Sunday, 14 June 2020

14 Jun, 2020 ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা পৰীক্ষাকে ধৰি অন্যান্য পৰীক্ষা সমূহত ৭৫% অথবা তাতোধিক নম্বৰৰ সৈতে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকললৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে ১২ জুনৰ পৰা


14 Jun, 2020 অসম চৰকাৰৰ বাঘজানৰ উন্নয়ন আৰু সুৰক্ষাৰ ক্ষেত্ৰত আপোচহীন স্থিতি। অঞ্চলটোৰ উন্নয়নৰ লগতে ৰাইজৰ কল্যাণৰ বাবে ঘোষণা কৰা বিশেষ প্ৰকল্পসমূহ-


14 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তিনিচুকীয়াৰ বাঘজানত উপস্থিত হৈ অইলৰ তেল কূপৰ জুই নিৰ্বাপনৰ বাবে বিশেষজ্ঞই গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে বুজ লোৱাৰ উপৰিও অগ্নিকাণ্ডত প্ৰভাৱিত হৈ বাঘজানৰ দীঘল তৰং হাইস্কুলৰ আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে।






14 Jun, 2020 বাঘজানত ৰাইজৰ পদূলিত নতশিৰে ৰাইজৰ মুখ্যমন্ত্ৰী আৰু ৰাইজৰ কেন্দ্ৰীয় মন্ত্ৰী Dharmendra Pradhan











14 Jun, 2020 তিনিচুকীয়াৰ বাঘজানৰ শেহতীয়া ঘটনা সন্দৰ্ভত যোৱা কালি মাননীয় কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আৰু সতীৰ্থ মন্ত্ৰী, সাংসদৰ সৈতে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মাননীয় মুখ্যমন্ত্রী শ্রী যুত সৰ্বানন্দ সোণোৱালে আৰু সমগ্র পৰিস্থিতিৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰে। লগতে, বাঘজানত উপস্থিত থাকি পৰিস্থিতি তদাৰক কৰি থকা সতীৰ্থ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু উচ্চপদস্থ বিষয়াবৰ্গ, বিশেষজ্ঞৰপৰা সাম্প্ৰতিক পৰিস্থিতিৰ সবিশেষ বুজ লয়।





14 Jun, 2020 Celebrate 14 Jun World Blood Donor Day Donote Blood Save Life






পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...