Wednesday, 15 July 2020

15 July, 2020 অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰৰ উত্তৰণৰ দিশত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই, বহুমুখী প্ৰতিভাধৰ বৰুৱাদেৱক মৃত্যু দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। NORTHEAST NEWS INDIA



15 July, 2020 অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এখন অভিলাষী স্বাস্থ্য নিশ্চয়তা প্ৰদান আঁচনি 'অটল অমৃত অভিযান'। ৰাজ্যৰ জটিল ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে এই আঁচনিৰ অধীনত কি কি ৰোগৰ চিকিৎসা সুবিধা কোন কোন চিকিৎসালয়ৰ পৰা লাভ কৰিব পাৰি জানি লওঁ আহক। সবিশেষ তথ্যৰ বাবে ট'ল ফ্ৰী নম্বৰ ১৮০০১০৩৯৯৭৫ ত যোগাযোগ কৰক অথবা লগ ইন কৰক www.aaas-assam.in ত।


15 July, 2020 #Covid19 #Assam and actions taken as on 14/07/2020.





নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।