Wednesday, 22 July 2020
Tuesday, 21 July 2020
Monday, 20 July 2020
20 July, 2020 সৰ্থেবাৰীৰ বেল মেটেল আৰ্টিচান এণ্ড ট্রেডিং কো-অ'পাৰেটিভ ছ'চাইটিক আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা 'মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনি'ৰ অধীনত ১ কোটি টকা প্ৰদান কৰে। উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে সৰুক্ষেত্ৰী অঞ্চলৰ বানপানী সমস্যাৰ যথোচিত সমাধানৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাননীয় জলসম্পদ মন্ত্ৰী শ্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে। লগতে বানপানীত প্ৰাণ হেৰুওৱা দুগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক ৪ লাখ টকাকৈ এককালীন সাহায্যৰ চেক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰে।
Subscribe to:
Posts (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...














