Saturday, 11 July 2020

11 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গুৱাহাটীত কামৰূপ চেম্বাৰ অৱ কমাৰ্চ, প'টেট' এণ্ড অ'নিয়ন হ'লছেল এছ'চিয়েচন, পামহী ভেজিটেবল হ'লছেল এছ'চিয়েচন, ফ্ৰুট মাৰ্চেণ্টছ এছ'চিয়েচনৰ প্ৰতিনিধিবৰ্গৰ সৈতে অনুষ্ঠিত বৈঠকত বিষয়াবৰ্গক কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে- ➡️ সাম্প্ৰতিক পৰিস্থিতিত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ সমগ্ৰ বিষয়টো তদাৰক কৰাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ নেতৃত্বত এখন ক'ৰ কমিটী গঠনৰ সিদ্ধান্ত আৰু ইয়াৰ অধীনত কেইটামান ফ্লাইং স্কোৱাড গঠন ➡️ গুৱাহাটীলৈ শাক-পাচলি আৰু ফল-মূল কঢ়িয়াই অনা বাহনবোৰৰ সুচল পৰিবহণ নিশ্চিত কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম আৰক্ষীক নিৰ্দেশ ➡️ কোনো মধ্যভোগীয়ে যাতে লকডাউনৰ সুযোগ লৈ মূল্যবৃদ্ধি কৰিব নোৱাৰে, তাৰ প্ৰতি দৃষ্টি ৰখাৰ নিৰ্দেশ ➡️ বানপানীৰ ফলত বিভিন্ন জিলাত ক্ষতিগ্ৰস্ত হোৱা শাক-পাচলি আৰু ফল-মূলৰ বাগানসমূহৰ ছাৰ্ভে কৰিবলৈ কৃষি বিপণন ব'ৰ্ডক নিৰ্দেশ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাবলৈ বাণিজ্যিক সংগঠনসমূহক মুখ্যমন্ত্ৰীয়ে আজি আহ্বান জনাইছে। লগতে, ক্ষুদ্ৰ ব্যৱসায়িক সংস্থাসমূহকো এইক্ষেত্ৰত সংযুক্ত কৰাৰ ওপৰত তেখেতে গুৰুত্ব আৰোপ কৰে।






11 July, 2020 NORTHEAST NEWS INDIA ৰ উদ্যোগত আয়োজন কৰা হৈছে বিশ্ব জনসংখ্যা পষেক উপলক্ষে। শ্ল'গান লিখা প্ৰতিযোগিতা ৷ আপোনালোকৰ লিখনি আমাৰ অনুষ্ঠানৰ জৰিয়তে প্ৰচাৰ কৰক। বিষয় :- জনসংখ্যা বৃদ্ধি আৰু খাদ্য সংকত। Email - northeastnewsindia@gmail.com WhatsApp - 9859593814


Northeast News India সদায় সত্যৰ সন্ধানত।শিক্ষা,সংস্কৃতি,বিজ্ঞান,কৃষি,অৰ্থনীতি,ৰাজনীতি, সমাজনীতি আৰু আপোনাৰ অঞ্চলৰ যিকোনো যোগাত্মক খৱৰ আমালৈ প্ৰেৰণ কৰক। অতিৰঞ্জিত নকৰি বাস্তৱতাৰ ভেটিত প্ৰচাৰিত হ'ব প্ৰতিটো বাৰ্তা।হোৱাট্ছএপ…9859593814।মেইল..northeastnewsindia@gmail.com


11 July, 2020 #COVID19 Fatality Rate declines further to 2.72% 30 States/UTs with a Fatality Rate lower than the National average are: #CoronaVirusUpdates #IndiaFightsCorona


11 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে লকডাউনৰ ফলত আৰ্থিকভাৱে পিছপৰা লোকসকলে সন্মুখীন হোৱা সমস্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দৈনিক উপাৰ্জনকাৰী আৰু সমাজৰ আৰ্থিকভাৱে পিছপৰা লোকসকলক যাৱতীয় খাদ্য সামগ্ৰী যোগান ধৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে।


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...