Friday, 27 October 2023

বিশেষ জাননী

বিশেষ জাননী


আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা ভোট গ্ৰহন কেন্দ্ৰৰ খচৰা তালিকা প্ৰকাশ কৰা হয় । এইক্ষেত্ৰত যদি কিবা ওজৰ আপত্তি থাকে তেন্তে আগন্তুক সাত দিনৰ ভিতৰত গোলাঘাটৰ নিৰ্বাচনী বিষয়াৰ ওচৰত জমা দিব পাৰিব৷ 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানুহক মানুহ হিচাপে চাওক

জীয়াই থাকোঁতেই মানুহক মানুহ হিচাপে চাওক এজন মানুহ জীয়াই থাকে— নীৰৱে হাঁহে, নীৰৱে কান্দে। বুকুৰ ভিতৰত কিমান যে ধুমুহা বৈ থাকে, কিমান যে অপূ...