Thursday, 9 November 2023

বিশেষ জাননী

বিশেষ জাননী
গোলাঘাট
০৯/১১/২০২৩

আগন্তুক দিপাৱলী উপলক্ষ্যে ৰাইজৰ সুৰক্ষা, পৰিৱেশ ৰক্ষা আৰু সুকলমে  দিপাৱলী উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে আকস্মিক দুয্যোৰ্গ আদিৰ পৰা পৰিত্ৰাণ পাবৰ উদেশ্যে কিছু নিৰ্দেশাৱলী জাৰি কৰিছে৷ সকলোৰে সুবিধা হোৱাকে গোলাঘাট জিলাৰ জিলা প্ৰশাসন তথা বিভাগীয় বিষয়া ইত্যাদিৰ যোগাযোগৰ সবিশেষো দিয়ৰ হৈছে৷ তলত গোলাঘাট জিলাৰ বাবে তৈয়াৰ কৰা নিৰ্দেশাৱলীসমূহ সংলগ্ন কৰা হ’ল৷

ইয়াৰ লগতে দিপাৱলী উপলক্ষ্যে ফটকা আদি বিক্ৰীৰ বাবে গোলাঘাট পৌৰসভা, দেৰগাঁও পৌৰসভা আৰু গাঁও পঞ্চায়ত এলেকা আদিৰ অন্তৰ্গত নিৰ্দিষ্ট নীতি নিৰ্দেশনা মানি হে বিক্ৰী কৰিব পাৰিব৷ সেই সমূহো তলত দিয়া হ’ল৷ 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...