত ৰেলগেটত জিএফ ৰোডত আৱদ্ধহোৱা সূচল যাতায়তৰ বাবে কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ৷ হাইটেক নামৰ কোম্পানীটোৱে দলংখন মধ্যস্থল সম্পূৰ্ণকৈ নিৰ্মাণ নকৰি কিহৰবাবে এনেকৈ মৰণফান্দ কৰি ৰাখিলে সেই কথা জনা নগল ৷ইফালে এই সন্দৰ্ভত অসম জাতীয়তাবাদী য়ুৱপৰিষদৰ সম্পাদক নিপন গগৈ আৰু টাই আহোম ছাত্ৰসন্থা সভাপতি কৃষ্ণগগৈয়ে এক উচিত তদন্তৰ দাবী কৰাৰ লগতে নিহত জনৰ পৰিয়ালক আৰ্থিক সাহায়্য দিৱৰ বাবে হাইটেক কোম্পানীক দাবী জনায়। প্ৰকাশ শৰ্মা পূৰ্ণ বৰা ৰিপত গোলাঘাট ৷

7 August, 2020

এজন লোকৰ অকালমৃত্যুৰ বাবেই বৃহস্পতিবাবে সৰৱহৈ উঠে গোলাঘাটৰ দুই জাতীয় সংগঠন ৷

  মঙ্গলবাৰে ফৰকাটিংৰ নৱনিৰ্মীত অভাৰব্ৰীজত এক অঘটন সংঘটিত হয় ৷ ফৰকাটিংত  ৰেল’ৱে অ’ভাৰ ব্ৰীজে প্ৰাণ ললে ভূপেন হাজৰিকাৰ ৷ এই ঘটনাৰ পিছত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা নিপন গগৈ আৰু টাইআহোম ছাত্ৰসন্ঠাৰ সভাপতি কৃষ্ণ বৰুৱাই ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু প্ৰকৃত ঘটনাৰ বুজ লয় ৷

গোলাঘাটৰ ফৰকাটিং ৰেল জংচনৰ সমীপত অদ্ধনিৰ্মিত অভাৰব্ৰীজেৰে যাত্ৰা কৰোতে এজন লোকৰ অকালমৃত্যু হোৱা ঘটনাই ছাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চাৰি আগষ্টত ভূপেন হাজৰিকা নামৰ লোকজনে দলংখনৰ এটামুৰত কোনো বিপদৰ সাংকেটিক চিহ্ন নেদেখি দলংৰ কাম সম্পূৰ্ণ হলবুলি ভাবি বাইকেৰে
 দলংখনন উঠে আৰু দলংত উঠোতে স্থানীয় এজন লোকে তেওক বাধাও দিছিল যদিও তেও গমেই নেপালে আৰু দলংৰ মাজভাগতেই তেও বাইকেৰে সৈতে প্ৰায় সাত মিটাৰ তললৈ পৰি যায় ৷ গুৰুতৰ ভাবে আহত ভূপেন হাজৰিকাক লগেলগে গোলাঘাটৰ ছহিদ কুশলকোৱঁৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় ৷যদিও কিছূসময়ৰ পিছত তেওৰ মৃত্যু হয় ৷ গড়কাপ্তানী বিভাগত কৰ্মৰত ভূপেন হাজৰিকা আঠগাঁৱৰ ফাটুৱালগাঁৱৰ বাসিন্দা ৷ ইফালে “বৰষুণ গলে জাপি" লোৱাৰ দৰে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতহে অডাৰ ব্ৰীজৰ সন্মুখত সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰ গোষ্ঠীয়ে শিল বাহেঁৰে
 পথটো বন্ধ কৰে ৷ নিৰ্মাণৰত অৱস্থাত থকা এই দলংখন  ব্যস্ত ফৰকাটিং ৰেল জংছনত
 ৰেলগেটত জিএফ ৰোডত আৱদ্ধহোৱা সূচল যাতায়তৰ বাবে কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ৷ হাইটেক নামৰ কোম্পানীটোৱে দলংখন মধ্যস্থল  সম্পূৰ্ণকৈ নিৰ্মাণ
 নকৰি কিহৰবাবে এনেকৈ মৰণফান্দ কৰি ৰাখিলে সেই কথা জনা নগল ৷ইফালে এই সন্দৰ্ভত অসম জাতীয়তাবাদী য়ুৱপৰিষদৰ সম্পাদক নিপন গগৈ আৰু টাই আহোম ছাত্ৰসন্থা সভাপতি কৃষ্ণগগৈয়ে এক উচিত তদন্তৰ দাবী কৰাৰ লগতে নিহত জনৰ পৰিয়ালক আৰ্থিক সাহায়্য দিৱৰ বাবে হাইটেক কোম্পানীক দাবী জনায়। 
 প্ৰকাশ শৰ্মা  পূৰ্ণ বৰা ৰিপত গোলাঘাট ৷

7 August, 2020#Covid19 #Assam and actions taken as on 06/08/2020.

7 August, 2020

#Covid19 #Assam and actions taken as on 06/08/2020.

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।