Sunday, 5 July 2020
Saturday, 4 July 2020
4 July, 2020 গোলাঘাট লাইফ লাইন নাৰ্চিংহোমৰ মেনেজাৰ জয়ন্ত সিনহা সংস্পৰ্শলৈ অহা ২০ গৰাকী লোক কভিড-১৯ আক্ৰান্ত হোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতি গোলাঘাটত । ২০ গৰাকী লোক পজিটিভ হোৱাৰ পিছতে গোলাঘাট উপায়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয় , বাৰ এ'ছচিয়েছন, স্কুল উপ পৰিদৰ্শক কাৰ্যালয় সৈতে উপায়ুক্ত কাৰ্যালয় সমীপৰ ৫০ মিটাৰ অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা কৰিলে গোলাঘাট প্ৰশাসনে । জামুগুৰি গাওপঞ্চায়তৰ ঘূলীঘাটত স্ঠাপন কৰা neepco কেম্প এটাক লৈ শনিবাৰে সমগ্ৰ অঞ্চলত আতংকময় পৰিস্থিতি হয় ৷ আন ঠাইত কুৱাইনটাইন কৰিৰখা শ্বেখ মানান নামৰ শ্ৰমিকজন যোৱানিশা কেম্পটোত উপস্থিত হোৱাত তেওঁ সংস্পৰ্শলৈ আহে কেম্পৰ আন ২২ জন শ্ৰমিক আৰু শনিবাৰে কাষতে বহা সাপ্তাহিক বজাৰত শ্বেখ মানানকে ধৰি ২৩ জনে বিচৰণ কৰিছিল ৷ আজি শ্বেখ মানানৰ পজিটিভ অহাত অঞ্চলজুৰি আতংক সৃষ্টি হয় ৷ প্ৰশাসনৰ লোকে কেম্পটো ছিল কৰি কেওজনকে গোলাঘাটলৈ লৈ আহে ৷ বজাৰখন চেনিটাইজেশ্যন কৰা হৈছে যদিও পুৱা সমাগমত বিচৰণ কৰা কেম্পৰ শ্ৰমিক সকল কাৰ কাৰ সংস্পৰ্শলৈ আহিল সেই বিষয়টোলৈ হৈ ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ৷ : পাৰ্থ জোতি বৰা ৰিপত গোলাঘাট।
4 July, 2020 শুনা নাই? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সঙ্গীত? বুজা নাই? অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইঙ্গিত? দেখিছাতো ৰামধেনু? বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ; প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত দেখিছানে ৰঙৰ উছৱ? সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচার্য দেবক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্রদ্ধাৰে স্মৰন জনাইছো। ____________________________ ২৮ জুলাই, ১৯৩২ - ৪ জুলাই, ২০১২ NORTHEAST NEWS INDIA
Friday, 3 July 2020
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
।। জয় মা আৰু প্ৰকৃতি।। বিশ্বৰ মানৱ জাতিলৈ আহ্বান। সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে। এই সংসাৰত স্বজন কৰ্...