Sunday, 31 May 2020
বজ্ৰপাতৰ সময়ত কোনো ধৰণৰ আ্শ্ৰয় নাথাকিলে মাটিত দীঘল দি পৰাৰ সলনি বহি দিয়ক
31 May, 2020
বজ্ৰপাতৰ সময়ত কোনো ধৰণৰ আ্শ্ৰয় নাথাকিলে মাটিত দীঘল দি পৰাৰ সলনি বহি দিয়ক
বজ্ৰপাতৰ সময়ত মুকলি ঠাইত থাকিলে ধাতবীয় বা বৈদ্যুতিক খুটাৰ পৰা আঁতৰত থাকক
বজ্ৰপাতৰ সময়ত মুকলি ঠাইত থাকিলে ঢেৰেকনিৰ শব্দ্ শুনাৰ লগে লগে কোনো ঘৰৰ ভিতৰত আশ্ৰয় লওক ।

▪️পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শাৱলীত অসমৰ নদীৰ খহনীয়া সমস্যাক দুৰ্যোগ হিচাপে চিহ্নিত কৰাৰ পৰামৰ্শ। ▪️খহনীয়াত মাটি-বাৰী হেৰুওৱা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে অতিশীঘ্ৰে কেন্দ্ৰৰ ওচৰত এক বিশেষ প্ৰস্তাৱ দাখিল কৰিব ৰাজ্য চৰকাৰে। ▪️চলিত বৰ্ষত এছডিআৰএফ পুঁজিলৈ কেন্দ্ৰীয় অংশ হিচাপে ৭৭২ কোটি টকা মঞ্জুৰ ভাৰত চৰকাৰৰ, ইয়াৰে ৩৮৬ কোটি টকা ইতিমধ্যে লাভ কৰিছে অসমে।
▪️পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শাৱলীত অসমৰ নদীৰ খহনীয়া সমস্যাক দুৰ্যোগ হিচাপে চিহ্নিত কৰাৰ পৰামৰ্শ।
▪️খহনীয়াত মাটি-বাৰী হেৰুওৱা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে অতিশীঘ্ৰে কেন্দ্ৰৰ ওচৰত এক বিশেষ প্ৰস্তাৱ দাখিল কৰিব ৰাজ্য চৰকাৰে।
▪️চলিত বৰ্ষত এছডিআৰএফ পুঁজিলৈ কেন্দ্ৰীয় অংশ হিচাপে ৭৭২ কোটি টকা মঞ্জুৰ ভাৰত চৰকাৰৰ, ইয়াৰে ৩৮৬ কোটি টকা ইতিমধ্যে লাভ কৰিছে অসমে।
Subscribe to:
Posts (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...