Sunday, 30 July 2023

*মা আৰু প্ৰকৃতি ৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি, সোনাৰী গাঁও যুৱ বৃন্দৰ ব্যৱস্থাপনাত অঞ্চলৰ ৰাইজৰ সহযোগত ১০ দিনীয়া ছাত্ৰ ছাত্ৰীৰ কৰ্মশালাৰ বঁটা বিজয়ী আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ।*

*মা আৰু প্ৰকৃতি ৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি,  সোনাৰী গাঁও যুৱ বৃন্দৰ ব্যৱস্থাপনাত অঞ্চলৰ ৰাইজৰ সহযোগত ১০ দিনীয়া ছাত্ৰ ছাত্ৰীৰ কৰ্মশালাৰ বঁটা বিজয়ী আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ।*

নগাঁও ৩০ জুলাই,২০২৩ঃ আজি বিয়লি অনুষ্ঠিত হোৱা শিঙিয়া পোটনী সোনাৰী গাঁও যুৱ বৃন্দৰ ব্যৱস্থাপনাত অঞ্চলৰ ৰাইজৰ সহযোগত শিঙিয়া পোটনী আঞ্চলিকৰ অন্তৰ্গত ১০ দিনীয়া ছাত্ৰ ছাত্ৰীৰ কৰ্মশালাৰ বঁটা বিজয়ী আৰু মুকলি সভাত বিশিষ্ট লেখক কবি সমাজ সেৱক ড° কেশৱ বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...