Tuesday, 28 July 2020

28 July, 2020 বিশ্বনাথ জিলাৰ ঐতিহ্যপূৰ্ণ গহপুৰ আৰক্ষী থানাৰ পুনৰ নির্মিত ভৱনৰ শুভ উদ্বোধন কৰে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহান স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি এই ঐতিহাসিক থানাখনৰ সন্মুখতে শ্বহীদ হৈছিল।











28 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গহপুৰত চত্ৰং নৈয়ে সৃষ্টি কৰা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গাৰ্ড ৱালৰ এক আঁচনি ৰূপায়ণ কৰি আছে। এই গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থা পৰ্যবেক্ষণ কৰি সামগ্ৰিক অগ্ৰগতিৰ বুজ লয়।





28 July, 2020


28 July, 2020 এগৰাকী স্বনামধন্য কবি, সাহিত্য অকাডেমি বঁটা বিজয়ী হীৰেন ভট্টাচাৰ্যদেৱৰ জন্মবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ। NORTHEAST NEWS INDIA




28 July, 2020 World Hepatitis Day আজি বিশ্ব হেপাটাইটিছ দিৱস। আহক হেপাটাইটিছৰ বিষয়ে ভালদৰে জ্ঞাত হৈ ইয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সতৰ্ক হওঁ আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰোঁ ৷ NORTHEAST NEWS INDIA






धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...