Sunday, 31 May 2020

▪️পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শাৱলীত অসমৰ নদীৰ খহনীয়া সমস্যাক দুৰ্যোগ হিচাপে চিহ্নিত কৰাৰ পৰামৰ্শ। ▪️খহনীয়াত মাটি-বাৰী হেৰুওৱা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে অতিশীঘ্ৰে কেন্দ্ৰৰ ওচৰত এক বিশেষ প্ৰস্তাৱ দাখিল কৰিব ৰাজ্য চৰকাৰে। ▪️চলিত বৰ্ষত এছডিআৰএফ পুঁজিলৈ কেন্দ্ৰীয় অংশ হিচাপে ৭৭২ কোটি টকা মঞ্জুৰ ভাৰত চৰকাৰৰ, ইয়াৰে ৩৮৬ কোটি টকা ইতিমধ্যে লাভ কৰিছে অসমে।


▪️পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শাৱলীত অসমৰ নদীৰ খহনীয়া সমস্যাক দুৰ্যোগ হিচাপে চিহ্নিত কৰাৰ পৰামৰ্শ।

▪️খহনীয়াত মাটি-বাৰী হেৰুওৱা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে অতিশীঘ্ৰে কেন্দ্ৰৰ ওচৰত এক বিশেষ প্ৰস্তাৱ দাখিল কৰিব ৰাজ্য চৰকাৰে।

▪️চলিত বৰ্ষত এছডিআৰএফ পুঁজিলৈ কেন্দ্ৰীয় অংশ হিচাপে ৭৭২ কোটি টকা মঞ্জুৰ ভাৰত চৰকাৰৰ, ইয়াৰে ৩৮৬ কোটি টকা ইতিমধ্যে লাভ কৰিছে অসমে।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...