Sunday, 6 August 2023

জয় মা আৰু প্ৰকৃতি

।।জয় মা আৰু প্ৰকৃতি।। 

মা আৰু প্ৰকৃতি কৈ চেষ্ট কৰ্মময় ধৰ্ম আন কোনো হব নোৱাৰে। সেই মানৱ জাতি মা আৰু প্ৰকৃতি ৰ চৰণত হৰণ লোৱা আৰু নিজকে ধন্য কৰা। মা আৰু প্ৰকৃতি য়ে সকলো মানৱ জাতিক, সকলো জীৱকোলক উদ্ধাৰ কৰিৱ পাৰিব। মা আৰু প্ৰকৃতি য়ে হৈছে পৃথিবীৰ চেষ্ট ধৰ্ম।।

জয় মা আৰু প্ৰকৃতি, জয়।। 

সেৱাৰে
মা আৰু প্ৰকৃতি। 
মাধৱ গগৈ।

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।