Wednesday, 28 August 2024

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉

👉 পৃথিৱীৰ ধংশ সমাগত

👉 সাৱধান মানৱ জাতি। 

সেই বিশ্বৰ মানৱ জাতি সাৱধান।

সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰাৱ হ'ল। মানৱ জাতিৰ ভূলৰ কাৰনে পৃথিৱীয়ে ভাৰসাম্য হেৰুৱাৰ উপক্রম হৈছে।

মানৱ জাতিয়ে নিজৰ  লালখা সমূহ, নিজৰ স্বাৰ্থৰ কাৰনে নানান ধৰনৰ বেয়া কাম কৰিছে, প্ৰকৃতিৰ ধংশ আৰম্ভ কৰিছে।

সময় থাকোতে মানৱ জাতিয়ে নিজে কৰা নানান ধৰনৰ অপৰ্কম, নানান ধৰনৰ বেয়া কাম কৰা বন্ধ নকৰে, তেতিয়া হলে পৃথিৱীৰ ধংশ সমাগত।

কোনো শক্তিয়ে পৃথিৱী তথা সমস্ত জীৱকোল বচাবলৈ সক্ষম নহব। সময়ৰ আহ্বান মানৱ জাতিলৈ সত্য, শুদ্ধ গ্ৰহণ কৰক। সকলোকে সমান চকুৰে চাওঁক। সকলোকে সমান সন্মান প্ৰদান কৰক। পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰক। প্ৰকৃতিৰ ধংশ হোৱা কাম বন্ধ কৰক। সকলোৰে মঙ্গল হোৱা কাম কৰক।

তেতিয়াহে সমস্ত জীৱকোলৰ ৰক্ষা সম্ভৱ।।

👉 ।।ভৱিষ্যতবাণী।। 

মাধৱ গগৈ
অসম।

Sunday, 25 August 2024

বিশ্বৰ মানৱ জাতিলৈ সময়ৰ আহ্বান।


 ।।জয় মা আৰু প্ৰকৃতি।। 


বিশ্বৰ মানৱ জাতিলৈ সময়ৰ আহ্বান। 

সেই মানৱ জাতি এই পৃথিৱীত পাপ তেতিয়াহে কমিব, পৃথিৱীত নিকা পৰিৱেশে বিৰাজ কৰিবলৈ সক্ষম হব। সকলো স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিব যি দিনা বিশ্বৰ সকলো মানৱ জাতিয়ে নিজৰ ভূল স্বীকাৰ কৰি নিজৰ ভূল সমূহ সোধৰাৱ। 

প্ৰত্যেক গৰাকী মহিলা সতী দৰে হৱলৈ চেষ্টা কৰিব লাগিব। আৰু প্ৰত্যেক গৰাকী পুৰুষ  মৰ্য্যদা পুৰুষতম শ্ৰী ৰামচন্দ্ৰ দৰে হৱলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে এই পৃথিৱীৰ পৰা পাপ নাইকীয়া হৱ।।

।।জয় মা আৰু প্ৰকৃতি।।

সেৱাৰে 
মা আৰু প্ৰকৃতি 
মাধৱ গগৈ

Sunday, 18 August 2024

বিশ্বৰ মানৱ জাতিলৈ আহ্বান।

 ।। জয় মা আৰু প্ৰকৃতি।। 


বিশ্বৰ মানৱ জাতিলৈ আহ্বান। 

সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে।
এই সংসাৰত স্বজন কৰ্তাই আপোনালোকক দায়িত্ব ও নিয়ম আৰু সকলো জীৱকোলৰ, প্ৰকৃতিৰ মঙ্গলৰ কাৰনে পঠাইছে।
পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যোগান ধৰিবলৈ পঠাইছে। সকলো জীৱকোলক সন্মান, সহযোগিতা কৰাৰ নিমিত্তে পঠাইছে। সেই মানৱ জাতি আপোনালোকে যেতিয়া নিজৰ বংশ ৰক্ষা কৰাৰ কাৰনে চিন্তা কৰি ভগৱানৰ ওচৰত কৰ যোৰে প্ৰাৰ্থনা জনাই সন্তান প্ৰাপ্তি কামনা কৰে। আৰু তাৰ ফল স্বৰূপে ভগৱানে সন্তান প্ৰদান কৰে। আৰু সেই সন্তানক লালন পালন কৰাৰ লগতে উচিত সু শিক্ষা দিয়াৰ দায়িত্ব প্ৰদান কৰে আপোনালোকৰ ওপৰত। 
কিন্তু আপোনালোকে লোভ, মোহ, কাৰ্ম ক্ৰধ, দম্ভ, অংহকাৰ কৰি সকলো পাহৰি পেলাই। আৰু সন্তানক উচিত শিক্ষাৰ পৰা দূৰত ৰাখে।
সৰুৰে পৰা যি সু শিক্ষা প্ৰদান কৰিব লাগিছিল সেয়া প্ৰদান নকৰে। যাৰ ফলত আপোনালোকৰ সন্তান ডাঙৰ সৈ নানান ধৰনৰ কু কৰ্ম, সমাজত নানান ধৰনৰ বেয়া প্ৰভাৱ পেলাব ধৰে। ইয়াৰ বাবে জগৰীয়া অভিভাৱক তথা শিক্ষা গুৰু সকল।
সৰু পৰাই অভিভাৱক আৰু শিক্ষা প্ৰদান কৰা শিক্ষা গুৰু সকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ দায়িত্ব আছে, আৰু ইয়াৰ বাবে যোগ্য। 
আহ্বান জনাম সকলোকে আপোনালোকে আপোনালোকৰ উচিত দায়িত্ব পালন কৰাত গুৰুত্ব দিয়ক, যি নেকি ভগৱানে আপোনালোকক দায়িত্ব পালন কৰাৰ অনুমতি প্রদান কৰিছে। আৰু এখন সুন্দৰ পৃথিৱী, এখন সুন্দৰ পৰিৱেশ, এখন সুন্দৰ সমাজ, গঠন কৰাত ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছো।   

ধন্যবাদেৰে  

সেৱাৰে  
মা আৰু প্ৰকৃতি
মাধৱ গগৈ

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।